আজি ২০ সংখ্যক বড়োলেণ্ড দিৱস

Share This Article

আজি বড়োলেণ্ড পিপলছ ফ্ৰণ্ট (বিপিএফ) দলে কোকৰাঝাৰত ২০ সংখ্যক বিটিচি চুক্তি দিৱস বড়োলেণ্ড দিৱস হিচাপে উদযাপন কৰে। ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত বিটিচি চুক্তিখন প্ৰাক্তন বিএলটি সংগঠন, কেন্দ্ৰ আৰু অসমৰ ৰাজ্য চৰকাৰৰ মাজত ত্ৰিপাক্ষিক শান্তি আলোচনাত স্বাক্ষৰিত হৈছিল। কোকৰাঝাৰৰ দেবৰগাঁও বড়োলেণ্ড শ্বহীদ সমাধিক্ষেত্ৰত বিপিএফৰ মুৰব্বী তথা বিটিচিৰ প্ৰাক্তন মুৰব্বী হাগ্ৰামা মোহিলাৰীয়ে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু লগতে সমাধিক্ষেত্ৰত দলীয় পতাকা উত্তোলন কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.