সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

মতামত

ভাষা এটাৰ কেনেকৈ মৃত্যু হয় ?

ভাষা এটাৰ  মৃত্যু তেতিয়া  হয় , যেতিয়া এটা ভাষাই ইয়াৰ অন্তিমজন স্থানীয় বক্তা হেৰুৱায়। এসময়ত  অতি প্ৰচলিত হৈও পাছত ব্যৱহাৰৰ দিশৰ পৰা অদৃশ্য হোৱা এটা ভাষা হৈছে  লেটিন ৷  এই ভাষাটো এতিয়াও অধ্যয়ন কৰিব পাৰি যদিও  ই এটা মৃত ভাষা ৷

ঘানাৰ পৰা চন্দ্ৰপুৰলৈ : জাবৰৰ নামত বিশ্বত কিহৰ ৰাজনীতি চলিছে ?

জুৰি বৰুৱা বিশ্বৰ আটাইতকৈ বৃহৎ ইলেকট্ৰ’নিক জাবৰৰ ডাম্পিং গ্ৰাউণ্ড হৈছে ঘানাৰ এগবগব্লছি ৷ আফ্ৰিকা মহাদেশৰ ঘানা তৃতীয় বিশ্বৰ এখন অত্যন্ত দৰিদ্ৰ দেশ ৷ গুগল কৰি এগবগব্লছিক চালে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব ৷ ২০ বছৰ বয়সতে কেঞ্চাৰত…

অসহনীয় ক্ষুধাৰ পৰা মুক্তি কেতিয়া ?

অতি পৰিতাপৰ  বিষয় এইটোৱে যে  সকলো প্ৰচেষ্টাৰ পিছতো বিশ্বত প্ৰতি মিনিটত ১১ জন লোক অনাহাৰ আৰু  ভোকত মৰে। যোৱা বছৰত সমগ্ৰ বিশ্বতে দুৰ্ভিক্ষসদৃশ পৰিস্থিতিৰ সন্মুখীন হোৱা লোকৰ সংখ্যা ছয়গুণ বৃদ্ধি পাইছে।

২৭ বছৰ পুৰণি এটা এনকাউন্টাৰৰ কাহিনী

শেহতীয়াকৈ অতি সক্ৰিয় হৈ উঠিছে অসম আৰক্ষী ৷ যোৱা ২৪ ঘন্টাত এইখন অসমত সংঘটিত হৈছে ৩ টাকৈ এনকাউন্টাৰৰ ঘটনা ৷ এটা মাহত ১৫ টাকৈ এনকাউন্টাৰৰ বাতৰিয়ে শিৰোণাম দখল কৰিছে ৷ নিহত হৈছে ৩ জন অভিযুক্ত ৷ কেবাজনো গুৰুতৰভাবে আহত ৷ ছিণ্ডিকেটৰ খলনায়কৰ পৰা…

সাম্প্ৰতিক (৫): ৰাজনৈতিক/অৰাজনৈতিক-বিশ্বজিৎ বৰা

"এসময়ত ‘অৰাজনৈতিক’ ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰাই গঠন হোৱা অসম গণ পৰিষদৰ দৰে ৰাজনৈতিক দল তথা একেখন মজিয়াৰ পৰাই অহা বৰ্তমান অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দৰে ৰাজনৈতিক নেতাই অসমবাসীৰ জীৱনক লৈ যি হেতালি খেলিছে, তাক…

সাম্প্ৰতিক (৪): শিল্পী কোন?-— বিশ্বজিৎ বৰা

আমাৰ সমাজ ব্যৱস্থা দুই উপাদানেৰে গঠিত – যি দৃশ্যমান (visible) আৰু যি অদৃশ্য (invisible)। এক বিশেষ আদৰ্শৰ ভিত্তিত এই দৃশ্যমান আৰু অদৃশ্যৰ পুনৰ্গঠন বা পুনৰ্বিন্যাসৰ প্ৰক্ৰিয়াই হৈছে ৰাজনীতি। আৰ্ট বা কলা বা শিল্পৰ প্ৰসংগটো এই কাৰণেই…

সাম্প্ৰতিক (৩): স্বাধীনতা কি? স্বাধীন কোন?-বিশ্বজিৎ বৰা

"আজিৰ দিনত স্বাধীনতা হৈছে কংক্ৰীটৰ জংঘলৰ কাৰণে প্ৰাকৃতিক জংঘল ধ্বংস কৰাৰ স্বাধীনতা। ধনীৰ সন্তানৰ কাৰণে উচ্চ-উচ্চতৰ শিক্ষা সাং কৰাৰ স্বাধীনতা, আৰু দুখীয়াৰ সন্তানৰ কাৰণে খাবলৈ নাই কণ, তথাপিও বৰ সবাহলৈ মন কৰাৰ স্বাধীনতা, অৰ্থাৎ ধনীকেইটা দিনক…