Investigative reporting with dedication.
দিল্লীৰ প্ৰদূষণ,চৰকাৰৰ নাই নিয়ন্ত্ৰণ !

দেশৰ ৰাজধানী মহানগৰ দিল্লীত ভয়ানকভাৱে বৃদ্ধি পাইছে প্ৰদূষণ। বায়ু প্ৰদূষণৰ ফলত দিল্লীৰ জনতাই ভয়ংকৰ দুৰ্বিষহ জীৱন যাপন কৰিবলগীয়া হৈছে। দেশৰ উচ্চতম ন্যায়াালয়েও প্ৰদূষণক লৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত বৃদ্ধি পোৱা সংঘাত নিয়ন্ত্ৰণ কৰাৰ বাবে ৰায় প্ৰদান কৰিবলৈ বাধ্য হৈছে…










