Browsing Category
দেশ
থাওকতে হেৰাইছে ৰাজ্য,নিৰুপায় বিজেপি !
২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন হৈছিল।২০১৪ চনৰ পিছত ২০১৯ চনত দ্বিতীয়বাৰ ক্ষমতালৈ আহিছিল প্ৰধানমন্ত্ৰী মোডী। সমগ্ৰ দেশ খনেই সেই সময়ত মোডীময় হৈ পৰিছিল যাৰবাবে ২০১৪ চনতকৈয়ো অধিক আসন লাভ কৰি কেন্দ্ৰত চৰকাৰ গঠন…
প্ৰধানমন্ত্ৰীৰ ৫১ মিনিটৰ ভাষণত ৪৪ বাৰ কংগ্ৰেছক আক্ৰমণ
সলনি হৈছে দেশৰ ৰাজনৈতিক পৰিভাষা । এফালে সনাতন বনাম জাতিগত জনগণনা । আনফালে বিশ্বকৰ্মা যোজনা বনাম গৌতম আদানি । বিৰোধীয়ে সৃষ্টি কৰা নতুন ৰাজনৈতিক পৰিভাষাই এতিয়া বাৰুকৈয়ে বিব্ৰত কৰি তুলিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। সোমবাৰে প্ৰধানমন্ত্ৰী…
বিজেপিৰ অংকত জংকপংক,প্ৰাৰ্থিত্বই নাপালে ৭৮ বিধায়কে
দেশৰ আন ৪ ৰাজ্যৰ লগতে মধ্য প্ৰদেশতো অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন। নিৰ্বাচনক লৈ যুদ্ধকালীন ক্ষিপ্ৰতাৰে নামি পৰিছে শাসক তথা বিৰোধী শক্তি।ইতিমধ্যে বিজেপিয়ে আগন্তুক বিধানসভাৰ বাবে দ্বিতীয়খন প্ৰাৰ্থী তালিকাও ঘোষণা কৰিলে। দলটোৱে ইয়াৰ প্ৰথমখন…
দক্ষিণ ভাৰতত সৰ্বস্ব হেৰুওৱাৰ দিশে বিজেপি
লোকসভা নিৰ্বাচনৰ পূৰ্বে আন এক মোক্ষম বিজেপি নেতৃত্বাধীন এন ডি এত ।এইবাৰ এন ডি এ এৰিলে পুৰণি আৰু বৃহৎ সহযোগী দল এ আই এ ডি এম কেই । সোমবাৰে দলটোৱে এই সিদ্ধান্তৰ কথা আনুষ্ঠানিভাৱে সদৰী কৰে।চেন্নাইত সোমবাৰে অনুষ্ঠিত দলটোৰ এক উচ্চস্তৰীয় বৈঠকৰ…
ৰাহুলৰ অ’ বি চি ট্ৰামকাৰ্ডত দেশৰ ৰাজনীতিত আলোড়ন
সমাজৰ পাছপৰা শ্ৰেণীৰ লোকসকলেই নিৰ্ধাৰণ কৰিব ২০২৪ ত দিল্লীৰ সিংহাসন হ’ব কাৰ । সেইবাবেই পাছপৰা লোকসকল উপনীত হৈছে দেশৰ ৰাজনীতিৰ মূল অভিকেন্দ্ৰত ।সংসদৰ ভিতৰে বাহিৰে অ’ বি চিৰ অধিকাৰক লৈ সৰৱ হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী । মহিলা সংৰক্ষণ…
উৰহৰ খং ভগা ঢাৰিতে জাৰিছে অ’ৱেছীয়ে !
২০২৪ চনৰ লোকসভা নিৰ্বাচনলৈ মাজত আছে মাত্ৰ ৬ টা মাহ।শাসক -বিৰোধী দুয়োটা পক্ষই ইতিমধ্যে পৃথকে পৃথকে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰি ৰণক্ষেত্ৰত নামি পৰিছে।বিজেপি নেতৃত্বাধীন NDA ত সংখ্যাত ৩৮ টা দল লগ লাগিছিল যদিও ইতিমধ্যে ৩ টা দলে NDA ৰ পৰা…
‘মোডী মেৰিয়ট’ৰ খবৰ পাইছেনে?
নতুন দিল্লীত উদ্ধোধন হ’ল নতুন সংসদ ভৱন। সংসদ ভৱনক লৈ বিজেপি দল আৰু চৰকাৰ অত্যধিক উৎফুল্লিত।চৰকাৰ আৰু বিজেপি দলে নৱনিৰ্মীত ভৱনটোক প্ৰধানমন্ত্ৰী মোডীৰ এক বৃহৎ সফলতা বুলি দাবী কৰি আহিছে।কিন্তু তাৰ বিপৰীতে জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এই…
৩৩% নহয় ৫০% মহিলাক দিব প্ৰাৰ্থিত্ব !
তৃণমূল কংগ্ৰেছে আগৰে পৰাই ২০১৯ চনৰ পৰাই বঙালী ছোৱালীৰ ৰক্ষণাবেক্ষণৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আহিছে-এই দাবী তৃণমূলৰ সাংসদ তথা ৰাষ্ট্ৰীয় সম্পাদক অভিষেক বেনাৰ্জী। মহিলা সকলে মমতা বেনাৰ্জীকে ভোট দি জয়যুক্ত কৰিছিল ২০১৯ চনত।২০২৪ চনৰ লোকসভা…
বিজেপি ত্যাগৰ ‘অজুহাত’ লাগে উমা ভাৰতীক !
মহিলা সংৰক্ষণ বিধেয়ক গৃহীত হ’ল দুয়োখন সদনতে।এই বিধেয়ক আইন হৈ কেতিয়া কাৰ্যকৰী হয়,সেয়া পিছৰ কথা কিন্তু বিজেপি চৰকাৰে লৰাঢপৰা কৰি হ’লেও কাৰ্যকৰী কৰিলে বিধেয়কখন।এতিয়া মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উমা ভাৰতীক লাগে অন্যান্য পিছপৰা শ্ৰেণীৰ…
ৰণচণ্ডী ৰূপ লৈছে মণিপুৰৰ চিত্ৰাংগদাই !
বিগত ৩ মে’ৰ পৰা অশান্ত হৈ আছে চিত্ৰাংগদাৰ দেশ মণিপুৰ। মণিপুৰত বিগত দিনবোৰত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষত প্ৰায় ১৭৫ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।দীৰ্ঘদিনীয়া সাম্প্ৰদায়িক সংঘাতৰ যেন ওৰ পৰাৰ কোনো লক্ষণেই নাই মণিপুৰত। হত্যা-হিংসাই জৰ্জৰিত কৰি…