শ্ৰেণী ৰাজ্য

অতি দৰ্পে হত বিজেপি !

বাৰিষাৰ খহনীয়াৰ দৰেই খহিছে অসম বিজেপি !ৰাজ্যৰ জিলাই-জিলাই বিজেপিত অন্তঃকন্দল ! বাৰিষাৰ লুইতৰ গৰা খহাদি খহিয়েই আছে অসম বিজেপি।এইবাৰ বজালী বিজেপিত জ্বলিছে বিসম্বাদৰ জুই। নলবাৰী, বঙাইগাঁও, হোজাই, যোৰহাট, গোৱালপাৰা, শিৱসাগৰৰ পাছত এইবাৰ বজালীত খহিবলৈ আৰম্ভ কৰিছে বিজেপি। ৭ খনকৈ জিলাত…

ITচেলে বোলে ৰাম ৰাম, ১৫শ টকাৰে আৰু কিমান খাম?

১৫০০ টকীয়া বুলি সততে সমালোচিত হৈ থকা বিজেপি IT চেল বাহিনীয়ে শেহতীয়াকৈ ৰাম নাম সুৱঁৰিব লগীয়া হৈছে। চর্চালৈ আহিছে যে ১৫শ টকাৰে আৰু চলিব নোৱাৰা হৈছে আই টি চেল। সেয়েহে বিজেপি এৰি যাবলৈ আৰম্ভ কৰিছে আখৰা। কিয়নো যোৰহাট বিজেপি খহিয়েই…

উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট ওলাল,কিন্তু হঠাৎ কিয়?

শুনিবলৈ কথাটো অশুৱলা লাগিলেও ইয়াৰ আঁৰত আছে নেকি কিবা ৰহস্য? মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ কিবা সমস্যাত দিব খুজিছে নেকি আঁৰ কাপোৰ? পৰীক্ষাৰ ৰিজাল্টৰ কথা মাজনিশা টুইট কৰিলে মুখ্যমন্ত্ৰীয়ে।সাধাৰণ দৃষ্টিত বিষয়টো একেবাৰে অসাধাৰণো নহয়।কলা,বাণিজ্য,বিজ্ঞান তিনিওটা শাখাৰে আজি ফলাফল ঘোষণা হৈছে।কিন্তু সেই একেজন মুখ্যমন্ত্ৰীয়ে…

সুশান্ত মুৰ্দাবাদ ধ্বনিয়ে কঁপালে থাওৰা

সুশান্ত বৰগোঁহাই মুৰ্দাবাদ ধ্বনিৰে উত্তাল ডিমৌ টাউন উচ্চ মাধ্যমিক বিদ্যালয়।বিদ্যালয় একত্ৰীকৰণ মানি নলয় ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় দল-সংগঠনে !শিৱসাগৰ জিলাৰ ডিমৌ টাউন উচ্চ মাধ্যমিক বিদ্যালয় বন্ধ কৰি তাৰ ঠাইত আদৰ্শ বিদ্যালয় সংগঠন,অসম নামৰ সংগঠনটোৱে ইংৰাজী মাধ্যমৰ চিবিএছই বিদ্যালয় প্ৰতিষ্ঠা কৰিব খোজা…

ঋণ লৈ আৰু ঘী খোৱা চৰকাৰৰ কবলত অসম !

তাৰিখ পে তাৰিখ নহয়… ঋণৰ পাছত ঋণ! আকৌ ঋণ ল’ব অসম চৰকাৰে! ৬ জুনত পুনৰ এহেজাৰ কোটি টকাৰ ঋণ ল’বলৈ প্ৰস্তুতি চলাইছে চৰকাৰে!জুন মাহৰ ভিতৰত ৩ হাজাৰ কোটিৰ ঋণ ল’বলৈ সাজু হৈছে অসম চৰকাৰ!যদি সঁচাকৈয়ে জুন মাহৰ ভিতৰত এই তিনিহাজাৰ…

ৰহস্য :অসমৰ গোশালাৰ পৰা ক’লৈ গ’ল ১০২১ টা গৰু , ম’হ?

গো সুৰক্ষাক লৈ সততে ৰাজনীতি কৰা বিজেপি চৰকাৰৰ আমোলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে গো সুৰক্ষা আইন পৰ্যন্ত প্ৰণয়ন কৰিছে যদিও খোদ আইনৰ আওতাৰ পৰাই নিখোজ হৈছে সহস্ৰাধিক গৰু । দক্ষিণ শালমৰা…

চাকৰিৰ নামত ধন সংগ্ৰহ বিজেপি নেতাৰ !

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈ চাকৰি দিয়াৰ নামত টকা লৈ গ্ৰেপ্তাৰ ৰাজ্যিক বিজেপি নেতা আনছাৰুল হক।চাকৰি দিয়াৰ নামত সাধাৰণ ৰাইজৰ পৰা অৰ্থ সংগ্ৰহ কৰি আৰক্ষীৰ জালত স্বয়ম্ভূ বিজেপি নেতা । বৃহস্পতিবাৰে হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আনছাৰুল হ’ক চৌধুৰী নামৰ…

দলঙো বনাই আছে,ফাঁটো মেলি আছে !

শিৱসাগৰত লোক নিৰ্মাণ বিভাগৰ কাম কাজত গাফিলতি।উদ্ধোধনৰ পূৰ্বেই বৃহৎ বৃহৎ ফাঁট প্ৰায় ১০ কোটি টকাৰে নিৰ্মীয়মান অৱস্থাত থকা দলঙত।২০১৯ বৰ্ষত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই দলঙৰ আধাৰশিলা স্থাপন কৰিছিল ।শিৱসাগৰ বিধান সভা সমষ্টিৰ কোঁৱৰপুৰৰ হাড়মতি গড় আৰু গৌৰীসাগৰ ৩৭…

গেলাত আৰু কিমান টেঙা দিব চৰকাৰে?

গৰমত গৰম তেল ঢালিবলৈ সাজু হৈছে ৰাজ্যৰ শক্তি বিভাগ।আকৌ বাঢ়িব বিদ্যুতৰ মাচুল ৷২৩ জুনৰ পৰা কাৰ্যকৰী হ’ব বিদ্যুতৰ বৰ্ধিত নিৰিখ।জনতা শেষ হৈ যাওক। জনতা নিপাতে যাওক। জনতা নিগমে মৰক। চৰকাৰ বাহাদুৰ কিন্ত গপত গংগাটোপ। মন গ’লেই দাম বঢ়াব। মন গ’লেই…

হাতত পুথি কিন্তু পঢ়াবলৈ নাই শিক্ষক !

এখন বিদ্যালয়ৰপৰা নোহোৱা হ’ল শিক্ষক! শিক্ষাৰ্থীৰ মাজত হাহাকাৰ।ছাৰ-বাইদেউহঁতে আমাক এৰি গুছি গৈছে,ছাত্ৰছাত্ৰী এতিয়া চিন্তিত নিজৰ ভবিষ্যতক লৈ।তেওঁলোকৰ ভৱিষ্যত কি হ’ব,তাকে লৈ সন্দিহান ছাত্ৰছাত্ৰীসকল।এখন বিদ্যালয়ৰপৰা নোহোৱা হ’ল শিক্ষক আৰু ইয়াৰ পিছতেই শতাধিক শিক্ষাৰ্থীৰ মাজত লাগিছে হাহাকাৰ।বিমোৰত অভিভাৱক – স্তম্ভিত সচেতন লোক।ছাৰ-বাইদেউহঁতে…