সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভাৰতলৈ অহাত বাধা চলচ্চিত্ৰ নিৰ্মাতাক

গোৱাত অনুষ্ঠিত হৈ থকা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত এজন চলচ্চিত্ৰ নিৰ্মাতাক উপস্থিত থকাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে ইৰাণ চৰকাৰে। 'এ মাইনৰ' নামৰ চলচ্চিত্ৰখনৰ নিৰ্মাতা ৰেজা ডৰমিছিয়ানৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা আৰোপ কৰিছে ইৰাণ চৰকাৰে।…

‘দিল্লীৰ ল’ৰাজন’ক লৈ কাৰ্টুন বিজেপিৰ

'দিল্লী কা লড়কা' নামৰ এটা ছিৰিজ মুকলি কৰিছে বিজেপিয়ে। ইয়াৰ উদ্দেশ্য আপৰ বিফলতা সমূহ পৌৰ নিৰ্বাচনৰ আগতে জনতাৰ সন্মুখত দাঙি ধৰা। পৌৰ নিৰ্বাচনৰ প্ৰায় এটা সপ্তাহ আগতে বিজেপিয়ে খুলিব খুজিছে আপৰ 'মুখা'। “ আপ চৰকাৰৰ ধন দি চলোৱা প্ৰচাৰ অভিযানৰ…

প্ৰতিভাৰ সন্ধানত ব্যস্ত বড়ো ছাত্ৰ সন্থা

ওদালগুৰি জিলাৰ মাজবাটত নিখিল বড়ো ছাত্র সন্থাৰ কেন্দ্রীয় সমিতি আৰু ওদালগুৰি জিলা সমিতিৰ উদ্যোগত প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত হয়। আজি অনুষ্ঠিত প্ৰতিভা সন্ধানী পৰীক্ষাৰ কেন্দ্র সমূহ হৈছে নাহেৰুৱা হাইস্কুল, মাজবাট কলেজ, জিংগাবিলৰ আছৰাবাৰীৰ…

গৃহৰক্ষী মানে ‘কলীয়াপানী’ত চাকৰি !

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যিমানেই সফলতাৰ ঢাকঢোল নবজাওক,তেওঁৰ দায়িত্বত থকা গৃহবিভাগৰ গৃহৰক্ষীয়ে খোৱা পানী,চিকিৎসা আদিৰ অভাৱত নিৰ্বাসনত থকাৰ দৰে দিন অতিবাহিত কৰিবলগীয়া হয়।অসম মেঘালয় সীমান্তত খাছী দুৰ্বৃত্তৰ হাতত নিহত গৃহৰক্ষী জোৱান…

উন্নয়নৰ নহয়,ভিডিঅ’ৰ ৰাজনীতি !

আপৰ কাৰাবন্দী মন্ত্ৰী সত্যেন্দ্ৰ জৈনে কাৰাগাৰত বিলাসী জীৱন কটোৱাৰ এক শেহতীয়া ভিডিঅ’ ভাইৰেল হৈছে মন্ত্ৰীজনৰ এই ভিডিঅ’টোক লৈ বিজেপিয়ে কঠোৰ সমালোচনা কৰিছে আপক ! বিজেপিৰ এই কঠোৰ সমালোচনাৰ প্ৰত্যুত্তৰত আপ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ…

বিফলতা ঢাকিবলৈ ‘বনবীৰ’ উপাধি প্ৰদান !

সুদীৰ্ঘ ৫ টা দিনৰ অন্তত অসম মন্ত্ৰীসভাৰ সদস্য সকলৰ লগতে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ সদস্যসকলো দিল্লীৰ পৰা আহি গুৱাহাটীত ভৰি থয়হি শনিবাৰে। গুৱাহাটীত উপস্থিত হৈয়ে মৃত বনকৰ্মী বিদ্যাছিং লেকথেৰ ঘৰত উপস্থিত হয়গৈ মুখ্য কাৰ্যবাহী তুলিৰাম…

সেনাক অপমান কেজৰিৱালৰ !

গুজৰাট বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰত অংশ লৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সন্ত্ৰাসবাদৰ সমৰ্থক বুলি অভিহিত কৰে।২০১৬ চনত পাকিস্তানত ভাৰতীয় সেনাই চলোৱা আক্ৰমণৰ প্ৰমাণ বিচৰাৰ বাবে এনেদৰে…

হিন্দুৰ প্ৰতি বিদ্বেষ !

দেশৰ ৫০ লাখ লোকে ত্যাগ কৰিব হিন্দু ধৰ্ম।অসমৰো বহু লোকে ত্যাগ কৰিব হিন্দু ধৰ্ম।অসমসহ ৫ ৰাজ্যৰ ৫০ লাখ লোকৰ দাবী হিন্দু তেওঁলোকৰ ধৰ্ম নহয় ।হিন্দু নহয়, অইন ধৰ্মহে বিচাৰে দেশৰ ৫০ লাখ লোকে । দেশৰ ৫০ লক্ষ লোকে হিন্দু ধৰ্ম ত্যাগ কৰিব বিচাৰে। হিন্দু…

বিদ্যুত বিভাগৰ অস্থায়ী কৰ্মীক নিৰ্যাতন

অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ পেঞ্চনাৰ ভৱনত আছাম ষ্টেট আউটচৰ্চ পাৱাৰ ৱৰকাৰ্চ ইউনিয়নে আয়োজন কৰিলে সাধাৰণ সভা। শক্তিখণ্ডৰ অস্থায়ী বিদ্যুৎ কৰ্মচাৰী সকলৰ যৌথ মঞ্চ Assam State Outsource Power Worker Union এ অসমৰ শক্তি খণ্ডৰ অস্থায়ী বিদ্যুৎ কৰ্মীৰ…

সীমান্তত উলংঘা মানৱাধিকাৰ !

'মানৱাধিকাৰ ভংগ কৰিছে অসম আৰক্ষীয়ে '-এই অভিযোগ মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ । অসম -মেঘালয় সীমান্তৰ গুলীচালনাৰ ঘটনাত অসম আৰক্ষীয়ে ভংগ কৰিছিল মানৱ অধিকাৰ। মঙলবাৰে সংঘটিত ঘটনাত মেঘালয়ৰ ৫জন লোক নিহত হৈছিল। অসমৰ এগৰাকী গৃহৰক্ষী জোৱানৰো মৃত্যু হৈছিল…