সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

এক্সক্লুছিভ

নেলচন মেণ্ডেলাৰ এটা কাহিনীৰে-

নেলছন মেণ্ডেলা, কেৱল মাত্ৰ এটা নাম নহয়, এটা সত্বা। বিশ্বৰ বহু সংগ্ৰামী সপোনৰ বাবে অনুপ্ৰেৰণাৰ আন এটা নাম নেলছন মেণ্ডেলা। দক্ষিণ আফ্ৰিকাৰ প্ৰথম গৰাকী কৃষ্ণাংগ ৰাষ্টপতি নেলছন মেণ্ডেলাৰ বিষয়ে হয়তো নতুনকৈ বিশেষ কোৱাৰ প্ৰয়োজন নাই। বৰ্ণবৈষম্যৰ…

অসহনীয় ক্ষুধাৰ পৰা মুক্তি কেতিয়া ?

অতি পৰিতাপৰ  বিষয় এইটোৱে যে  সকলো প্ৰচেষ্টাৰ পিছতো বিশ্বত প্ৰতি মিনিটত ১১ জন লোক অনাহাৰ আৰু  ভোকত মৰে। যোৱা বছৰত সমগ্ৰ বিশ্বতে দুৰ্ভিক্ষসদৃশ পৰিস্থিতিৰ সন্মুখীন হোৱা লোকৰ সংখ্যা ছয়গুণ বৃদ্ধি পাইছে।

কলেজৰ নিযুক্তি বন্ধ : ধন নাই নে সদিচ্ছাৰ অভাৱ ?

উচ্চ শিক্ষা সঞ্চালকালয়ে ৰাজ্যৰ সকলো প্ৰাদেশীকৃত, চৰকাৰী আৰু মডেল মহাবিদ্যালয়লৈ নিযুক্তি বন্ধৰ বাবে এখন জাননী  প্ৰেৰণ কৰিছে যদিও জাননীখনত স্পষ্ট কৰি দিয়া নাই যে কিয় এনে নিৰ্দেশ দিয়া হৈছে।

নতুন বাজেট অনুসৰি হিতাধিকাৰীৰ বাবে কিমান ধন ব্যয় কৰা হব?

নতুন বাজেটে কিমান হিতাধিকাৰী সৃষ্টি কৰিব? নতুন বাজেট অনুসৰি হিতাধিকাৰীৰ বাবে কিমান ধন ব্যয় কৰা হব? নতুন বাজেটক লৈ আলোচনা সমালোচনা অব্যাহত আছে৷বহুতেই বাজেটক হিতাধিকাৰী সৃষ্টিৰ বাজেট বুলিও আখ্যা প্ৰদান কৰিছে৷কিন্তু কেনেদৰে হিতাধিকাৰী…

ধনৰ বিনিময়ত মেট্ৰিকৰ নম্বৰ : কিমান মাধৱ ডেকা , ফুলপাহী নাথেৰে ভৰি আছে শিক্ষা বিভাগ ?

প্ৰথমতে পৰীক্ষা অনুষ্ঠিত হ'ব নে নহয় ,তাক লৈ বিভ্ৰান্তি ৷ তাৰ পাছত পৰীক্ষাৰ মাৰ্কশ্বীট চাকৰিৰ বাবে প্ৰযোজ্য হ'ব নে নহয় , তাক লৈ বিতৰ্ক ৷ এতিয়া ধনৰ বিনিময়ত স্থান নিৰ্ধাৰণৰ বাতৰি ৷ এখন চৰকাৰৰ ব্যৰ্থতা আৰু অকৰ্মন্যতাৰ ইয়াতকৈ ডাঙৰ প্ৰতিফলন আন…

ভাৰতৰ নতুন গৃহ ৰাজ্যমন্ত্ৰী নিশিথ প্ৰামাণিক বাংলাদেশী

ভাৰতৰ নতুন গৃহৰাজ্য মন্ত্ৰীগৰাকী বাংলাদেশী ৷ নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাত নতুনকৈ স্থান পোৱা পশ্চিমবংগৰ সাংসদ নিশিথ প্ৰামাণিকৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ ৷ অভিযোগ তুলিছে ৰাজ্যসভাৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ…

ধনৰ বিনিময়ত নাগৰিকত্ব বিক্ৰী কৰা এখন দেশৰ কাহিনী

দক্ষিণ প্ৰশান্ত মহাসাগৰত অৱস্থিত এখন দ্বীপৰাষ্ট্ৰ হ’ল ভানুৱাটু গণৰাজ্য। প্ৰায় ৮০ টা সৰু বৰ দ্বীপৰ  সমষ্টি হ’ল ভানুৱাটু গণৰাজ্য।  দেশখনৰ ৰাজধানী চহৰ পোৰ্ট ভিলা আৰু জনসংখ্যা প্ৰায় ৩ নিযুত। এসময়ত ইউৰোপীয় দেশসমূহৰ ঔপনিৱেশ চলা ভানুৱাটুক…

কুঁৱাত পৰা শিশুক উদ্ধাৰ কৰিবলৈ গৈ মৃত্যু ১১ জনৰ

এজনী ৮ বছৰীয়া ছোৱালীক ৪০ ফুট গভীৰ এটা কুঁৱাৰ পৰা তুলিবলৈ যাওঁতে সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। উদ্ধাৰ কৰিবলৈ যাওঁতে সলিল সমাধি ঘটিছে ১১ জন লোকৰ। উদ্ধাৰ কৰিবলৈ যোৱা ৪০ জন লোকৰ ২০ জনক বৰ্তমানলৈকে উদ্ধাৰ কৰা হৈছে । ঘটনাটোত মৃত্যুৰ হোৱা লোকৰ…

এটাৰ পাছত আন এটা এনকাউন্টাৰ ৷ এনকাউন্টাৰৰ পক্ষত মুখ্যমন্ত্ৰী ৷ কিন্তু অভিযুক্তৰ পৰিয়ালে কি কয় ?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শাসনভাৰ গ্ৰহণ কৰাৰ পৰাই অসম চৰকাৰে অপৰাধীৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি ঘোষণা কৰিছে ৷ যোৱা ১০ মে তাৰিখে হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল। সেইদিনাৰ পৰা ২৩ গৰাকী অভিযুক্তক পুলিচৰ…

আফগানিস্থানত তালিবানৰাজ চলিব নেকি ?

আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰশাসনে আফগানিস্থানৰ পৰা নিজৰ সেনা প্ৰত্যাহাৰ কৰিবলৈ সিদ্ধান্ত লোৱাৰ পিছতেই তালিবানে পুনৰ এবাৰ আৰম্ভ কৰিছে সক্ৰিয় সামৰিক সঞ্চালন। এটাৰ পিছত এটা অঞ্চল দখল কৰি গৈছে দুৰ্ধৰ্ষ তালিবানে। উল্লেখ্য যে , বুধবাৰে পাকিস্তানৰ…