Browsing Category
এক্সক্লুছিভ
অসমীয়াৰ ইতিহাস ৰঙেৰে মচিলে কোনে?
জনশ্ৰুতি অনুসৰি,ৰুক্মীনিক হৰণ কৰিবলৈ আহোতে লুইতৰ ঘূলীত বৰশী বাইছিল ভগৱান শ্ৰীকৃষ্ণই৷যাত্ৰা পথত ক্লান্ত ঘোঁৰাক জিৰাবলৈ দি লুইতৰ ঘূলীৰ পাৰৰ শিলত বহি বৰশী বাইছিল শ্ৰীকৃষ্ণই৷সেই স্থানৰ শিলত থকা এটা ভৰিৰ ছাপক কেন্দ্ৰ কৰিয়েই আছে জনবিশ্বাস- বৰশী…
মুখ সলনি হল৷সলনি হবনে মোদী চৰকাৰৰ চৰিত্ৰ ?
মুখ সলনি হল৷সলনি হবনে চৰিত্ৰ?ব্যাপক ৰদ বদল হল মোদী চৰকাৰৰ৷নতুন মুখে সলনি কৰিলে মোদী চৰকাৰক৷কিন্তু প্ৰশ্ন হয়-এইবাৰ চৰিত্ৰও সলনি হবনে মোদী চৰকাৰৰ?
মোদী কেবিনেটত কাৰোবাক নতুনকৈ সংযোজন কৰা হল,কাৰোবাক প্ৰমোচন দিয়া হল৷সমান্তৰালভাবে কাৰোবাক…
EXCLUSIVE : ই- মেইলৰ জড়িয়তে কেনেদৰে হেক কৰা হয় সামাজিক কৰ্মীৰ কম্পিউটাৰ ?
ই-মেইলৰ জড়িয়তে কম্পিউটাৰ হেক , তাৰ পাছত সংস্থাপন প্ৰধানমন্ত্ৰীক হত্যাৰ পৰিকল্পনা সন্নিৱিষ্ট চিঠি ৷ ইয়াৰ ভিত্তিত নিয়াৰ গোচৰ ৷এক চাঞ্চল্যকৰ কাহিনী ৷
দৰিদ্ৰতা অতিক্ৰমি কেনেকৈ বৃহৎ অৰ্থনীতিত পৰিণত হ’ল দক্ষিণ কোৰিয়া?
বিপুল কলিতাৰ কলমত-
শেহতীয়া এক তথ্য অনুসৰি গৱেষণা আৰু বিকাশৰ শিতানত ব্যয় কৰাৰ ক্ষেত্ৰত প্ৰথম স্থান অধিকাৰ কৰা দেশখনেই হৈছে দক্ষিণ কোৰিয়া ৷ দক্ষিণ কোৰিয়াই যোৱা চাৰি দশকত এক উচ্চ-প্ৰযুক্তিৰ ঔদ্যোগিক অৰ্থনীতিত পৰিণত হ'বলৈ সক্ষম হৈছে আৰু…
২৪ আকবৰ ৰোড – ক্ষমতাৰ উৱলি যোৱা ঠিকনা -৪
অৰূপ কলিতাৰ কলমত-
১৯৯৮ চনৰ ৫ মাৰ্চত পৰাজয়ৰ বিশ্লেষণৰ বাবে চি ডব্লিউ চিৰ বৈঠক অনুষ্ঠিত হ’ল ৷ বৈঠকত ছোনিয়া গান্ধীয়ে পোনপটীয়াকৈ দলৰ দায়িত্ব লোৱাৰ দাবী উত্থাপন হ’ল ৷ খঙত জ্বলি পকি উঠিল সীতাৰাম কেশৰী ৷ তেও মুকলিকৈ শাৰদ পাৱাৰ , তাৰিক আনৱাৰৰ…
মোদীৰ পৰীক্ষাত কোন পাছ , কোন ফেইল ? সবিশেষ পঢ়ক-
পৰীক্ষা অনুষ্ঠিত নহল চিবিএছই আৰু ৰাজ্যিক ব'র্ডৰ৷ কিন্তু ৰিজাল্ট ওলাব ৷পূর্বৰ পাৰদৰ্শিতাৰ ভিত্তিত প্ৰদান কৰা হব নতুন ফলাফল৷ তথাপি ফলাফলৰ অপেক্ষাত এতিয়া ছাত্ৰ-ছাত্ৰী , অপেক্ষাত অছে অভিভাবকসকলো ৷মেট্ৰিক , হায়াৰ ছেকেণ্ডাৰীৰ ফলাফলৰ অপেক্ষাৰ…
নতুন টীম মোদীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কি ?
ক্ষন্তেক পাছতে নৰেন্দ্ৰ মোদীৰ নতুন মন্ত্ৰীসভাৰ ৪৩ গৰাকীকৈ মন্ত্ৰীয়ে শপত ল’ব ৷ ইয়াৰে ২৪ গৰাকী হ’ব নতুন মুখৰ মন্ত্ৰী ৷ বিগত সাত বছৰত এইখনেই হ’ব নৰেন্দ্ৰ মোদীৰ আটাইতকৈ ডাঙৰ মন্ত্ৰীসভা ৷ এই নতুন মন্ত্ৰীসভাৰ কেইটামান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে…
অসমত কিয় , কোনে বলবৎ নকৰে মাইক্ৰ’ফাইনেন্স ৰেগুলেশ্যন আইন ?
নাহৰকটীয়াৰ দুহেজাৰ মহিলাই হাতেবোৱা দুহেজাৰ গামোচা উপহাৰ দিছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক ৷ জনসংযোগ বিভাগে প্ৰকাশ কৰা বিবৃতি অনুসৰি মইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ পাছত এইদৰেই গামোচাৰে মুখ্যমন্ত্ৰীগৰাকীক কৃতজ্ঞতা…
ইউছুফ খানৰ পৰা দিলীপ কুমাৰলৈ ,ফলৰ বেপাৰীৰ পৰা যুগজয়ী অভিনেতালৈ …..
বিশ্ববাসীয়ে দিলীপ কুমাৰ নামেৰে চিনি পোৱা , দুৰন্ত অভিনয়েৰে প্ৰতিগৰাকী দৰ্শকৰ মনত নিগাজী হৈ ৰোৱা এইগৰাকী যুগজয়ী অভিনেতাই কাহানিও ভবা নাছিল যে এদিন তেও পাহৰি যাব লাগিব পিতৃ – মাতৃয়ে দিয়া আচল নামটোও ৷১৯২২ চনত জন্ম হোৱা দিলীপ কুমাৰৰ দেউতাক আছিল…
ট্ৰেজেডি কিঙৰ চিৰবিদায়…
বলীউদৰ” ট্ৰেজেডি কিঙ” দিলীপ কুমাৰ আৰু নাই ৷ বুধবাৰে পুৱা ৭ বজাত মুম্বাইৰ হিন্দুজা হাস্পতালত তেও শেষ নিশ্বাস ত্যাগ কৰে ৷ শ্বাস- প্ৰশ্বাসত পোৱা অসুবিধাৰ বাবে স্বনামধন্য অভিনেতাগৰাকীক যোৱা ৩০ জুনত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ জীৱন – মৃত্যুৰ…