সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

গুৱাহাটী

বিদ্ৰোহী কবিতা লিখি যোৱা দুটা মাহে কাৰাগাৰত বন্দী বৰ্ষাশ্ৰী

ৰাভা দিৱস পাতিব, কিন্তু আৰু এজন ৰাভা জন্ম হ'বলৈ নিদিয়ে ৰজা ঘৰে। হীৰেন ভট্টাচাৰ্যৰ কবিতাও আওৰাব, কিন্তু আৰু এজন হীৰেন ভট্টাচাৰ্যৰ জন্ম হ'বলৈ নিদিয়ে ৰজাঘৰে। সেয়ে বিদ্ৰোহী কবিতা লিখি যোৱা দুটা মাহে কাৰাগাৰত বন্দী বৰ্ষাশ্ৰী। কবি হীৰেন…

বানপীড়িতৰ ছাত্ৰ-ছাত্ৰীলৈ দুহাজাৰ টকাকৈ ক্ষতিপূৰণৰ দাবী ছাত্ৰ মুক্তিৰ

চলিত ২০২২ বৰ্ষৰ মে' আৰু জুন মাহৰ ভিতৰতে দুবাৰকৈ প্ৰলয়ংকাৰী বানৰ কবলত আক্ৰান্ত হৈছে অসমৰ সৰ্বসাধাৰণ ৰাইজ। নেৰানেপেৰা প্ৰৱল বৰষুণ আৰু একে সময়তে ভূটান আৰু চুবুৰীয়া ৰাজ্য মেঘালয় আৰু অৰুণাচলত নিৰ্মিত জলবোমা সদৃশ বৃহৎ নদীবান্ধবোৰৰ পানী এৰাৰ…

ফেক কিলিং : কাল্পনিক ব্যক্তিক হত্যা কৰি অসমত কেনেদৰে লুণ্ঠন কৰা হয় বীমাৰ ধন ?

ফেক এনকাউন্টাৰ নহয় , আন্ত:ৰাষ্ট্ৰীয় পর্যায়ত উন্মোচিত হৈছে অসমৰ ‘ফেক কিলিঙ’ৰ ঘটনা৷উন্মোচিত হৈছে ফেক কিলিঙৰ জৰিয়তে বীমাৰ ধন লুন্ঠনৰ চাঞ্চল্যকৰ তথ্য ৷ ‘ব্লুমবার্গ’ৰ এক প্ৰতিবেদনত পোহৰলৈ আহিছে অসমৰ বৰপেটা জিলাত সংঘটিত এই ফেক কিলিঙৰ ঘটনা৷…

আজিৰ দিনটোত কিমান মূল্য ভাৰতীয় গণতন্ত্ৰৰ?

আজিৰ দিনটোত কিমান মূল্য ভাৰতীয় গণতন্ত্ৰৰ?আমি আজি জনাম ক'ত কিমান টকাৰে বেচা কিনা কৰা হ'ল ভাৰতীয় গনতন্ত্ৰক। স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos Visit:…

চিৰিয়াখানা সুৰক্ষা মঞ্চৰ কার্যনির্বাহকত কি কি সিদ্ধান্ত লোৱা হ’ল?

আজি গুৱাহাটীৰ চিৰিয়াখানাত অনুষ্ঠিত হয় চিৰিয়াখানা সুৰক্ষা মঞ্চৰ কাৰ্যনিৰ্বাহক বৈঠক৷বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।বিগত ৩১/০৫/২০২২ তাৰিখে অনুষ্ঠিত হৈ যোৱা নাগৰিক সভাৰ সিদ্ধান্ত সমূহ কাৰ্যকৰী কৰিবলৈ এই কাৰ্যনিৰ্বাহক সভা…

চেন্নাইত শেষ নিশ্বাস ত্যাগ অভিনেতা কিশোৰ দাসৰ

অভিনেতা কিশোৰ দাসে শনিবাৰে চেন্নাইত শেষ নিশ্বাস ত্যাগ কৰিলে। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল কিশোৰ৷এমাহ দিন ধৰি আছিল গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ থকা কিশোৰ দাস শেহতীয়াকৈ উন্নত চিকিৎসাৰ বাবে গৈছিল…

দিল্লীৰ উপমুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰীৰ মানহানি গোচৰ

দিল্লীৰ উপমুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰীৰ মানহানি গোচৰ৷ কিন্তু হিমন্ত বিশ্ব শর্মা সন্দর্ভত কি কি অভিযোগ উত্থাপন কৰিছিল মনিষ চিচোডিয়াই? মনিষ চিচোডিয়াৰ বিৰুদ্ধে কি কি অভিযোগ আনিছে হিমন্ত বিশ্ব শর্মাই? কি হ’ব আদালতত? …

মুখ্যমন্ত্ৰীৰ স্বীকাৰোক্তি, ‘চৰকাৰী বিদ্যালয়তকৈ বেচৰকাৰী বিদ্যালয়ৰ ফলাফল ভাল হ’বই’

মুখ্যমন্ত্ৰীৰ স্বীকাৰোক্তি, 'চৰকাৰী বিদ্যালয়তকৈ বেচৰকাৰী বিদ্যালয়ৰ ফলাফল ভাল হ'বই’৷ কিন্তু কি যুক্তি? https://youtu.be/5SrWQf-SD0g

নিজ ৰাজ্যৰ নাগৰিকক নিৰাপত্তা দিয়াত উদাসীন হিমন্ত বিশ্ব শৰ্মা

৫০০ শতাধিক কমাণ্ডো বাহিনী আৰু চি আৰ পি এফ জোৱানেৰে হোটেল ৰেডিচন ব্লুত বাহৰ পতা বহি:ৰাজ্যৰ ভিভিআইপিক সুৰক্ষা দিয়া অসম চৰকাৰৰ আহৰি নাই বানত সৰ্বশ্ৰান্ত হোৱা নাগৰিকক সুৰক্ষা দিবলৈ। https://youtu.be/TAJXLNIhFts

কি মন্ত্ৰৰ বলত আত্মনিৰ্ভশীল হ’ল অৰ্চনা আৰু বিজয়?

কেনেকৈ হ'ব পাৰি আত্মনিৰ্ভশীল? পৰিশ্ৰম আৰু একাগ্রতাৰে সফল হৈ আদৰ্শ দেখুৱাইছে অৰ্চনা আৰু বিজয়ে। স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos Visit:…