বোকা চফা কৰা বিষয়া নিজেই ‘বোকা’ত সোমাল
GMCৰ বোকা নিষ্কাষণ কেলেংকাৰীত জড়িত ৮ বিষয়াক গ্ৰেপ্তাৰ কৰিছে CM ভিজিলেঞ্চে। গুৱাহাটী পৌৰ নিগমত কোটিটকীয়া বোকা নিষ্কাষণ কেলেংকাৰীৰ তদন্ত চলাইছিল চিএম ভিজিলেঞ্চে। আজি অৰ্থাৎ শুকুৰবাৰে CM ভিজিলেঞ্চে গ্ৰেপ্তাৰ কৰিলে অভিযন্তা, OSD সহ মুঠ ৮জনকৈ…