সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

দেশ

প্ৰস্ৰাৱ কৰি জে’লৰ ভাত !

সাৱধান ! য’তে ত’তে প্ৰস্ৰাৱ নকৰিব !প্ৰস্ৰাৱ কৰি গ্ৰেপ্তাৰ এজন ব্যক্তি ।কেৱল প্ৰস্ৰাৱ কৰাৰ বাবেই জাৰি হৈছিল লুক আউট জাননী।প্ৰস্ৰাৱ কৰি কিয় গ্ৰেপ্তাৰ হ’ল ব্যক্তিজন? ব্যক্তিজনৰ নাম শংকৰ মিশ্ৰ।এই শংকৰ মিশ্ৰকে শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰে…

৫ হাজাৰ টকাত দেউতাকে বিক্ৰী কৰে নিজৰ কন্যা সন্তানক!

‘'দেউতাই মোক ৫ হাজাৰ টকাত অৰুণাচলৰ মানুহ এঘৰত বিক্ৰী কৰি থৈ আহিছিল৷তাতে মই ঘৰুৱা কাম কৰিছিলো৷ কাপোৰ কানি ধুইছিলো,ৰন্ধা বঢ়া কৰিছিলো৷ৰাতি ৰাতি মোক মদ কিনিবলৈ পঠিয়াইছিল৷কোনোদিনেই ভালকৈ মোক শুবলৈ দিয়া হোৱা নাছিল৷ তেঁওলোকে মোক সদায় মাৰিছিল৷ ঘৰৰ…

ইমানতেই অন্ত পৰিল নেকি পণ্টৰ কেৰিয়াৰ ?

কেতিয়া ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন হ'ব ঋষভ পণ্টৰ?কিয়নো এতিয়াও শাৰীৰিক অৱস্থা বিশেষ উন্নতি হোৱা নাই পণ্টৰ!অস্ত্ৰোপচাৰৰ বাবে লণ্ডনলৈ নিব ভাৰতীয় উইকেটকীপাৰ গৰাকীক! ৩০ ডিচেম্বৰৰ পুৱা ভাৰতীয় ক্ৰিকেট দলৰ বেটচমেন- উইকেট কীপাৰ ঋষভ পণ্ট পথ…

ৰাজ্যপালৰ পক্ষপাতিত্ব : অনুষ্ঠিত নহ’ল মেয়ৰ নিৰ্বাচন

১৫ বছৰ একেলেথাৰিয়ে দিল্লী মিউনিচিপাল কৰ্পৰেশ্যন দখল কৰি থকাৰ পিছত বিজেপিয়ে ক্ষমতা হেৰুৱাই যেন উদ্বাউল হৈ পৰিছে।তাৰেই প্ৰতিফলন দেখা গ’ল শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া মেয়ৰৰ নিৰ্বাচনী প্ৰক্ৰিয়াত।দিল্লীৰ উপৰাজ্যপাল ভি কে ছাক্সেনাৰ হস্তক্ষেপৰ…

ৰাজ্যপাল নে বিজেপি নেতা?

তামিলনাডুৰ শাসক দল ডিএমকে গৰজি উঠিছে ৰাজ্যপালৰ বিৰুদ্ধে।ৰাজ্যপাল আৰ এন ৰবিৰ বিৰুদ্ধে ক্ষোভত ফাটিছে শাসক দলটোৰ নেতৃবৰ্গ।লোকসভা সাংসদ টি আৰ বালুৱে কয় “ তামিলনাডু বিজেপিৰ বাবে ইয়াৰ ৰাজ্যিক সভাপতি গৰাকীয়ে যথেষ্ট।কিন্তু ইয়াৰ ৰাজ্যপাল গৰাকীয়েহে…

যোগী আদিত্যনাথ বলিউডত কিয়?

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ হঠাৎ উপস্থিত হ’লগৈ বলিউডত৷সাক্ষাৎ কৰিছে এফালৰ পৰা এজন এজনকৈ ৰথী -মহাৰথীক !চলচ্চিত্ৰ প্ৰযোজক বনী কাপুৰ,চনু নিগম,কৈলাস খেৰ,সুনীল ছেট্টী,মধুৰ ভাণ্ডেৰকাৰ -মুঠতে সকলোৰে লগত আলোচনাত মিলিত হৈছে উত্তৰ…

‘একে ৰাতিত হাজাৰ লোকক উচ্ছেদ কৰিব নোৱাৰিব’

উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশত স্থগিতাদেশ জাৰি কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে।উত্তৰাখণ্ড ন্যায়ালয়ে হালদাৱানী অঞ্চলৰ মুঠ ৪০০০ টা পৰিয়ালক উচ্ছেদৰ নিৰ্দেশ দিছিল৷হালদাৱানী অঞ্চলৰ সেই ভূমি ৰে’লৱেৰ বুলি দাবী কৰিছে ৰে’ল মন্ত্ৰালয়ে।উচ্চতম…

ধৰ্মক লৈ ব্যৱসায় ,ক্ষোভত ফাটিছে জৈন সম্প্ৰদায়

জৈন সম্প্ৰদায়ৰ এক ধৰ্মীয় উপাসনাস্থলীক পৰ্যটনস্থলী হিচাপে ঘোষণা কৰাক লৈ ক্ষোভিত হৈ পৰিছে সমগ্ৰ দেশৰ জৈন ধৰ্মাৱলম্বী লোকসকল।ঝাৰখাণ্ডত অৱস্থিত চামেদ চিকাৰজী নামৰ জৈন ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ উপাসনাস্থলীক চৰকাৰে পৰ্যটনস্থলী হিচাপে ঘোষণা কৰাক লৈ…

প্ৰস্ৰাৱ কৰি নিষিদ্ধ যাত্ৰী !

এয়াৰ ইণ্ডিয়াৰ এখন বিমানত বিগত ২০২২ চনৰ ২৬ নবেম্বৰত সংঘটিত হৈছিল এই ঘটনা।এজন সুৰাপায়ী লোকে এগৰাকী মহিলা যাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল আৰু যাত্ৰীগৰাকীয়ে এই বিষয়ত আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছে। সেইদিনা বিমানখন আমেৰিকাৰ জন এফ কেনেডী বিমান বন্দৰৰ…

ৰাহুল গান্ধী ‘পাপ্পু’ নে ‘ফৰেষ্ট গাম্প’?

৫২ বছৰীয়া এজন উদাসীন ৰাজনীতিক আজি এজন দুৰ্বোধ্য নেতা । কিয় আজি তেওঁ বাতৰিৰ শিৰোনামত? হয়, ৰাহুল গান্ধীৰ কথাই ক’ব বিচৰা হৈছে। ছোনিয়া তনয় ৰাহুল গান্ধী আজি সৰ্বত্ৰ চৰ্চিত। AC ৰুমত বহি ৰিম'ট কন্ট্ৰ'লৰ ৰাজনীতিহে কৰিব পাৰে বুলি অভিযোগ থকা ৰাহুল…