শ্ৰেণী ৰাজ্য

২০ হাজাৰেহে পাব নিযুক্তি !

‘যদি সাহস আছে, ৪৪,৭০৩ গৰাকী নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰ নাম ৰাজহুৱা কৰক মুখ্যমন্ত্ৰীয়ে!২৫ মে’ত নিযুক্তি পাব ২০ ৰ পৰা ২৫ হাজাৰ মানুহে !অসম আত্মনিৰ্ভৰশীল হোৱাৰ কথা আছিল ৷খাদ্য শস্য, মাছ, মুৰ্গী, গাহৰি, গাখীৰ, উদ্যান শস্যত অসমক বানমুক্ত কৰিবলৈ কোৱা হৈছিল…

ট্ৰেইন টু হাইদৰাবাদঃ উদং হৈছে অসমৰ শ শ গাঁও

২৫ মে’, গুৱাহাটী ২১ মে’ ২০২৩, দেওবাৰ৷ গুৱাহাটী ৰেলৱে ষ্টেচনৰ ৪ নম্বৰ প্লেটফর্মত হাইদৰাবাদ অভিমুখে ৰাওনা হ’বলৈ সাজু হৈ আছে ১৫৪০৩৯ নম্বৰৰ ৰে’লখন৷ পূৱা ৬ বজাত সেইখন ৰে’লত উপস্থিত হ’লগৈ ‘দ্য ক্ৰছকাৰেণ্ট’ৰ প্ৰতিনিধি৷ গুৱাহাটী-হাইদৰাবাদ অভিমুখী ৰে’লৰ দবাই দবাই ‘দ্য ক্ৰছকাৰেণ্ট’ৰ…

গুৱাহাটী প্ৰেছ ক্লাৱত সংঘাত জৰ্জৰিত মণিপুৰত শান্তিৰ আহ্বানেৰে অনুষ্ঠিত হয় নাগৰিক সভা

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত যোৱা কিছুদিনধৰি মণিপুৰত কুকী-মেইটেই জনগোষ্ঠীৰ মাজত হৈ থকা নৃগোষ্ঠীয় সংঘাটক লৈ শান্তিৰ আহ্বানেৰে এখন নাগৰিক সভা অনুষ্ঠিত হয়। মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য বাখ্যা কৰে আয়োজক অংকুৰ তামুলী ফুকনে। দিল্লীৰ দি…

দিয়াই দিলে,নিয়াই নিলে,নপঢ়ে যি কৰে কৰক !

অসম চৰকাৰে জোৰকৈ জাপি দিয়া ইংৰাজী মাধ্যমৰ কিতাপ হাতত লৈ দিশহাৰা শিক্ষাৰ্থী! অসম চৰকাৰৰ জোৰ-জবৰদস্তিৰ নীতিত পনবন্দী শিক্ষাৰ্থী!ষষ্ঠ শ্ৰেণীৰ গণিত-বিজ্ঞানৰ ইংৰাজী পাঠ্যপুথিক কেন্দ্ৰ কৰি হাঁহাকাৰ!ইংৰাজী মাধ্যমৰ পাঠ্যপুথি বুজি নাপায় ষষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে! ইংৰাজী মাধ্যমৰ গণিত-বিজ্ঞানৰ পাঠ্যপুথি ওভোতাই নিয়াৰ দাবী! চৰকাৰে…

জৰা ফুকাও নকৰে,আজমলকো নালাগে ধুবুৰীত !

আজমলৰ জৰা ফুকাই কাম নিদিয়ে আগন্তুক নিৰ্বাচনত ।ধুবুৰীৰ পৰা আজমলক উৎখাতৰ সংকল্প কংগ্ৰেছৰ । পিছে ধুবুৰীত কাৰ কাৰ মাজত হ’ব প্ৰতিদ্বন্দিতা? ‘এতিয়া আৰু আজমলৰ জৰা ফুকা পানী নিবলৈ নাহে ধুবুৰীবাসী।আজমলে আনক দিয়ে জৰাফুকা পানী, নিজে সেৱন কৰে ঔষধ-ধুবুৰীৰ পৰা আজমলক…

AAPৰ লক্ষ্য কিয় অখিল গগৈ?

সামাজিক মাধ্যম ফেচবুকত আৰম্ভ হৈছে বিধায়ক অখিল গগৈ আৰু আম আদমি পাৰ্টিৰ মাজত এক বিতৰ্ক।এই বিতৰ্ক আৰম্ভ হৈছে বিধায়ক অখিল গগৈয়ে দেওবাৰে ফেচবুকত দিয়া এটা প’ষ্টক লৈ। এই প’ষ্টটোৰ শিৰোনাম আছিল—”আম আদমি পাৰ্টি আৰু দেশৰ গণতন্ত্ৰৰ ভৱিষ্যৎ।” শনিবাৰে ঘোষণা হোৱা…

অসমৰ মুখ্যমন্ত্ৰী য’ত,বিসম্বাদ ত’ত !

তেলেংগানা বিজেপিত আৰম্ভ হৈছে বিদ্ৰোহ !চলিত বৰ্ষৰ শেষৰ ফালে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া তেলেংগানা এইবাৰ বিজেপি দলৰ অন্যতম লক্ষ্য।তেলেংগানাত বৰ্তমান শাসনত আছে ভাৰত ৰাষ্ট্ৰ সমিতি।কেচিআৰ এই দলৰ মূৰব্বী।বিগত দেওবাৰে বান্দীয়ে তেলেংগানাত আয়োজন কৰিছিল ‘হিন্দু একতা যাত্ৰা’ৰ।এই যাত্ৰাত মুখ্য অতিথি হিচাপে…

চল চাই কঠীয়া পাৰিছে ড° হিমন্ত বিশ্ব শৰ্মাই !

‘হিন্দু একতা যাত্ৰা’ত অংশ ল’বলৈ তেলেংগানাত কৰ্ণাটকৰ ফলাফল ওলোৱাৰ পিছদিনাই উপস্থিত হ’লগৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ।ৰাজ্যখনত অনুষ্ঠিত হৈ থকা হিন্দু একতা যাত্ৰাত অংশ লৈ পুনৰ ধৰ্মক লৈ ভাষণ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই।শৰ্মাই তেওঁৰ ভাষণত কেৱল এক বিশেষ ধৰ্মৰ…

Big Exclusive : দুৰ্ঘটনা নে হত্যা !

৬ মে’ত লখিমপুৰৰ পৰা ৬ লাখ টকা আনিছিল জোনমণি ৰাভাই লখিমপুৰত জোনমণিৰ বিৰুদ্ধে ১৫ মে’ত ৰুজু হৈছিল গোচৰ ভাৰতীয় দণ্ডবিধিৰ ১২০(বি) , ৩৯৫ , ৩৯৭ , ৩৪২ আৰু ৩৮৭ ধাৰাৰ অধীনত গোচৰ কোনে লখিমপুৰলৈ প্ৰেৰণ কৰিছিল জোনমণি ৰাভাক ? কোনে…

চোৰ গ’লেহে বুদ্ধিৰ উদয় হয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ!

বৰষুণ গ’লেহে জাপি বিচাৰি হাহাকাৰ লগায় হিমন্ত বিশ্ব শৰ্মা চৰকাৰে! এনেবোৰ ফকৰা-যোজনাৰেই যেন প্ৰকাশ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ শাসকীয় বিজেপি চৰকাৰখনৰ ক্ষেত্ৰত। কাৰণ শিক্ষা বিভাগৰ এটা কাণ্ডত সকলো হতবাক হৈ পৰিছে। শিক্ষাবর্ষ আৰম্ভ হোৱাৰ পাছত পাঠ্যক্ৰম সলনিৰ জাননী শিক্ষা সংসদৰ।হিমন্ত…