সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ৰাজ্য

যুক্তিবাদী শ্বহীদ জ্যৰ্ডানো ব্ৰুনোৰ স্মৃতিত বৰ্ণাঢ্য কাৰ্যসূচীৰে বোকাখাতত ‘যুক্তি দিৱস’ উদযাপন

যুক্তি বিকাশ সমিতি, অসম, ইলোৰা বিজ্ঞান মঞ্চৰ বোকাখাত শাখা আৰু প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত বোকাখাত জাতীয় বিদ্যালয়ত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে দেওবাৰে যুক্তি দিৱস উদযাপন কৰা হয়। যুক্তি-বিকাশ সমিতিৰ অন্যতম প্ৰতিষ্ঠাপক ড° বৰ্ণালী বৰুৱা দাসে…

গিৰিমল্লিকা শইকীয়ালৈ নুমলী হাজৰিকা সোঁৱৰণী ‘গ্ৰাছ ৱ’মেন এৱাৰ্ড ২০২৪’

প্ৰকৃতিৰ সুৰক্ষাৰ স্বাৰ্থত জন্ম লোৱা আৰু উজনি অসমত সেউজ বিপ্লৱ গঢ়ি তোলা উজনি অসমৰ অন্যতম বে-চৰকাৰী স্বেচ্ছাসেৱী সংগঠন গ্রাছ, বোকাখাতৰ (গ্ৰীণ ৰিভলিউশ্যনেৰী এডমায়াৰেবল চিৰিণ চ'ছাইটি) উদ্যোগত আৰু বোকাখাতৰ প্ৰায় ২০ টা মহিলা সংগঠনৰ সহযোগত…

অসম কন্যা মধুস্মিতাৰ সাফল্যঃ JEE মেইনচত ছাত্ৰীৰ ভিতৰত তৃতীয় স্থান দখল

অসমৰ বাবে এক গৌৰৱৰ ক্ষণ।পুনৰ এবাৰ ৰাষ্ট্ৰীয় স্তৰত প্ৰমাণিত হ’ল যে অসমত প্ৰতিভা তথা কৃতিমানৰ অভাৱ নাই। শেহতীয়াকৈ বহৰি সত্ৰৰ কৃতি শিক্ষাৰ্থী মধুম্মিতা তালুকদাৰে প্ৰমাণ কৰি দেখুৱালে যে চেষ্টা কৰিলে অসাধ্য বুলি একো নাই। ২০২৪চনৰ IIT জে ই ই মেইনচ…

প্ৰতিদিনে অসমে লৈছে ৫৯ কোটিৰ ঋণ হেলিকপ্তাৰত প্ৰতিদিনে ব্যয় ৬ লাখ টকা

ৰাজ্যখনক ঋণত ডুবাই অসম চৰকাৰে কৰা হেলিকপ্তাৰ বিলাসিতাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে অসম বিধানসভাৰ মজিয়াত । বিধায়ক অখিল গগৈৰ প্ৰশ্নৰ বিপৰীতে অসম চৰকাৰে দাখিল কৰাৰ তথ্যৰ পৰাই উন্মোচন হৈছে ৰাজ্যৰ অৰ্থনীতিৰ ফোপোলা স্বৰূপ । এক প্ৰশ্নৰ উত্তৰত…

আপাদমস্তক দুৰ্নীতিত নিমজ্জিত এপেক্স বেংক : ৰিজাৰ্ভ বেংকলৈ লিখা পত্ৰত বিস্ফোৰক অভিযোগ 

আপাদমস্তক দুৰ্নীতিত পোত খাই পৰিছে অসম কো – অপাৰেটিভ এপেক্স বেংক লিমিটেড । বেংকটোৰ শ্বেয়াৰ হোল্ডাৰ আৰু কেইবাগৰাকীও গ্ৰাহকে ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু নাবাৰ্ডৰ মুখ্য প্ৰবন্ধকলৈ লিখা পত্ৰত উন্মোচন হৈছে বেংকটোৰ ভিতৰচ’ৰাত সংঘটিত এটাৰ পাছত আনটো…

বৰপেটা লোকসভা সমষ্টিত বিজয়ৰ লক্ষ্য তৃণমূল কংগ্ৰেছৰ

নলবাৰী জিলাত ক্ৰমাৎ শক্তিশালী হৈ উঠিছে তৃণমূল কংগ্ৰেছ দল। জিলাখনৰ তিনিওটা বিধান সভা সমষ্টিৰ অন্তৰ্গত আটাইকেইটা ব্লক সমিতি গঠন কৰি দলটোৱে সাংগঠনিক ভেটি মজবুত কৰি তুলিছে। নলবাৰী জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি জিৎমণি শৰ্মাৰ নেতৃত্বত দলটোৱে…

বিমান বিলাসঃ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰতিক্ৰিয়া আৰু আমাৰ প্ৰত্যাহ্বান

‘দ্য ক্ৰছকাৰেণ্ট’ আৰু ‘দ্য ৱায়াৰ’য়ে প্ৰকাশ কৰা মুখ্যমন্ত্ৰীৰ বিমানযাত্ৰা সম্পৰ্কীয় বাতৰি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ‘এক্স’যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰতিটো প্ৰতিক্ৰিয়া সন্দৰ্ভত আমাৰ উত্তৰ আগবঢ়োৱা হ’ল -…

Exclusive: ৰাজকোষৰ ধনেৰে হেলিকপ্টাৰত উঠি হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

দ্য ক্ৰছকাৰেণ্ট আৰু দ্য ৱায়াৰৰ বিশেষ অনুসন্ধান সংগীতা বৰুৱা পিছাৰৌটি , অৰূপ কলিতা, গৌতম গগৈ গুৱাহাটী, নতুন দিল্লী, ০৩ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ অৰ্থনীতিক ডেৰ লাখ কোটি টকাৰ ঋণত ডুবাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা…

ডিমা হাচাওত কাৰ বাবে অপৰিহাৰ্য হৈ পৰিছে দেবোলাল গাৰ্লোচা?

কেৱল আৰু কেৱল মাত্ৰ সন্দেহৰ ভিত্তিত ইজনৰ পাছত সিজন অসমীয়া যুৱক এনকাউণ্টাৰৰ সন্মুখীন হৈছে ৷ আৰক্ষীৰ গুলীত আহত হৈছে বহু অসমীয়া যুৱক ৷ কিন্তু কঠোৰতাৰ পৰিচয় দিয়া এইখন চৰকাৰৰ দিনত এজন চাৰ্জশ্বীটেড অভিযুক্তই ৰাজভোগ কৰি থকাৰ সুবিধা লাভ কৰিছে ৷…