Investigative reporting with dedication.
হিটলাৰেও দিছিল ১৪ বছৰত নোহোৱা কাম ৪ বছৰত কৰাৰ প্ৰতিশ্ৰুতি

‘অচ্ছে দিন’ৰ সপোন দেখুৱাই ক্ষমতা দখল কৰাটো কোনো নতুন ৰাজনৈতিক কৌশল নহয় । বিশ্ব ইতিহাসৰ কুখ্যাত শাসক হিটলাৰেও দিছিল ‘অচ্ছে দিন’ৰ শ্ল’গান । অৰ্থাৎ ভাল দিনৰ সপোন দেখুৱাই শাসনলৈ আহিছিল এডল্ফ হিটলাৰ । আজিৰ কোনো কোনো নেতাই যিদৰে ৬০ বছৰৰ…










