সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ইউক্ৰেইন যুদ্ধ : কোন দেশ কাৰ লগত ?

ৰাছিয়াই ইউক্ৰেইনত ক্ৰমাগত দ্বিতীয়টো দিনৰ বাবে আক্ৰমণ অব্যাহত ৰাখিছে ৷ যুদ্ধৰ বিভীষিকা সমগ্ৰ বিশ্বতে অনুভূত হৈছে ৷ এনে পৰিস্থিতিত বিশ্বৰ দেশসমূহ দুটা ভাগত বিভক্ত হৈ পৰিছে ৷ একাংশ দেশে ৰাছিয়াৰ পক্ষ গ্ৰহণ কৰাৰ বিপৰীতে আন একাংশই ইউক্ৰেইনৰ কাষত…

অসহায় ইউক্ৰেইন :১৩৭ জনৰ মৃত্যু : ৰাজধানী কীৱ দখলৰ দিশে ৰাছিয়া

শুক্ৰবাৰে পুৱাই ইউক্ৰেইনৰ ৰাজধানী কীৱত আক্ৰমণ সংঘটিত কৰে ৰাছিয়ান সেনাই ৷ ৰাজধানী চহৰখনত বাস কৰা লোকসকলে আণ্ডাৰগ্ৰউণ্ড টেংকাৰত আশ্ৰয় গ্ৰহণ কৰিছে ৷ এনে যুদ্ধবিধ্বস্ত পৰিস্থিতিৰ মাজত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি বোলোডিমিৰ জেলেনস্কিয়ে ঘোষণা কৰিছে যে…

ৰাছিয়া-আমেৰিকাৰ ৰঙা চকু,বিপদত ভাৰত।

https://www.youtube.com/watch?v=BZmBXOv64ok প্ৰতিশ্ৰুতি,সংকল্প,আকাশলংঘী কথা।বাস্তৱলৈ ঘূৰি চালে ফোঁপোলাস্বৰূপ এটা।চাহাবে কৈছে মোৰ প্ৰতি মোহিত হৈ যোৱা,কিয়নো মই দেশৰ শক্তিশালী নেতা। এই পৰিস্থিতিত আজি দেশত এক শক্তিশালী নেতৃত্ব লাগে।দেশ মজবুত…

যুদ্ধ আৰম্ভ : ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতৰ মোদীলৈ কি আহ্বান?

বৃহস্পতিবাৰে পুৱাৰে পৰা ইউক্ৰেইনৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে ৰাছিয়াই ৷ এনে পৰিস্থিতিত ইউক্ৰেইনে বিচাৰিছে ভাৰতৰ সহায় ৷ ভাৰতস্থিত ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত ডা: আইগৰ পোলিখাই সংবাদমাধ্যমৰ আগত কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশ্বৰ সন্মানীয়…

যুদ্ধ আৰম্ভ : তেলৰ বজাৰত জ্বলিছে জুই

ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত মিছাইল আক্ৰমণ আৰম্ভ কৰাৰ পাছতে তেলৰ বজাৰতো জুই জ্বলিছে ৷ প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম ১০০ ডলাৰতকৈও অধিক হৈ পৰিছে ৷ ৰাছিয়া আৰু চৌদী আৰৱেই হ’ল খাৰুৱা তেল সৰ্বাধিক পৰিমানে মজুত থকা দুখন দেশ ৷ ৰাছিয়াৰ পৰাই সমগ্ৰ বিশ্বলৈ…

ৰাছিয়াৰ আক্ৰমণ : ইউক্ৰেইনৰ পাঁচটা আহ্বান

ৰাছিয়াৰ মিছাইল আক্ৰমণত ইউক্ৰেইনৰ কেবাটাও প্ৰান্ত ধ্বংসস্তুপত পৰিণত হৈছে ৷ এনে পৰিস্থিতিত ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী দিমিত্ৰো কুলেবাই বিশ্ব সমুদায়লৈ পাঁচটা বিশেষ আহ্বান জনাইছে ৷ তেওঁ কয় যে ইউক্ৰেইনে নিজৰ সুৰক্ষা নিশ্চিত কৰিব আৰু যুদ্ধত বিজয়…

যুদ্ধ : ৰাছিয়াক মুকলি সকীয়ণি আমেৰিকাৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পাছতে জাঙুৰ খাই উঠিছে আমেৰিকা আৰু নাটো ৷ পুটিনৰ নাম নোলোৱাকৈ আমেৰিকাই ইয়াৰ মূল্য ভৰিব লাগিব বুলি সকীয়াই দিছে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইদেনে ৰাছিয়াৰ এই পদক্ষেপক নিন্দা…

ৰাছিয়াৰ মিছাইল আক্ৰমণত নিহত ইউক্ৰেইনৰ ৮ নাগৰিক

আজি পুৱা ৮ বজাৰ লগে লগে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে ৷ এই মিছাইল আক্ৰমণত ৮ জন লোকৰ মৃত্যু হয় ৷ ইফালে , ইউক্ৰেইনে ৰাছিয়াৰ ৬ খন যুঁজাৰু বিমান ভূপতিত কৰাৰ দাবী কৰিছে ৷ সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি , ৰুছ সেনাই ইতিমধ্যে ইউক্ৰেইনৰ…

এইবাৰ আমেৰিকাৰ ৰোষত পৰিব নেকি যোগী আদিত্যনাথ?

https://www.youtube.com/watch?v=w-9vzyp5IXI এনকাউন্টাৰৰ বিচাৰ হব এইবাৰ আমেৰিকাত৷শেহতীয়া সময়খিনিত অসমত সংঘটিত হৈছে প্ৰায় ৮০ ৰো অধিক এনকাউন্টাৰ৷এনকাউন্টাৰত প্ৰাণ গৈছে বহুকেইজন অভিযুক্তৰো৷কেইবাটাও এনকাউন্টাৰ সোমাই পৰিছে বিতর্ক…