Browsing Category
দেশ
ক’লা ছাৰ্টৰ ত্ৰাসত বিজেপি
তৃৃণমূল কংগ্ৰেছে বিৰোধী ঐক্যৰ পৰা এক নিৰ্দিষ্ট দূৰত্ব বৰ্তাই ৰাখিছিল যদিও ৰাহুল গান্ধীৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ বাবে নিজৰ স্থিতি শেহতীয়াকৈ সলনি কৰিছে ।ৰাহুল গান্ধীক সাংসদ হিচাপে অযোগ্য ঘোষণা কৰাৰ পাছত কংগ্ৰেছ সভাপতি…
গোৰ মাৰি গংগাত পেলালে নেকি কংগ্ৰেছক?
ৰাহুল গান্ধীৰ শাস্তিয়ে একত্ৰিত কৰিলে নেকি বিৰোধীক?এই প্ৰশ্ন এতিয়া প্ৰতিগৰাকী ভাৰতীয়ৰে !
শুকুৰবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাৰ পিছত কংগ্ৰেছৰ পৰা এক নিৰ্দিষ্ট দূৰত্ব বজাই ৰখা তৃৃণমূল কংগ্ৰেছেও চৰকাৰৰ এই পদক্ষেপক কঠোৰ…
‘মই ছাভাৰকৰ নহয় যে মই ক্ষমা খুজিম’
সাংসদ পদ খাৰিজ হোৱাৰ পাছত শনিবাৰে দুপৰীয়া প্ৰথমবাৰলৈ সংবাদমেল সম্বোধন কৰে ৰাহুল গান্ধীয়ে।'মোৰ সাংসদ পদ খাৰিজ কৰিছে কাৰণ প্ৰধানমন্ত্ৰীয়ে মোৰ ইয়াৰ পিছৰ বক্তব্যলৈ ভয় কৰে।মই তেওঁৰ চকুত ভয় দেখিছোঁ।সেয়ে তেওঁলোকে মোক সংসদত কথা কোৱাটো বিচৰা নাই…
অমৃতপাল ক’ত : ধোঁৱাকোঁৱা দেখিছে আৰক্ষীয়ে
খালিস্তানী নেতা অমৃতপাল সিঙক বিচাৰি অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে।বিগত এটা সপ্তাহতকৈয়ো অধিক সময় তালাচী অভিযান চলায়ো খালিস্তানী নেতা জনৰ কোনো সম্ভেদ উলিয়াব পৰা নাই পঞ্জাৱ আৰক্ষীয়ে।ইণ্টাৰনেট সেৱা বন্ধ কৰি তালাচী চলায়ো কোনো সুফল লাভ কৰা নাই…
‘দুৰ্ভগীয়া’ ৰাহুল গান্ধী মুখামুখি হ’ব সাংবাদিকৰ
শনিবাৰে দুপৰীয়া সংবাদমেল সম্বোধন কৰিব ৰাহুল গান্ধীয়ে।কংগ্ৰেছ নেতা গৰাকীৰ সাংসদ পদ খাৰিজৰ পাছত এইখনেই হ’ব প্ৰথমখন সংবাদমেল৷উল্লেখ্য যে বিগত বৃহস্পতিবাৰৰ চুৰাট আদালতৰ এক ৰায়ৰ বাবে শুকুৰবাৰে লোকসভা সচিবালয়ে সাংসদ পদ খাৰিজ কৰে ৰাহুল…
নিন্দিত নহয়,বন্দিতহে হ’ল নেকি ৰাহুল গান্ধী?
বিজেপিয়ে কংগ্ৰেছ দলক নিশকতীয়া কৰাৰ বাবে ৰাহুল গান্ধীৰ ক্ষেত্ৰত সাংসদ পদ খাৰিজৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিলে যদিও কিন্তু সমগ্ৰ বিশ্বই প্ৰচাৰ কৰিলে ৰাহুল গান্ধীৰ খবৰ ।এই মন্তব্য কংগ্ৰেছ নেতা শশী থাৰুৰৰ৷কংগ্ৰেছ নেতা শশী থাৰুৰে ৰাহুল গান্ধীৰ সাংসদ…
সঁচাকৈয়ে শেষ নে ৰাহুলৰ কেৰিয়াৰ?
লোকসভাৰ সাংসদ হৈ থকাৰ যোগ্যতা হেৰুৱালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।আগন্তুক ৮ বছৰলৈ নিৰ্বাচন খেলিব নোৱাৰিব ৰাহুল গান্ধীয়ে।বৃহস্পতিবাৰে চুৰাট আদালতৰ পৰা একেটা গোচৰতে জামিন পাইছিল ৰাহুল গান্ধীয়ে।ইতিমধ্যে এই সিন্ধান্ত পুনৰ বিবেচনাৰ আৱেদন ৩০…
কেন্দ্ৰৰ হাতৰ পুতলা ED,CBI
বিজেপিৰ হাতৰ পুতলা সদৃশ হৈ পৰিছে চি বি আই,ইডি। শুকুৰবাৰৰ দিনটোত চৈধ্যতাকৈ ৰাজনৈতিক দল কাষ চাপিল সৰ্বোচ্চ ন্যায়ালয়ৰ। উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিলে চৈধ্যটাকৈ ৰাজনৈতিক দলে। ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বিচাৰে কেন্দ্ৰীয় সংস্থাসমূহক দলীয়…
মোডীৰ বিৰুদ্ধে গৰ্জন ‘শূপৰ্ণখা’ৰ
২০১৮ চনত এই 'শূপৰ্ণখা'ৰ আৱিৰ্ভাৱ হৈছিল সংসদত৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজেই নেত্ৰীগৰাকীক সমালোচনা কৰিছিল 'শূপৰ্ণখা' বুলি।এতিয়া তেওঁ আজিৰ পৰা ৫ বছৰৰ আগৰ প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চপাৰ সিদ্ধান্ত লৈছে৷এটা টুইটত…
‘নিজকে ৰামভক্ত বুলি ভৱাসকল মূৰ্খ’
নেশ্যনেল কনফাৰেন্সৰ নেতা তথা জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই বৃহস্পতিবাৰে ভগৱান ৰামক কেৱল হিন্দুৰে ভগৱান নহয় বুলি কয়।যিসকলে ৰামক হিন্দুৰ বুলি দাবী কৰি আহিছে তেওঁলোকে কেবল ভোটৰ কাৰণেহে ৰামক তেওঁলোকৰ বুলি দাবী কৰে।এগৰাকী…