Investigative reporting with dedication.
ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত আৰম্ভ পূব- মণ্ডলৰ আন্তঃ বিশ্ববিদ্যালয় টেবুল টেনিছ প্ৰতিযোগিতা

প্রতিবছৰৰ দৰে এইবেলিও ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত এছ’চিয়েশ্যন অৱ ইণ্ডিয়ান ইউনিভাৰ্চিটিজৰ উদ্যোগত অনুষ্ঠিত হৈছে পূব মণ্ডলৰ আন্তঃ বিশ্ববিদ্যালয় টেবুল টেনিছ প্ৰতিযোগিতা। পূব মণ্ডলৰ প্ৰায় ৪৯ খন বিশ্ববিদ্যালয়ে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত। প্ৰতিযোগিতা( পুৰুষ) শাখাৰ খেল সমূহ অনুষ্ঠিত হ’ব ১-৪ ডিচেম্বৰলৈ। ইফালে…










