উদুলি মুদুলি শিৱসাগৰ কলেজৰ পদূলি
উদুলি মুদুলি হৈ পৰিছে শিৱসাগৰৰ ঐতিহাসিক জয়সাগৰ পুখুৰী পাৰ।এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ পুখুৰী জয়সাগৰ পুখুৰীৰ পাৰতে অৱস্থিত উজনি অসমৰ উচ্চ শিক্ষাৰ এক অন্যতম প্ৰাণ কেন্দ্ৰ শিৱসাগৰ মহাবিদ্যালয়।এইখন মহাবিদ্যালয়ে সম্পূৰ্ণ কৰিলে মহাৰজত বৰ্ষ।সেইবাবেই…