সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ৰাজনীতি

G pay নহয় বিজেপিয়ে আনিছে Ga pay !

দেশৰ জনতাই সঘনাই ব্যৱহাৰ কৰা অনলাইন পেমেণ্ট পদ্ধতি G pay ৰ সমান্তৰালভাৱে কেন্দ্ৰৰ মোডী চৰকাৰে আৰম্ভ কৰিছে Ga Pay.এই অভিযোগ আমাৰ নহয়,এই অভিযোগ বিৰোধী দল কংগ্ৰেছৰ৷ইতিমধ্যে দলটোৱে প্ৰকাশ কৰিছে এই নতুন পেমেণ্ট পদ্ধতিৰ QR ক’ড৷ক’ডটোত স্পষ্টকৈ…

‘নন্দিনী’ক লৈ ইমান টনাআঁজোৰা !

কৰ্ণাটকত অহা ১০ মে’ত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন।বিধানসভাৰ নিৰ্বাচনৰ আগতে কংগ্ৰেছ আৰু বিজেপিৰ মাজত নন্দিনীক লৈ চলিছে টনাআঁজোৰা।কৰ্ণাটকৰ গাখীৰৰ সবাতোকৈ জনপ্ৰিয় ব্ৰেণ্ড হ’ল নন্দিনী।KMF হ’ল ভাৰতৰ দ্বিতীয় বৃহৎ…

হিমন্ত বিশ্ব শৰ্মা মানে বিসম্বাদ বিসম্বাদ মানেই হিমন্ত বিশ্ব শৰ্মা নেকি?

ৰাজ্যিক বিজেপিৰ অৱস্থা এতিয়া সংকটজনক। দল আৰু চৰকাৰৰ মতবিভেদে অস্বস্তিত পেলাইছে বিজেপিক। এতিয়া বিজেপিত লাগিছে হাহাকাৰ। হিমন্ত বিশ্ব শৰ্মাপন্থী নেতা,মন্ত্ৰী-বিধায়কৰ যেন দায়বদ্ধতা নাই নিজ দলৰেই প্ৰতি।এক বেপৰোৱা মনোভাবেৰেই দলৰ প্ৰতি বাৰে বাৰে…

অসমত কংগ্ৰেছৰ দুৰ্গ থৰক-বৰক!

সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কমলাক্ষ দে' পুৰকায়স্থসহ ৩ বিধায়কৰ!এটা ডাঙৰ ৰাজনৈতিক খবৰে জোকাৰি গ'ল ৰাজ্য। তৰুণ গগৈৰ দিনৰ কংগ্ৰেছৰ দৰেই আকৌ এবাৰ বিদ্ৰোহী বিধায়কৰ বিদ্ৰোহে থৰক-বৰক কৰিলে কংগ্ৰেছৰ দুৰ্গ।প্ৰধান বিৰোধী দলটোৰ ৩ বিধায়কে…

‘২৪ ত ধোঁৱাচাঙত উঠিব মোডী মেজিক?

'২৪ৰ পূৰ্বে '২৩তেই হ'ব দুখনকৈ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন। কৰ্ণাটক, ছত্তিশগড়ৰ বিধানসভা নিৰ্বাচনত যে বিজেপিয়ে মুখ থেকেচা খাব সেয়া এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে। কিয়নো ইতিমধ্যে কৰ্ণাটক বিজেপিৰ বহু দলীয় নেতা-কৰ্মী পদত্যাগ কৰি যোগ দিছে কংগ্ৰেছত।সেই…

‘হাতী’ৰ জকা ওলাল ,অগপ কিন্তু ‘সুখী ‘ !

অগপৰ জনপ্ৰিয়তা এতিয়াও হ্ৰাস পোৱা নাই।আঞ্চলিকতাবাদৰ শক্তি অসমত এতিয়াও অটুট আছে ।নগাঁৱত অসম গণ পৰিষদৰ বিশেষ কৰ্মকৰ্তা সন্মিলনত উপস্থিত হৈ এই মন্তব্য অগপৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীৰ।লগতে বঙাইগাঁও সমষ্টিৰ বিধায়ক গৰাকীয়ে আগন্তুক পঞ্চায়ত আৰু…

ক’লৈ গ’ল বিজেপিৰ ৪২ লাখ সদস্য?

প্ৰতিষ্ঠা দিৱসতে ওলাই পৰিল মুখ্যমন্ত্ৰী বনাম প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সংঘাত !কিয় দলৰ পৰা ইমান দূৰত্ব বৰ্তাই ৰাখিছে ন বিজেপি নেতা-মন্ত্ৰীয়ে?প্ৰতিষ্ঠা দিৱস কিয় বৰ্জন কৰিলে ন-বিজেপিয়ে ?দিল্লী-দিছপুৰত চৰকাৰ থকাৰ পিছতো কিয় ফ্লপ হ’ল শাসকীয় দলটোৰ…

জনতাক কোঙা কৰি মন্ত্ৰীৰ লাহবিলাহ !

১৬ গৰাকী মন্ত্ৰীৰ নামত এদিনৰ ব্যয় ৩ কোটি ৬৮ লাখ,কোনোবাই বাৰু বিশ্বাস কৰিবনে? অৰ্থাৎ একোগৰাকী মন্ত্ৰীৰ বাবদ ২৩ লাখ! আৰু ঠিক সেই হিচাপত এখন বৈঠকত একোগৰাকী মন্ত্ৰীৰ নামত হৈছে ২ লাখ ৫৫ হাজাৰ ! গতিকে আপুনি ভাৱক ১২৬ গৰাকী বিধায়কৰ নামত ব্যয়ৰ…

নিযুক্তিৰ নামত ভয়ংকৰ কেলেংকাৰী বিজেপিৰ !

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৪ চনত চৰকাৰ গঠন কৰিয়েই দুৰ্নীতিমুক্ত ভাৰত গঢ়াৰ প্ৰতিশ্ৰুতি দিছিল।বিজেপি শাসিত ৰাজ্যবোৰ তো চলিছিল দুৰ্নীতি বিৰোধী শ্লোগান৷'না খাওংগা,না খানে দুংগা' এইয়া কেৱল মোডী চৰকাৰৰ যে শ্লোগানহে আছিল ,সেয়া স্পষ্ট হৈছে…

তীব্ৰ সংঘাত অসম বিজেপিত !

অসমত বিজেপিৰ শাসনৰ ইতিমধ্যে ৭ বছৰ সম্পূৰ্ণ হ’বলৈ মাত্ৰ দুটা মাহ বাকী৷নবিজেপি আৰু পুৰণি বিজেপিৰ মাজত সংঘাত ড° হিমন্ত বিশ্ব শৰ্মা দলটোত প্ৰৱেশ কৰা দিনাৰ পৰাই স্পষ্টকৈ প্ৰকাশ পাইছিল।সেই সময়ত ড° হিমন্ত বিশ্ব শৰ্মাক বিজেপিলৈ অহাত বিৰোধিতা কৰিছিল…