সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সোণগুটি নাই,তথাপিও আনন্দ কামপুৰত

আঘোণ মানেই কৃষকৰ সপোন পুৰণ হোৱাৰ সময় ।পুনৰ আহিছে আঘোণ। সোণগুটিৰে পথাৰ সোণোৱালী হোৱাৰ সময়। দাৱনীৰ কাঁচীৰ কেচ কেচ শব্দ আৰু কৃষকে ধানৰ ডাঙৰী কঢ়িয়াই নি পিঠি কান্ধ বিষ কৰাৰ সময় ।আঘোণৰ সোণগুটি সোণোৱালী হৈ পৰা আঘোণৰ পথাৰে ৰিঙিয়াই মাতে চহা কৃষক…

অসমে পাহৰিলে,তিতাবৰবাসীয়েহে সোঁৱৰিলে তৰুণ গগৈক

জন নেতা তৰুণ গগৈৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী পালন। তিতাবৰ ৰাজীৱ ভৱনৰ প্ৰাঙ্গণত নাম প্ৰসঙ্গ।অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী 'পদ্মভূষণ' সন্মানেৰে বিভূষিত তৰুণ গগৈৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী আজি তিতাবৰত পালন কৰা হৈছে।এই উপলক্ষে তিতাবৰ ৰাজীৱ ভৱনত আয়োজন…

১২ বিজেপি বিধায়কক নিলম্বন

ভাৰতীয় জনতা পাৰ্টিয়ে মুঠ ৪২ জন বিধায়কক এইবাৰ নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে।নতুন মুখৰ লগতে কংগ্ৰেছৰ পৰা নতুনকৈ বিজেপিত যোগদান কৰা লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰাত ক্ষোভিত হৈছে পুৰণা বিজেপি নেতা-কৰ্মী।পুৰণি বিজেপিৰ গৰিষ্ঠসংখ্যকেই আগন্তুক…

ধন লৈ ‘ভাৰত জোড়ো’ত পূজা ভাট?

'ভাৰত জোড়ো' যাত্ৰাত অংশগ্ৰহণ কৰা চলচ্চিত্ৰ অভিনেতা,অভিনেত্ৰী সকলক কংগ্ৰেছে ধন দি ৰাহুল গান্ধীৰ লগত পদযাত্ৰা কৰোৱা বুলি অভিযোগ তুলিছে বিজেপিয়ে।উল্লেখযোগ্য যে অভিনেত্ৰী পূজা ভাট,ৰিয়া সেন আদিয়ে ৰাহুল গান্ধীৰ লগত পদযাত্ৰাত অংশ লৈছিল আৰু তাকে লৈ…

পৰম্পৰাগত খেলত ব্যস্ত সকলো

বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত পৰম্পৰাগত ৰচী টনা, টেকেলী ভঙা আৰু তেল সনা খুঁটাত বগোৱা প্ৰতিযোগিতা অনুষ্ঠিত হয়।সাংবাদিকৰ লগতে চৰকাৰী প্ৰতিটো বিভাগ, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে এই…

‘মাচাজ’হে আছিল সেয়া !

দিল্লীৰ এগৰাকী মন্ত্ৰী সত্যেন্দ্ৰ জৈনে কাৰাগাৰত মাচাজ লোৱাৰ ভিডিঅ’ ভাইৰেল হৈছিল যিটোক লৈ দেশৰ ৰাজনীতি গৰম হৈ পৰিছিল।কাৰাগাৰৰ কাৰাবন্দীক মাচাজ দি লাহবিলাহৰ জীৱন যাপনৰ সুবিধা দিয়াৰ পৰম্পৰা নাই।বিজেপিৰ তীক্ষ্ণ সমালোচনাৰ পৰা হাত সাৰিবলৈ আপ দলে…

জোপা-খোপা ক’ৰবাত ধৰি হ’লেও বিজেপিক লাগে গাদী

গুজৰাটত বিজেপিৰ অৱস্থা তথৈৱচ ! আম আদমী পাৰ্টিৰ নতুন ৰণকৌশলত বিধ্বস্ত হৈছে নেকি বিজেপি? জোপাত পাৰিলে জোপাত,খোপাত পাৰিলে খোপাত ধৰিছে বিজেপিয়ে !প্ৰচাৰৰ কৌশল হিচাপে লৈছে এইবাৰ শিশুক শিশুক নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰত নিষেধাজ্ঞা আছে যদিও কেৰেপ…

গীত লিখি অভিলেখ সীমান্তৰ

গীত বহুতেই লিখে কিন্তু এনেকুৱা গীত লিখাটো সহজ নহয়।এনেকুৱা এক কঠিন গীত লিখিয়েই বিশ্ব জয় কৰিলে বিশ্বনাথৰ সীমান্তই।ইণ্ডিয়া বুক অব ৰেকৰ্ডছত স্থান লাভ কৰিছে বিশ্বনাথৰ এজন ব্যক্তিৰ।৪২ খন অসমীয়া চলচ্চিত্ৰৰ নামৰে লিখিছিল এটা গীত৷ আদৰ্শ গীত হিচাপে…

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ক্ষেত্ৰৰ ৪৫ গৰাকী‌ বিশিষ্ট ব্যক্তিলৈ JAFA Achiever Award-২০২২

গুৱাহাটী: ৰাজ্যৰ সাংবাদিক -সংবাদকৰ্মীৰ উমৈহতীয়া মঞ্চ জাৰ্ণেলিষ্ট এচোছিয়েশ্যন ফৰ আসাম চমুকৈ জাফাই আজি JAFA Achiever Award-২০২২ ৰ বঁটা প্ৰাপকৰ নাম সমূহ ঘোষণা কৰে ।জাফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী, কাৰ্যকৰী সভাপতি পংকজ ডেকা ,…

বিহু সম্পৰ্কীয় চিন্তন বৈঠক সম্পন্ন কেইবাটাও প্ৰস্তাৱ গ্ৰহণ

বিহু কৃষ্টি পৰিষদ,অসমৰ উদ্যোগত, কামৰূপ মহানগৰ জিলা সমিতিৰ সহযোগত আৰু মডাৰ্ণ ইংলিচ স্কুলৰ আতিথ্যত যোৱা ২০ নৱেম্বৰত অসমৰ বিভিন্ন বিভিন্ন দল- সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত বিহু পৰিৱেশ্য কলা বিষয়ক এখনি চিন্তন বৈঠক অনুস্থিত হয়।সভাখন সঞ্চালনা কৰে…