Investigative reporting with dedication.

কংগ্ৰেছৰ জেষ্ঠ্য নেতা তথা প্ৰাক্তন কেবিনেট মন্ত্ৰী অশ্বিনী কুমাৰৰ কংগ্ৰেছ দলৰ পৰা পদত্যাগ।এই পদত্যাগ সন্দৰ্ভত তেওঁ কয় যে প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিংক যিধৰনেৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা হল,সেয়া আছিল অতি দুখজনক।ইয়াৰ দ্বাৰা পঞ্জাৱৰ সাধাৰণ জনতাৰ ওপৰত ঋণাত্মক প্ৰভাৱ পৰিছে।পঞ্জাৱত আম আদমী পাৰ্টীৰ সপক্ষত নিৰ্বাচনী বতাহ বলিছে বুলিও এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সদ্য পদত্যাগী কংগ্ৰেছৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী গৰাকীয়ে।


