Browsing Category
ৰাজনীতি
নিজে নাহাৰিলেও ,নেতাৰ সংঘাতে হৰুৱাব বিজেপিক !
মধ্য প্ৰদেশত বিধানসভাৰ নিৰ্বাচন সমাগত৷অহা নবেম্বৰ মাহত নিৰ্বাচন অনুষ্ঠিত হ’ব মধ্য প্ৰদেশত।কিন্তু আগন্তুক নিৰ্বাচনৰ আগলৈকে মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানৰ চৰকাৰ যে তিস্তি থাকিব পাৰিব,সেই বিষয়ত সন্দেহ প্ৰকাশ কৰিছে ৰাজনৈতিক বিশ্লেষকে।আনকি…
৭৫ শতাংশৰ মতে নিবনুৱা সমস্যা সমাধানত বিফল অসম চৰকাৰ! দ্য ক্ৰছকাৰেণ্টৰ সমীক্ষা
( এই প্ৰতিবেদন গুৱাহাটী বিশ্ববিদ্যালয়,ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ ছাত্ৰছাত্ৰীৰ সহযোগত এই প্ৰতিবেদন যুগুত কৰা হৈছে।)
৭৫ শতাংশৰ মতে নিবনুৱা সমস্যা সমাধানত সফল হোৱা নাই মুখ্যমন্ত্ৰী হিমন্ত…
চাফাই কৰ্মীৰ ‘চাফাই’, মুখৰ বচন নাৰাখিলে মুখ্যমন্ত্ৰীয়ে!
হিমন্ত বিশ্ব শর্মাই ষ্পষ্টভাবে চাফাই কর্মীসকলক উদেশ্যি কোৱা দেখা গৈছিল, “ তহঁতৰ চাকৰি হৈ গ’ল৷ ৬০ বছৰলৈ তহঁতৰ চাকৰি পাৰমানেন্ট৷”
কণা হাঁহক পতান দিছে মুখ্যমন্ত্ৰী শৰ্মাই !
১ লাখ নিযুক্তি কেতিয়া ? চৰকাৰৰ দুবছৰতো সম্পূৰ্ণ নহ'ল এক লাখ নিযুক্তি ! দুবছৰত নিযুক্তি লাভ ৮৬,৭৮২ গৰাকীৰ !মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পাছতে ড° হিমন্ত বিশ্ব শৰ্মাই এবছৰত এক লাখ যুৱক-যুৱতীক গণি গণি চাকৰি দিব বুলি ঘোষণা কৰিছিল । অৱশ্যে…
দুফাল হ’ল ত্ৰিপুৰা বিজেপি !
ত্ৰিপুৰা বিজেপিত সংঘাত নতুন কথা নহয়।বাওঁ দলৰ চৰকাৰক ক্ষমতাৰ পৰা আঁতৰাই ২০১৮ চনত ত্ৰিপুৰা দখল কৰিছিল বিজেপিয়ে।প্ৰায় ২৫ বছৰীয়া CPI (M)ৰ একাধিপত্য শেষ কৰি বিপ্লৱ দেৱৰ নেতৃত্বত ক্ষমতালৈ আহিছিল বিজেপি ।আনকি ২০২৩ চনৰ বিধানসভাৰ নিৰ্বাচনতো CPI(M)…
পদুম এৰি হাতত ‘হাত’ থৈছে বিজেপি নেতাই!
মধ্য প্ৰদেশত অহা নবেম্বৰ মাহত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন।আগন্তুক নিৰ্বাচনক লৈ শাসক দল বিজেপি আৰু বিৰোধী দল বিজেপিৰ প্ৰস্তুতি আৰম্ভ হৈছে।এই প্ৰস্তুতি আৰম্ভ হোৱাৰ লগে লগে এটা দলৰ পৰা আন এটা দললৈ নেতাৰ অহাযোৱাও আৰম্ভ হৈছে।
শাসক দল বিজেপি…
মধ্যপ্ৰদেশত ‘মহা প্ৰতাপ ’ !
কৰ্ণাটকত টিপু চুলতানক হেয় প্ৰতিপন্ন কৰি ডিঙি শুকাই যোৱাকৈ ভাষণ দিলে বিজেপিয়ে।কিন্তু ফলাফলে কেৱল ডিঙিয়েই নহয়,পেটলৈ ভাত নোযোৱা পৰিস্থিতিৰ সৃষ্টি কৰিলে বিজেপিৰ !ফলাফল দেখি এক বিশেষ সম্প্ৰদায় সম্পৰ্কত মন্তব্য কৰাৰ ক্ষেত্ৰত বাধ্যবাধকতা আৰোপ…
বিৰোধীৰ দুৱাৰে দুৱাৰে এইবাৰ কেজৰিৱাল !
এইবাৰ বিৰোধীক একজোঁট কৰাৰ অভিযানত কেজৰিৱাল।দেশজুৰি বিৰোধীৰ দুৱাৰত টোকৰ দিব কেজৰিৱালে।পশ্চিমবংগৰ পৰা আৰম্ভ হ’ল ভাৰত ভ্ৰমণ অভিযান।ভাৰত ভ্ৰমণ অভিযানত ওলাল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ।বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বিৰোধীক ঐক্যবদ্ধ…
ৰাইজ ‘মৰক’ কিন্তু মোডীৰ নাম হওক !
দেশৰ চকুত অতি দক্ষ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৬ চনৰ ৮ নবেম্বৰত দেশৰ অৰ্থনীতি বিপন্ন কৰা এক সিদ্ধান্ত গ্ৰহণ কৰিছিল।সিদ্ধান্তটো আছিল ৫০০ আৰু ১০০০ টকীয়া নোট নিষিদ্ধ কৰাৰ৷ক’লা ধন নিষিদ্ধ,সন্ত্ৰাসবাদীলৈ ধনৰ যোগান বন্ধ,দুৰ্নীতি নিৰ্মূলৰ…
৪০ বছৰীয়া গোচৰ খুঁচৰিলে বিজেপিয়ে !
কংগ্ৰেছ নেতা জগদীশ টাইটলাৰ বিৰুদ্ধে পুনৰ চিবিআইয়ে খাতা খুলিছে !১৯৮৪ চনৰ শিখ বিদ্ৰোহৰ সময়ৰ ঘটনা খুচৰিছে চিবিআইয়ে।
উল্লেখ্য যে ১৯৮৪ চনৰ ১অক্টোবৰত পুল বাংগেশ অঞ্চলত ৩ জন শিখ নিহত হৈছিল।এই ঘটনাত সেই সময়ৰ কংগ্ৰেছ নেতা জগদীশ টাইটলাৰৰ নাম সাঙোৰ…