সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মেনেজাৰেই আছিল ডকাইত?

বঙালমৰাৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডই লৈছে নতুন মোৰ। ইণ্ডিয়ান অইলৰ মেনেজাৰ কমল সিঙে কালি বঙালমৰাৰ ষ্টেট বেংকত ধন জমা থবলৈ অহাৰ পৰত বেংকৰ চৌহদৰ পৰাই পিষ্টল দেখুৱাই দুই দুবৃত্তই পাঁচ লাখ পঞ্চাশ হাজাৰ টকা লুটি নিয়াৰ অভিযোগ তুলিছিল। ঘটনাটো সংঘটিত…

এনেই জে’লৰ ভাত নহ’ব,কিবা শিকিব লাগিব !

কাৰাবন্দী হিচাপে থকা লোকৰ বাবে বৃত্তিমূলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।অৱশ্যে ন্যায়ালয়ৰ এই নিৰ্দেশ যিসকলে এনে প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ ইচ্ছুক সেই সকলৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব।অলপতে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক…

কুঁৱলীয়ে প্ৰাণ ল’লে ৫ জনৰ

তেজপুৰৰ এক বিবাহ অনুষ্ঠানত অংশ ল'বলৈ অ’ৰা গাড়ীৰে তেজপুৰলৈ গৈ আছিল ৫ জনীয়া যুৱকৰ এক দল।এএছ ০৫ কিউ ২৬৪৩ নম্বৰৰ AURA বাহনখন বোকাখাটৰ পৰা তীব্ৰ বেগত তেজপুৰ দিশে গৈ থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই কলিয়াবৰ-তেজপুৰ সংযোগী ৩৭ নং(ক) চাৰিলেনযুক্ত…

ভাওলাগুৰীত স্বাস্থ্য শিবিৰ

বঙাইগাঁও জিলাৰ ভাওলাগুৰী নগৰীয়া স্থাস্থ্য কেন্দ্ৰত আজি এক স্থাস্থ্য শিৱিৰ অনুষ্ঠিত হয় ।মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উৎসৱ সমগ্ৰ ৰাজ্যৰ উপৰিও দেশৰ বিভিন্ন প্ৰান্তত পালিত হৈ থকাৰ সময়তে ইয়াৰ লগত সংগতি ৰাখি আজি বঙাইগাঁও জিলা…

উচ্ছেদৰ বিৰুদ্ধে গৰ্জন কৃষক মুক্তিৰ

খিলঞ্জীয়া লোকক উচ্ছেদ কৰা কাৰ্য বন্ধ কৰাৰ দাবীত ডিব্ৰুগড়ত আজি 'খিলঞ্জীয়া গৰ্জন' কাৰ্যসূচী হাতত লোৱা হয়।নামদাং অঞ্চলৰ খিলঞ্জীয়া লোকৰ ওপৰত চলোৱা উচ্ছেদ বন্ধ কৰাৰ দাবীত ডিব্ৰুগড়ত 'খিলঞ্জীয়া গৰ্জন' কাৰ্যসূচী আজি অনুষ্ঠিত হয়। জিলা উপায়ুক্ত…

ব্ৰাহ্মণ বিদেশী নেকি?

'ব্ৰাহ্মণ বিদেশী'। 'এই কথা ডি এন এৰ প্ৰতিবেদনে কৈছে' । 'ব্ৰাহ্মণ সকলে জাতিৰ ভাগ কৰিছে' । 'ব্ৰাহ্মণ সকল ভাৰতৰ মূল নিবাসী নহয়' । 'আমাক বিদেশীয়ে এতিয়াও শাসন কৰি আছে' । অসমৰ মুখ্যমন্ত্ৰীক ডি এন এ পৰীক্ষা কৰিবলৈ আহ্বান অনুসূচিত জাতি…

মিছা বিক্ৰী কৰে ৰাজনীতিকে

নিৰ্বাচন যিমানেই ওচৰ চাপিছে সিমানেই মূল জ্বলন্ত সমস্যাৰ পৰা ফালৰি কাটিছে ৰাজনৈতিক দলসমূহে।ৰাজনৈতিক দলৰ নেতা সকলে জানে কি কৌশলেৰে সহজ সৰল ভোটাৰক আকৰ্ষণ কৰিব পাৰি।মিছা বিক্ৰী কৰি খায় ৰাজনীতিকে।এই কথা সকলোৱে জানে যদিও কিন্তু ভোটাৰ সময়ত সদায়…

নৃশংস প্ৰেম

প্ৰাক্তন প্ৰেমিকাক টুকুৰাটুকুৰ কৰিলে প্ৰেমিকে।প্ৰেমিকাৰ মৃতদেহ কাটি পেলাই দিলে কুঁৱাত ।বিগত ৯ নবেম্বৰৰ ঘটনা এয়া।প্ৰেমিকৰ নাম প্ৰিন্স যাদৱ। হত্যাকাণ্ডৰ ঘটনাটো কেতিয়া সংঘটিত হৈছিল তাৰ সঠিক তথ্য নাই আৰক্ষীৰ হাতত।সৌভাগ্যৰ বিষয় এয়ে যে হত্যাকাৰী…

খঙত অগ্নিশৰ্মা এগৰাকী সাংসদ,কিন্তু কিয়?

ভাৰত জোড়ো যাত্ৰা সম্পৰ্কত মন্তব্য দিবলৈ গৈ ৰাহুল গান্ধীক কঠোৰ সমালোচনা কৰিছে সাংসদ সঞ্জয় ৰাৱটে।শিৱসেনাৰ মুখপত্ৰ 'চামনা’ৰ সাপ্তাহিক স্তম্ভত ৰাহুল গান্ধীয়ে ছাভাৰকাৰক সমালোচনা কৰাটো বন্ধ কৰিব লাগে বুলি কয় সঞ্জয় ৰাৱটে।অলপতে 'ভাৰত জোড়ো' যাত্ৰা…