শ্ৰেণী ৰাজ্য

তীব্ৰ সংঘাত অসম বিজেপিত !

অসমত বিজেপিৰ শাসনৰ ইতিমধ্যে ৭ বছৰ সম্পূৰ্ণ হ’বলৈ মাত্ৰ দুটা মাহ বাকী৷নবিজেপি আৰু পুৰণি বিজেপিৰ মাজত সংঘাত ড° হিমন্ত বিশ্ব শৰ্মা দলটোত প্ৰৱেশ কৰা দিনাৰ পৰাই স্পষ্টকৈ প্ৰকাশ পাইছিল।সেই সময়ত ড° হিমন্ত বিশ্ব শৰ্মাক বিজেপিলৈ অহাত বিৰোধিতা কৰিছিল বৰ্তমানৰ কেন্দ্ৰীয়…

‘জীৱন’ হেৰুৱালে কিন্তু উৰ্বশী ভাগৰা নাই …

ধনৰ লোভেও কিনিব নোৱাৰিলে ঊৰ্বশীৰ ভোক, ঊৰ্বশীৰ বিবেক।৩ মহীয়া সন্তানক লৈ তাতবাতি কৰিবলগীয়া হৈছিল ঊৰ্বশীয়ে। প্ৰায় ২ মাহ ধৰি সাহসেৰে যুঁজ দিয়া প্ৰকৃত ঊৰ্বশীয়ে ন্যায় লাভ কৰিবনে?ঊৰ্বশীৰ সেই এজাহাৰক প্ৰথমাৱস্থাতেই কিয় আৰক্ষীয়ে গুৰুত্ব নিদিলে?অসম আৰক্ষীয়ে ক্ষীপ্ৰতাৰে কৰক তদন্ত, জালত পেলাওক…

ধন নাই চৰকাৰৰ,সাংবাদিককো পিন্ধালে ‘টুপী

৩১ মাৰ্চৰ ভিতৰত প্ৰাপ্য ফেল’শ্বিপৰ ধন পাব বুলি আশা কৰিছিল সাংবাদিকসকলে। কিন্ত নাই, ফেল’শ্বিপ লাভ কৰা সাংবাদিকে নাপালে পাবলগীয়া বৃত্তিৰ ধন। সাংবাদিকক মিডিয়া ফেল’শ্বিপ দিয়াৰ নামত অসম চৰকাৰে সংঘটিত কৰিছে এই অদ্ভুত আজৱ কাণ্ড। গৱেষণা পত্ৰ জমা দিয়াৰ পাছতো ফেল’শ্বিপ…

জেছনে পালে মাতৃক

ডিফুৰ ধনশিৰিৰ শিশুগৃহ Mission Concern ৰ ডেৰবছৰীয়া শিশু জেছনক আকোঁৱালি নিজৰ কৰি ললে এগৰাকী বিদেশী মহিলাই।জেছনে লাভ কৰিলে নিজাকৈ এগৰাকী মাতৃ। কণমানিটোৱে লাভ কৰিলে নতুন পৰিচয়। জেছন আজিৰে পৰা পৰিচিত হ’ব জেছন নেলহম নেলছন নামেৰে। কণমানি জেছনক এই নতুন পৰিচয়…

লণ্ডনত উজ্বলিল পুথিচিত্ৰ

লণ্ডনৰ চিত্ৰ প্ৰদৰ্শনীত স্থান লাভ নগঞা শিল্পীৰ চিত্ৰকলাৰ।পুথিচিত্ৰই শুৱনি কৰিছে নেহৰু চেণ্টাৰৰ গেলাৰী।অসমৰ আন তিনি গৰাকী শিল্পীৰ পুথিচিত্ৰয়ো বুটলিছে সমাদৰ।ভাৰতৰ ‘স্বাধীনতাৰ অমৃত মহোৎসৱ’ৰ সৈতে সংগতি ৰাখি লণ্ডনস্থিত ভাৰতৰ হাই-কমিছন আৰু এচ.এম.ডি ফাউণ্ডেশ্যনৰ দ্বাৰা আয়োজিত আন্তৰ্জাতিক চিত্ৰকলা মহোৎসৱত প্ৰদৰ্শিত হৈছে সাঁচিপাতত…

আইনী সজাগতা সমদল ওদালগুৰিত

সামাজিক অপৰাধৰ বিৰুদ্ধে ওদালগুৰিত আইনী সজাগতা সমদল।সামাজিক অপৰাধৰ বিৰুদ্ধে মংগলবাৰে ওদালগুৰি চহৰত এক আইনী সজাগতা সমদল উলিওৱা হয়।গুৱাহাটী উচ্চ ন্যায়লয়ৰ প্লেটিনাম জুবিলী ( PLATINUM Jubilee).উপলক্ষে ওদালগুৰি জিলা আৰু সত্ৰ ন্যায়ধীশ আদালতৰ উগ্যোগত উলিওৱা হয় আইনী সজাগতা।ওদালগুৰি বিষ্ণু কৃষ্টি সংঘ প্ৰাংগনৰ…

পিষ্টলসহ গ্ৰেপ্তাৰ ২জন

ক্ৰিকেটাৰৰ বেশত আৰক্ষীয়ে চলাইছিল অভিযান৷নগাঁৱৰ বৰঘাটত 7.5 পিষ্টল, পাঁচ জাঁই সজীৱ গুলী উদ্ধাৰ।লগতে কৰায়ত্ত হ’ল নাগালেণ্ডৰ দুই অস্ত্ৰ সৰবৰাহকাৰী। নগাঁৱৰ বৰঘাটৰ SIMS হাস্পতালৰ ওচৰত গোপন সূত্ৰৰ পম খেদি নগাঁও আৰক্ষীয়ে কৰায়ত্ত কৰে পিষ্টল, গুলী সহ দুই অস্ত্ৰ সৰবৰাহকাৰীক।অপৰাধ শাখাৰ অতিৰিক্ত…

ৰাষ্ট্ৰীয় ঘাইপথৰ নামত মৰণফান্দ

কাৰ্বি আংলংৰ ডেনগাঁৱত নিৰ্মীয়মান অৱস্থাতে খহিল কাৰ্বি আংলঙৰ মাজেৰে যোৱা ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথ।চাৰিলেনযুক্ত পথৰ দুৰাৱস্থাই উদঙাই দিছে Apex নামৰ কোম্পানীৰ দুৰ্নীতিৰ নমুনা।পথ নিৰ্মাণৰ পিছতেই জহি খহি গৈছে ডেনগাঁৱৰ নৱনিৰ্মিত ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথ।নিৰ্মীয়মান পথটোৰে বাহন চলাচল কৰোতেই পথৰ মাজৰ…

অপৰাধীক বিচাৰি আক্ৰমণৰ সন্মুখীন আৰক্ষী

যোৰহাট পুলিবৰ আৰক্ষী থানাৰ ৫ জন আৰক্ষীক আক্ৰমণ কৰে দুৰ্বৃত্তই।যোৱা নিশা পুলিবৰ আৰক্ষীৰ এটা দল অপৰাধীক কৰায়ত্ত কৰিবলৈ ৰাওনা হৈছিল পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰহুজ গাঁওলৈ।তাৰ পিছত আৰক্ষী কামত বাধা দি বৰহুজ গাঁওৰ তিনিজনীয়া এটা দলে আৰক্ষী গাড়ীত চোকা অস্ত্ৰৰে…

ভাওনা নহয় ভেকোভাওনা এইবাৰ !

টেটোন তামুলীৰ ভাওনাৰ পিছত এইবাৰ টেটোন তামুলীৰ ভেকোঁভাওনা ।নগাঁৱত শাক-পাচলিৰ মহিলা ব্যৱসায়ীৰ দ্বাৰা শুভমুক্তি নতুন হাস্যমধুৰ ৱেব চিৰিজৰ।টেটোন তামুলীৰ ভাওনাৰ অভূতপূৰ্ব সফলতাৰ পিছত এইবাৰ লকৈ এণ্টাৰটেইনমেণ্টে প্ৰস্তুত কৰি উলিয়াইছে হাস্যমধুৰ ৱেব চিৰিজ টেটোন তামুলীৰ ভোকোঁভাওনা । সোমবাৰে ইউ টিউব চেনেলত…