শ্ৰেণী ৰাষ্ট্ৰীয়

বিজেপি ত্যাগৰ ‘অজুহাত’ লাগে উমা ভাৰতীক !

মহিলা সংৰক্ষণ বিধেয়ক গৃহীত হ’ল দুয়োখন সদনতে।এই বিধেয়ক আইন হৈ কেতিয়া কাৰ্যকৰী হয়,সেয়া পিছৰ কথা কিন্তু বিজেপি চৰকাৰে লৰাঢপৰা কৰি হ’লেও কাৰ্যকৰী কৰিলে বিধেয়কখন।এতিয়া মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উমা ভাৰতীক লাগে অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণ।টুইটাৰত এই আহ্বান বিজেপিৰ প্ৰাক্তন সাংসদ…

ৰণচণ্ডী ৰূপ লৈছে মণিপুৰৰ চিত্ৰাংগদাই !

বিগত ৩ মে’ৰ পৰা অশান্ত হৈ আছে চিত্ৰাংগদাৰ দেশ মণিপুৰ। মণিপুৰত বিগত দিনবোৰত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষত প্ৰায় ১৭৫ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।দীৰ্ঘদিনীয়া সাম্প্ৰদায়িক সংঘাতৰ যেন ওৰ পৰাৰ কোনো লক্ষণেই নাই মণিপুৰত। হত্যা-হিংসাই জৰ্জৰিত কৰি ৰাখিছে মণিপুৰক ।কুকি অধ্যুষিত অঞ্চলত পৰিবেশ…

বিফল প্ৰধানমন্ত্ৰী মোডী,হতাশ বিজেপি !

২০২৪ চনৰ লোকসভাৰ নিৰ্বাচন সমাগত।মাজত আছে মাত্ৰ ৭ টা মাহ।বিগত ৯ টা বছৰৰ সকলো প্ৰতিশ্ৰুতি ৰক্ষা কৰিব লাগিব বিজেপিয়ে।প্ৰতিশ্ৰুতিৰ নামত কথাৰ ফুলজাৰি ভাৰতীয় ভোটাৰে আৰু সহ্য নকৰে বুলি ভয় খাইছে বিজেপিয়ে।সময় যিমানে কাষ চাপিছে,ভৰিৰ তলৰ মাটি হেৰাইছে দলটোৰ।সেয়ে জনতাৰ লগতে…

ভিৰৰ মাজতো নিসংগ বিজেপি !

জয়াললিতাৰ দল AIADMK ই সংগ এৰিছে বিজেপিৰ। ইতিমধ্যে দলটোৰ নেতা ডি জয়কুমাৰে বিজেপিৰ সংগ এৰাৰ বিষয়টো নিশ্চিত কৰিছে।নিজ দলৰ জ্যেষ্ঠ প্ৰতিস্থাপক নেতাক অপমান কৰাটো কোনো কাৰণতেই সহ্য নকৰে AIDMK ই।জয়কুমাৰে এই কথা স্পষ্ট কৰি দিছে যে সদ্যহাতে তেওঁলোকৰ দলে বিজেপিৰ…

তেজৰ ফাকু খেলিয়েই আছে মণিপুৰত !

বিগত ৩ মে’ৰ পৰা আৰম্ভ হোৱা সাম্প্ৰদায়িক সংঘাতৰ যেন ওৰ পৰাৰ কোনো লক্ষণেই নাই মণিপুৰত।হত্যা-হিংসাই জৰ্জৰিত কৰি ৰাখিছে মণিপুৰক ।কুকি অধ্যুষিত অঞ্চলত পৰিবেশ একেবাৰে নিমাওমাও।প্ৰতিটো মুৰ্হুতত শংকিত নিৰীহ জনতা।শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰি আৰক্ষীৰ মহা পৰিদৰ্শক আই কে মুইভাই জনাই…

পুনৰ কংগ্ৰেছলৈ সিন্ধিয়া ?

কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই এক আলোচনাত অংশ লৈ কয় যে তেওঁৰ কংগ্ৰেছ নেতা কমল নাথ অথবা দ্বিগবিজয় সিঙৰ ওপৰত অলপো ক্ষোভ নাই।তেওঁ কেতিয়াও মুখ্যমন্ত্ৰী হোৱাৰো সপোন দেখা নাই।তেওঁ মাত্ৰ মধ্য প্ৰদেশৰ উন্নতি বিচাৰে।পঞ্চায়ত আজটক নামৰ এক অনুষ্ঠানত…

মোডী-শ্বাহৰ ৰাজ্যতেই সংকটত বিজেপি !

মাত্ৰ ৯ টা বছৰ ,মাত্ৰ ৯ টা বছৰতে বেয়াকৈ আমুৱালে বিজেপিক,বীতশ্ৰদ্ধ হ’ল বিজেপিৰ প্ৰতি জনতা।১৯৯৯ চনৰ পৰা দেশত একেলেথাৰিয়ে ক্ষমতাত আছিল কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ।কংগ্ৰেছ নেতৃত্বাধীন ইউপিএক শোচনীয়ভাৱে পৰাভূত কৰি ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপি দল কেন্দ্ৰত ক্ষমতালৈ আহিছিল।সেইবাৰ…

নেতাক টিছু পেপাৰৰ দৰে ব্যৱহাৰ বিজেপিৰ !

শাসক দল বিজেপিত বিসম্বাদে লৈছে ভয়ংকৰ ৰূপ।অসমৰ পৰা আৰম্ভ কৰি হিমাচল প্ৰদেশলৈকে,কৰ্ণাটকৰ পৰা আৰম্ভ কৰি মণিপুৰলৈকে সকলোতে বিজেপি দলৰ মাজত অনিয়ন্ত্ৰিত বিসম্বাদে গা কৰি উঠিছে৷কৰ্ণাটকত লিংগায়ট সম্প্ৰদায়ে ইতিমধ্যে সংগ ত্যাগ কৰিছে বিজেপিৰ।বিজেপিত থকা লিংগায়ট সম্প্ৰদায়ৰ বহুকেইজন নেতাই ইতিমধ্যে বিসম্বাদ নিৰ্মূলৰ…

কালৰো কাল বিপৰীত কাল, জ্যোতিষীয়েহে চাই খেলুৱৈ বেয়া নে ভাল !

ভাৰতৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ সদস্যসকলৰ ভাগ্য নিৰূপণ কৰে জ্যোতিষীয়েহে !আচৰিত নহ’ব,যোগ্যতা বা দক্ষতা নহয়,খেলুৱৈৰ কুণ্ডলী চাইহে দলৰ বাবে উপযুক্ত হয় নে নহয় বিবেচনা কৰে ভাৰতীয় দলৰ প্ৰশিক্ষকে। আইগৰ ষ্টিমাক নামৰ ভাৰতীয় দলৰ প্ৰশিক্ষকগৰাকীয়ে বিগত এছিয়ান কাপৰ প্ৰাকমুহূৰ্তত ভূপেশ শৰ্মা নামৰ…

উমা ভাৰতীয়ে ত্যাগ কৰিব বিজেপি !

মধ্য প্ৰদেশত অহা নবেম্বৰত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন।নিৰ্বাচনক লৈ ব্যস্ত শাসক -বিৰোধী দুয়োটা পক্ষই।মধ্য প্ৰদেশত বিগত ২০ বছৰ ধৰি চলি আছে বিজেপি দলৰ চৰকাৰ।মধ্য প্ৰদেশত প্ৰতিষ্ঠানবিৰোধী ঢৌৰ লগতে দুৰ্নীতি আৰু দলীয় বিসম্বাদে কোঙা কৰি পেলাইছে বিজেপিক।ইজনৰ পিছত সিজন জ্যেষ্ঠ নেতাই…