সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ৰাজ্য

নগাঁৱত যুগল নাট্য সন্ধিয়া

নগাঁৱত বিশ্ব নাট্য দিৱস উপলক্ষে বিশেষ নাট্য সন্ধিয়াৰ আয়োজন কৰা হৈছে।যুগল নাট্য সন্ধিয়াত দুগৰাকীকৈ শিল্পীৰ জৰিয়তে নাট প্ৰদৰ্শন।বিশ্ব নাট্য দিৱসৰ সৈতে সংগতি ৰাখি নগাঁৱত অনুষ্ঠিত হ'ল নাট্য সন্ধিয়া ।নগাঁৱৰ পৰিবেশ্য কলাৰ অন্যতম অনুষ্ঠান…

ভাৰোত্তোলনত চেম্পিয়ন বেদব্ৰত

অসমৰ ক্ৰীড়া ক্ষেত্ৰত ইটোৰ পাছত সিটো সুখবৰ । এইবাৰ বিশ্ব চেম্পিয়নশ্বিপত ভাৰোত্তোলনত অসমীয়াৰ প্ৰথমটো পদক।বিশ্ব যুৱ ভাৰোত্তোলন চেম্পিয়নশ্বিপত উজলি উঠিছে অসমৰ বেদব্ৰত ভৰালী নামৰ যুৱকজন। ইউৰোপ মহাদেশৰ আলবেনিয়াৰ ডুৰেছত অনুষ্ঠিত IWF world…

চৰকাৰী বিষয়াক চিকিৎসকৰ ভাবুকি

এইবাৰ এজন চিকিৎসকে ধুবুৰীৰ সমাজ কল্যাণ কাৰ্য্যালয়ৰ জিলা সমাজ কল্যাণ বিষয়া সূৰ্য বৰুৱাক প্ৰদান কৰিলে ভাবুকি।ভাড়া ঘৰত নিশা ৯ বজাত উপস্থিত হৈ অশ্লীল ভাষাৰে গালি গালাজ কৰাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি দিয়ে চিকিৎসকজনে।কেৱল ভাবুকিয়েই নহয় শাৰীৰিক…

নামঘৰৰ প্ৰতিষ্ঠাতা আছিল মুছলমান,মচি পেলালে নাম

১৯ নং অসম আৰক্ষী বেটেলিয়নৰ নামঘৰৰ পৰা প্ৰতিষ্ঠাপক মুছলেহুদ্দিন আহমেদৰ নাম আঁতৰাই দিয়াক লৈ চিলাপথাৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ণ গোস্বামীয়ে।মুছলেহুদ্দিন আহমেদ এগৰাকী ব্যতিক্ৰমী আৰক্ষী বিষয়া, যিগৰাকী আৰক্ষী বিষয়াৰ কৰ্মই…

লোকসভাৰ পূৰ্বে নহয় সমষ্টি পুনৰ নিৰ্ধাৰণ

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নহ'ব সমষ্টি পুনৰ নিৰ্ধাৰণ ৷''এতিয়াও আছে বহু কাম বাকী৷খৰধৰকৈ কোনো সিদ্ধান্ত ল'ব নোৱাৰি''-মঙলবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি এনেদৰে মন্তব্য কৰে মুখ্য নিৰ্বাচনী আয়ুক্তই।২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে…

সতী জয়মতীক সোঁৱৰিলে শিৱসাগৰীয়াই

আজি সতী জয়মতীৰ ৩৪৪ তম মৃত্যু দিৱস উদযাপন হয় শিৱসাগৰত।সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো উদযাপন কৰা হয় ৩৪৪ তম মহাসতী জয়মতী দিৱস।জয়সাগৰৰ জয়মতী মৈদামত পৰম্পৰাগত আহোম ৰীতি নীতিৰে বানফী পূজা টাই পণ্ডিতৰ দ্বাৰা অনুষ্ঠিত কৰি মহাসতী জয়মতীৰ ৩৪৪ তম স্মৃতি…

‘গামোচা’ৰ খং কমাই নাই

গামোচা বিতৰ্কই জ্বলাকলা খুৱাইছে দল সংগঠনকো।ৰাজ্যৰ থানাই থানাই এজাহাৰ দাখিল দল সংগঠনৰ।শিৱসাগৰ সদৰ থানাত আজি এজাহাৰ দাখিল কৰে জাতীয় সংগ্ৰামী সেনাই।অসমীয়া স্বাভিমানৰ গামোচা খনক অপমান কৰা প্ৰতিগৰাকী ব্যক্তিৰ বিৰুদ্ধে আজি শিৱসাগৰ সদৰ থানাত…

বৰ্ধিত পৌৰকৰ নিদিয়ে ওদালগুৰিবাসীয়ে

বৰ্ধিত পৌৰকৰৰ প্ৰতিবাদত ওদালগুৰিত ৰাজহুৱা সভা।নাগৰিক অধিকাৰ দাবী সমিতি গঠন।ওদালগুৰি পৌৰ সভাই ২০২২ চনৰ ৰ ১ এপ্ৰিলৰ পৰা অভাৱনীয় হাৰত নতুন নিৰিখৰ পৌৰকৰ নিৰ্ধাৰণ কৰাৰ প্ৰতিবাদত সোমবাৰে ওদালগুৰি সাহিত্য সভা ভৱনত সমাজকৰ্মী নৰেশ্বৰ ডেকাৰ…

বিতৰ্কিত গামোচা হৈছে ইছ্যু ডাইভাৰ্টৰ অচিলা !

হয় ,ইয়াৰ অন্তৰালত গভীৰ ৰহস্যৰ গোন্ধ পাইছে সচেতন মহলে।কিয়নো সদায় গুৰুত্বপূৰ্ণ ইছ্যুৰ পৰা জনতাক আঁতৰাই ৰখাৰ বাবে চৰকাৰ তথা তেওঁলোকৰ লালিত পালিত সংবাদগোষ্ঠীয়ে আন এটা বিষয় একে সময়তে উত্থাপন কৰে যিটো বিষয়ক লৈ আৰম্ভ হয় সামাজিক মাধ্যমত…

গামোচা বিতৰ্ক : হুংকাৰ লাচিত সেনাৰ

অসমীয়াৰ স্বাভিমান গামোচাক কৰা অপমানক লৈ সৰৱ বীৰ লাচিত সেনা।শিৱসাগৰ সদৰ থানাত গোচৰ তৰিলে বীৰ লাচিত সেনাই।সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, শিক্ষা মন্ত্ৰী ৰণোজ পেগু, বিজেপি নেতা শিলাদিত্য দেৱ আৰু বঙালী সাহিত্য সভাৰ সভাপতি সম্পাদকৰ বিৰুদ্ধে গোচৰ…