ধন ল’বলৈ গৈ নহয়,দিবলৈ গৈহে খেদা খালে বিধায়কে
ভোটাৰক ধন বিতৰণ কৰিবলৈ যোৱা বিহপুৰীয়াৰ বিধায়ক অমিয় ভূঞাক ৰাইজে দিলে পহুখেদা।দেউৰী পৰিষদীয় নিৰ্বাচনৰ ১৯ নং কিনাপথাৰ সমষ্টিত সংঘটিত হৈছে এই ঘটনা। সমষ্টিটোৰ পানবাৰী নবোদয় বালিকা বিদ্যালয় ভোটকেন্দ্ৰৰ সন্মুখত বিধায়কগৰাকী উপস্থিত হৈ ভোটাৰৰ মাজত…