শ্ৰেণী ৰাজ্য

কি হ’ল কেবিনেটত?

ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি অহা ৩,৪ মে’ত ঘোষণা হ’ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষাৰ ফলাফল।ৰাজ্যিক কেবিনেটত শনিবাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।৩,৪ মে’ত ঘোষণা হ’ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষাৰ ফলাফল।১১ মে’ত প্ৰদান কৰা হ’ব নিযুক্তিপত্ৰ।৫ খন…

ৰংঘৰে দুৱাৰ আৰু নেমেলিব !

৬০০ বছৰীয়া আহোম ৰাজত্বৰ শৌৰ্য্য বীৰ্যৰ প্ৰতীক ৰংঘৰৰ ঐতিহ্যত ঘূণে ধৰিছে।ৰংঘৰত শব্দ আৰু পোহৰৰ প্ৰতিফলন ঘটাই সৃষ্টি কৰা হৈছে ধৰ্মীয় চিহ্ন আৰু ৰাজনীতিকৰ প্ৰতিচ্ছবি !এছিয়াৰ ভিতৰতে প্ৰথম পেভিলিয়ন হিচাপে খ্যাত ৰংঘৰৰ ওপৰত চলোৱা ‘অনাকাংক্ষিত হাতোঁৰাই’ পুনৰবাৰ অসমবাসীৰ সন্মানত কুঠাৰাঘাত কৰিছে।২০১৬…

হাতৰ কুঠাৰ ভৰিত মাৰি সংকটত অসম বিজেপি !

অসম বিজেপি বৰ্তমান আৰু disciplined party হৈ থকা নাই।অসম বিজেপিত এতিয়া পুৰণি বিজেপিৰ গুৰুত্ব নাই।পুৰণা বিজেপিয়ে প্ৰতিদিনেই ক্ষোভ উজাৰি আহিছে নতুন বিজেপিৰ বিৰুদ্ধে।এইবাৰ কিন্তু ক্ষোভ উজৰা জন আন কোনো নহয়।বিজেপিৰ প্ৰাক্তন সাংসদ তথা অসম বিজেপিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকা !অৱশ্যে…

‘মাছ’ খোৱাতকৈ ‘বিহ’কে খাওক !

মাছৰ নামত আপুনি খাই আছে বৰবিহ! আপুনি চালানী মাছ খাই আছে নেকি?তেন্তে এতিয়াৰে পৰা পৰিহাৰ কৰক! চালানী মাছৰ নামত আপুনি কি খাইছে জানেনে?বজাৰৰ পৰা কিনা মাছ আপোনাৰ স্বাস্থ্যৰ বাবে কিমান ভয়ংকৰ হ’ব পাৰে ?আপুনি আপোনাৰ অজ্ঞাতেই মাতিছে ভয়ংকৰ বিপদ !স্নায়ুজনিত…

অসহ্যকৰ ! মৃতকক লৈয়ো ধেমালি !

পুনৰ সংঘটিত হ’ল কেনাৰাম সদৃশ ঘটনা।কোকৰাঝাৰ এনকাউন্টাৰত নিহত KLO মৃতদেহক লৈ আকৌ লাগিল কেনা।বৰপেটা মেডিকেল কলেজ কৰ্তৃপক্ষ আৰু প্ৰশাসনৰ বিৰূদ্ধে মৃতদেহক লৈ ল’ৰা ধেমালি কৰাৰ অভিযোগ।এই লৈ ৰৌতা অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সোমবাৰে কোকৰাঝাৰৰ চক্ৰশিলাত আৰক্ষীৰে সংঘৰ্ষত নিহত…

গুৱাহাটীতেই নহয় হাফলঙতো হ’ব গ্ৰন্থমেলা

চলিত বিত্তীয় বৰ্ষত ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হ’ব গ্ৰন্থমেলা।অসম প্ৰকাশন পৰিষদৰ প্ৰেক্ষাগৃহত এক সংবাদমেল সম্বোধন কৰি পৰিষদে এই ঘোষণা কৰে।সংবাদমেল সম্বোধন কৰে অসম প্ৰকাশন পৰিষদ, পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ।অসম গ্ৰন্থমেলাক লৈ এই সংবাদমেল সম্বোধন কৰে সংস্থাটোৱে।এই বৰ্ষত ৰাজ্যৰ ভিন্ন…

ধন সংগ্ৰহৰ বাবেই অভাৰলেপিং !

অভাৰলেপিঙৰ বাবে অনিশ্চিত ৰাজ্যৰ নিবনুৱাৰ ভৱিষ্যৎ! অভাৰলেপিঙৰ বাবে বঞ্চিত হৈ ৰ’ব ৰাজ্যৰ নিবনুৱা!মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনত খালি হৈ থকা বিভিন্ন পদসমূহৰ পূৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে। হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ নিবনুৱাক এক লাখ চাকৰি প্ৰদান কৰিব…

অমৃতপাল ডিব্ৰুগড়ত কিয়?

পঞ্জাৱ, দিল্লী, উত্তৰপ্ৰদেশৰ পৰিৱৰ্তে ডিব্ৰুগড় কাৰাগাৰত কিয় অমৃতপাল?পঞ্জাৱ, দিল্লী আৰু উত্তৰপ্ৰদেশত ১৪ খনকৈ কেন্দ্ৰীয় কাৰাগাৰ থকাৰ পাছতো খালিস্তানী নেতা অমৃতপালক কিয় অনা হল ডিব্ৰুগড় কাৰাগাৰলৈ? যোৱা ২৩ এপ্ৰিলত ধৰা পৰিছিল অমৃতপাল।লগে লগে তেওঁক অসমৰ ডিব্ৰুগড় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।ইতিমধ্যে অমৃতপালৰ…

ফেচবুকত আছেনে ,ৰ’ব ! মুখ্যমন্ত্ৰীয়ে ক’ব, আপুনি কি লিখিব !

বহুল প্ৰচলিত সামাজিক মাধ্যম !ফেচবুকক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। শৰ্মাৰ মতে কোনোবা এজন বিষয়াই যদি কোনো এগৰাকী কৰ্মচাৰীক দেউতাকৰ নাম সোধে তেন্তে তেওঁ লগে লগে ফেচবুকত আপডেট দিয়ে মই গোৰ্খা কাৰণেহে মোক নাম…

চেনাই লৈ নহয়,ৰেকৰ্ডলৈ ভোকে লঘোনে অপেক্ষা নাচনীৰ !

১০০ কোটি টকীয়া বিহুৰ বিলাই ! ১০০ কোটি টকীয়া বিহুত নাচিবলৈ অহা ঢুলীয়া-পেঁপুৱাৰ আলাই-আথানি !১০০ কোটি টকীয়া বিহু নাচিবলৈ অহা নাচনীও পৰিল ঢলি ! সৰুসজাইত ১৩ হাজাৰ ঢুলীয়া-পেঁপুৱা নাচনীৰ গিজগিজনি। নাচনী-ঢুলীয়া-পেঁপুৱাৰ গিৰিপনিৰে খদমদম সৰুসজাই। কিন্তু নাচনী আৰু বিহুৱাৰ বিলৈ বিপত্তি…