শ্ৰেণী গুৱাহাটী

নিজ ৰাজ্যৰ নাগৰিকক নিৰাপত্তা দিয়াত উদাসীন হিমন্ত বিশ্ব শৰ্মা

৫০০ শতাধিক কমাণ্ডো বাহিনী আৰু চি আৰ পি এফ জোৱানেৰে হোটেল ৰেডিচন ব্লুত বাহৰ পতা বহি:ৰাজ্যৰ ভিভিআইপিক সুৰক্ষা দিয়া অসম চৰকাৰৰ আহৰি নাই বানত সৰ্বশ্ৰান্ত হোৱা নাগৰিকক সুৰক্ষা দিবলৈ।

কি মন্ত্ৰৰ বলত আত্মনিৰ্ভশীল হ’ল অৰ্চনা আৰু বিজয়?

কেনেকৈ হ’ব পাৰি আত্মনিৰ্ভশীল? পৰিশ্ৰম আৰু একাগ্রতাৰে সফল হৈ আদৰ্শ দেখুৱাইছে অৰ্চনা আৰু বিজয়ে। স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – Visit: Follow Us Facebook: YouTube: Instagram: …

শীঘ্ৰেই গুৱাহাটীত মুখামুখি হ’ব নেকি ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মনীষ চিছোডিয়াৰ?

দিল্লীৰ উপমুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ১০০ কোটিৰ মানহানিৰ গোচৰ অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ। কিন্তু কিয়? এই প্ৰতিবেদনত সবিশেষ- স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – Visit: Follow Us Facebook: YouTube: Instagram:…

স্মাৰ্ট চিটী গুৱাহাটীৰ এই অৱস্থা কিয় ? শ শ কৌটিৰ হিচাপ দিব কোনে?

বৰছলা বিলৰ বাবে ২১৫ কৌটি , ভৰলুৰ বাবে ৪৪৪ কৌটি , মৰা ভৰলুৰ বাবে ৪৮৮ কৌটি , দীপৰ বিলৰ বাবে ২৫০ কৌটি – এয়া কোনো কাল্পনিক হিচাপ নিকাচ নহয় ৷ গুৱাহাটী মহানগৰৰীৰ স্মাৰ্ট চিটী প্ৰজেক্টৰ প্ৰকল্প প্ৰতিবেদনত এই প্ৰকল্পসমূহৰ বাবে…

‘ই ডি’ কাৰ্যালয়ত হাজিৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধী। প্ৰতিবাদ কৰিবলৈ আহি আটক ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়া।

আজি ইডিৰ সন্মুখত হাজিৰ হ’ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ইডিৰ সন্মুখত হাজিৰ হোৱাৰ পূৰ্বে কংগ্ৰেছ নেতা গৰাকীৰ সমৰ্থনত দেশৰ বিভিন্ন প্ৰান্তত সমদল উলিয়াইছে কংগ্ৰেছ দলে। গুৱাহাটীৰ ৰাজীৱ ভৱনতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে কংগ্ৰেছে।ৰাজীৱভৱনৰ পৰা ওলোৱা সমদলকাৰীক আৰক্ষীয়ে বেৰীকেত বান্ধি অৱৰোধ…

ইংৰাজী পঢ়িব নজনাসকললৈ সমবেদনা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ইংৰাজী পঢ়িব নজনাসকললৈ সমবেদনা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু কিয় ইংৰাজী নজনাসকলক সমবেদনা জনালে মুখ্যমন্ত্ৰী শৰ্মাই? সবিশেষ চাওঁক এই প্ৰতিবেদনত- স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – Visit: …

সাৱধান: মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ ধানুকাই যোগান ধৰে নিম্নমানৰ ঔষধ

ধানুকাৰ প্ৰতিষ্ঠান ঘনশ্যাম ফাৰ্মাচিউটিকেলছে যোগান ধৰে নিম্নমানৰ ঔষধ ৷ ২০১৬ চনতে পৰীক্ষাগাৰত প্ৰমান হৈছিল এই কথা ৷ তাৰ পাছতো ধানুকালৈ অহেতুক দৰদ কিয়?  

নতুন মন্ত্ৰীসভাত কাৰ গুৰুত্ব বাঢ়িল, কাৰ কমিল?

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ বৃহৎ সালসলনি, ক্ষুদ্ৰ সম্প্ৰসাৰণ ৷ কাৰ গুৰুত্ব বাঢ়িল, কাৰ কমিল? চন্দ্ৰমোহন পাটোৱাৰীৰ বাবে নতুন দায়িত্ব কিয় হ’ব প্ৰত্যাহ্বানপূৰ্ণ ? চাওক এই প্ৰতিবেদনত-  

এইবাৰ শিক্ষকক কিয় সমালোচনা কৰিব নোৱাৰিব হিমন্ত বিশ্ব শর্মাই?

এইবাৰ শিক্ষকক কিয় সমালোচনা কৰিব নোৱাৰিব হিমন্ত বিশ্ব শর্মাই? অসমৰ সকলো বিদ্যালয়ত নাই খোৱাপানীৰ সুবিধা, নাই কম্পিউটাৰ-ইন্টাৰনেট সেৱা, নাই বিদ্যুৎ৷ কেনেকৈ ভালফল দেখুৱাব চৰকাৰী বিদ্যালয়ে?  

মন্ত্ৰীসভাৰ সালসলনি : ৰঞ্জিত দাসৰ বাবে অশনি সংকেত, বিমল বৰাৰ ক্ষমতা কৰ্তন, চন্দ্ৰমোহন পাটোৱাৰীৰ সন্মুখত প্ৰত্যাহ্বান

বৃহৎ সালসলনিৰে সম্পন্ন হ’ল অসম চৰকাৰৰ মন্ত্ৰীসভাৰ ক্ষুদ্ৰ সম্প্ৰসাৰণ ৷ ভাগ্য উদয় হ’ল মুখ্যমন্ত্ৰীৰ ঘণিষ্ঠ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু হাফলঙৰ বিধায়িকা নন্দিতা গাৰ্লোচাৰ ৷ প্ৰচলিত ব্যাকৰণ ভাঙি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কেৱল নলবাৰী জিলাৰ পৰাই দুজনকৈ বিধায়কক মন্ত্ৰীসভাত…