Browsing Category
বিশ্ব
শ্বেয়াৰ বজাৰত বৃহৎ লোকচান ফেচবুক (মেটা)
বৃহস্পতিবাৰে শ্বেয়াৰ বজাৰত বৃহৎ লোকচানৰ সন্মুখীন ফেচবুক (মেটা)। মাৰ্ক জোকাৰবাৰ্গৰ সম্পত্তিৰ ২৪ বিলিয়ন ডলাৰ লোকচান শ্বেয়াৰ বজাৰত। এদিনতে ২৬ শতাংশ হ্ৰাস মেটাৰ শ্বেয়াৰৰ মূল্য। ২০০৪ চনৰ পৰা বৰ্তমানলৈকে শ্বেয়াৰ বজাৰত ফেচবুকৰ এয়াই বৃহৎ লোকচান।…
বেইজিঙ শীতকালীন অলিম্পিক বহিস্কাৰ আমেৰিকাৰ লগতে আন চাৰি দেশৰ
আজি চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে উদ্বোধন কৰিব ৰাজধানী বেইজিঙত অনুষ্ঠিত হ'বলগীয়া শীতকালীন অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান।
উল্লেখনীয় যে আমেৰিকাৰ লগতে আন চাৰিখন দেশে বহিস্কাৰ কৰিছে এইবেলিৰ বেইজিঙ শীতকালীন অলিম্পিক । জিনজিয়াঙ অঞ্চলত উইঘুৰৰ জনবসতিৰ…
কোভিড ভেকচিন বাধ্যতামূলক কৰি ৰাজধানী এৰি পলাবলৈ বাধ্য হ’ল কানাডাৰ প্ৰধানমন্ত্ৰী-
https://www.youtube.com/watch?v=jajvEADCYo4
‘নিওকোভ’ আহিছে : কিমান ভয়াৱহ ‘নিওকোভ’?
কোভিডৰ এক নতুন সংস্কৰণ “নিওকোভ”ৰ উপস্থিতি দক্ষিণ আফ্ৰিকাত ধৰা পৰা বুলি সদৰী কৰিছিল চীনৰ এদল বিজ্ঞানীয়ে ৷ তেওলোকৰ মতে বৰ্তমান কেৱল জীৱ- জন্তুৰ মাজত এই ভাইৰাছ সংক্ৰমিত হৈ আছে যদিও অদূৰ ভৱিষ্যতে ই ভয়াৱহ ৰুপ ল’ব পাৰে ৷ চীনৰ বিজ্ঞানীৰ এই সকীয়ণিৰ…
ক’ভিডৰ নতুন ভেৰিয়েন্টৰ তথ্য
সমগ্ৰ বিশ্বতে আতংক সৃষ্টি কৰা ক’ভিডৰ ডেল্টা আৰু অ’মিক্ৰন ভেৰিয়েণ্টৰ পিছতেই BA.2 নামৰ এটা নতুন ভেৰিয়েণ্ট পোহৰলৈ আহিছে। মধ্য প্ৰদেশৰ ইন্দোৰত অ’মিক্ৰনৰ চাব-ভেৰিয়েণ্ট বিএ-2 পোহৰলৈ আহিছে। ইতিমধ্যে মধ্য প্ৰদেশত BA- 2 ভেৰিয়েণ্টত ১৬ জন লোকক দেহত…
ধনীৰ সম্পত্তি বাঢ়িছে,দুখীয়াৰ আয় কমিছে৷ তাৰমাজতে কেনেকৈ দেশত লেম্ব’ৰগিনিৰ বিক্ৰী বাঢ়িছে?
২০২১ চনত ভাৰতত অভিলেখসংখ্যক ভাবে বৃদ্ধি পালে বিলাসী বাহন লেম্বৰগিনিৰ বিক্ৰী৷পূর্বৰ বর্ষতকৈ ২০২১ বর্ষত ৮৬ শতাংশ বৃদ্ধি পালে লেম্বৰগিনিৰ বিক্ৰী৷উল্লেখনীয় যে,বিলাসী বাহন লেম্বৰগিনিৰ মুল্য আৰম্ভ হয় প্ৰায় ৩ কোটিৰ পৰা৷কিন্তু সেই একেখিনি সময়তে চৰম…
ব্ৰিটেইন স্বাভাৱিক হ’ল , মহাৰাষ্ট্ৰত পাঠদান চলিব , অসমত কি হোৱা উচিত ?
বুধবাৰৰ দিনটোত দেশখনত কোভিডত আক্ৰান্ত হৈছিল ১ লাখ ৮ হাজাৰ নাগৰিক ৷মৃত্যু হৈছিল ৩৫৯ গৰাকী লোকৰ ৷ কিন্তু সেই দিনটোতে দেশখনৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিলে যে বিদ্যালয়সমূহ খুলি দিয়া হ’ব ৷ শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীয়ে মাষ্ক পিন্ধাৰ কোনো প্ৰয়োজন নাই…
টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাৰ অৱসৰ ঘোষণা
ভাৰতৰ মহিলা টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাৰ অৱসৰ ঘোষণা। সকলো ধৰণৰ টেনিছ খেলৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰে ছানিয়া মিৰ্জাই। ৩৫ বছৰীয়া মিৰ্জাই ২০২২ বৰ্ষৰ শেষৰফালে অৱসৰ গ্ৰহণ কৰিব। অষ্ট্ৰেলিয়ান অপেন ২০২২ৰ পৰা প্ৰথম ৰাউণ্ডতে বাহিৰ হোৱাৰ পিছতেই…
বিমান বন্দৰত ৫ জি সেৱা : আমেৰিকালৈ বিমানৰ উৰণ বন্ধ কিয় ?
আমেৰিকাত আৰম্ভ হোৱা ৫ জি সেৱাৰ বাবে বিমান যাত্ৰী আৰু বিমান সেৱা কোম্পেনীসমূহৰ মাজত হাহাকাৰ লাগিছে ৷ ভাৰতৰ লগতে বিশ্বৰ কেইবাখনো দেশে আমেৰিকালৈ যোৱা বিমানসেৱা স্থগিত ৰাখিছে ৷ যাৰ বাবে বিমানযাত্ৰা ব্যাহত হৈ পৰিছে ৷
পি টি আইৰ বাতৰি অনুসৰি এয়াৰ…
অ’মিক্ৰণৰ নতুন ২০ টা লক্ষণ….
বিশ্বত এতিয়া অ'মিক্ৰনৰ আতংক। ক'ভিডৰ অধিক সংখ্যক ৰোগীৰ দেহত বৰ্তমান অ'মিক্ৰন ভেৰিয়েণ্ট সংক্ৰমিত। শেহতীয়াকৈ অ'মিক্ৰণৰ নতুন ২০ টা লক্ষণৰ বিষয়ে ইংলেণ্ডৰ ZOE ক'ভিড ষ্টাডিয়ে প্ৰকাশ কৰিছে। ক'ভিডৰ ডেল্টা ভেৰিয়ণ্টৰ তুলনাত অ'মিক্ৰণৰ লক্ষণ…