সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

এক্সক্লুছিভ

নাগালেণ্ডৰ ঘটনা সন্দর্ভত লোকসভাত কি তথ্য ডাঙি ধৰিলে গৃহমন্ত্ৰীয়ে?

নাগালেণ্ডৰ ঘটনা সন্দর্ভত লোকসভাত বক্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ৷অমিত শ্বাহৰ ভাষ্য- “ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছে এচ আই টি৷৩০ দিনৰ ভিতৰত এচ আই টি দাখিল কৰিব প্ৰতিবেদন৷সন্ত্ৰাসবাদীৰ বিচৰণৰ খবৰ লাভ কৰাৰ পিছতেই সন্দেহজনক ঠাইখিনিত কৰা হৈছিল…

কেনে পৰিস্থিতি এতিয়া নাগালেণ্ডত?

৬ ঘণ্টীয়া নাগালেণ্ড বন্ধত স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন৷ নিৰীহ নাগৰিকক সেনাৰ হত্যাৰ প্ৰতিবাদত নাগা ষ্টুডেণ্ট ফেডাৰেচনে আহ্বান জনাইছিল বন্ধ৷আনহাতে ঘটনাৰ তদন্তৰ বাবে দেওবাৰে বিয়লি তিৰু ঘটনা সংঘটিত অঞ্চলৰ পৰিদৰ্শন কৰে নাগালেণ্ডৰ আৰক্ষী সঞ্চালক…

সেনাৰ গুলীত ১২ নীৰিহৰ মৃত্যু : কি কয় আছাম ৰাইফলছে ?

নাগালেণ্ডৰ গুলীচালনাৰ ঘটনাক লৈ বিবৃতি প্ৰকাশ কৰিছে আছাম ৰাইফলছে ৷ নাগালেণ্ডৰ মন জিলাত আছাম ৰাইফলছৰ গুলীত নিহত হৈছিল কমেও ১২ গৰাকী নীৰিহ লোক ৷ এই ঘটনাৰ পাছত আছাম ৰাইফলছে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে শণিবাৰৰ ঘটনাৰ বাবে তেওলোক গভীৰভাৱে…

তামিলনাডুত চৰকাৰী চাকৰিৰ বাবে তামিল ভাষাৰ প্ৰশ্নকাকত বাধ্যতামূলক

তামিলনাডুত চৰকাৰী চাকৰিৰ বাবে তামিল ভাষাৰ প্ৰশ্নকাকত বাধ্যতামূলক অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বাধ্যতামূলক নহ’ব অসমীয়া ভাষাৰ পৰীক্ষা ৷ অসম চৰকাৰে কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সদম্ভে এপিএছছিৰ পৰা…

অসমত আধাতে বিদ্যালয় এৰি ক’লৈ যায় ছাত্ৰ – ছাত্ৰী ?

অসমত স্থাপন হৈছে ইখনৰ পাছত সিখন নতুন বিশ্ববিদ্যালয় ৷ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা য’লৈকে গৈছে তাতেই ঘোষণা কৰিছে নতুন বিশ্ববিদ্যালয় স্থাপনৰ কথা ৷ নাইবা একোখন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ পদক্ষেপ লৈছে ৷ কিন্তু বিশ্ববিদ্যালয়ত…

জি নিউজে কিয় ডিলিট কৰিব লাগিব বাতৰি?

জি নিউজে কৃষক আন্দোলন সন্দর্ভত কৰা তিনিটা শ্ব’ এতিয়া ডিলিট কৰিব লাগিব ফেচবুক,ইউটিউব অথবা ইনষ্টাগ্ৰামৰ পৰা৷সাত দিনৰ ভিতৰত এই তিনিটা শ্ব’ ডিলিট কৰিবলৈ নিদের্শনা জাৰি কৰিছে News Broadcasting and Digital Standards Authority য়ে৷এই নিদের্শনাত জি…

গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধান

গুৱাহাটীত উপস্থিতি হলহি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান।জি এম চিএইছৰ সভাগৃহত এক বিশেষ সন্মিলনত ভাগ লৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।সন্মিলনত নতুন শিক্ষা নীতিৰ আধাৰত শৈক্ষিক উত্তৰণ সন্দৰ্ভত চলিছে আলোচনা।শুকুৰবাৰৰ পৰা শনিবাৰলৈ…

ভাৰতক দু:শ্চিন্তাত পেলোৱা চীনৰ নতুন সীমা আইনত কি আছে ?

অৰুণাচল সীমান্তৰ বিবাদমান ভূমিত চীনে নিৰ্মান কৰিছে ১০০ টা ঘৰ ৷ আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এই প্ৰতিবেদনে স্বাভাৱিকতে ভাৰতক চিন্তাত পেলাইছে ৷ কিন্তু একেসময়তে চীনে প্ৰণয়ন কৰিছে নতুন সীমা আইন ৷এই আইনো ভাৰতৰ বাবে দু:শ্চিন্তাৰ কাৰণ হৈ পৰিছে ৷…

সোৱণশিৰিৰ কাষত চীনে নিৰ্মান কৰিছে গাও

চীনে ভাৰত সীমান্তৰ বিবাদমান ভূমিত ধাৰাবাহিক নিৰ্মান কাৰ্য অব্যাহত ৰাখিছে ৷ অৰুণাচল প্ৰদেশ সীমান্তৰে চীনা প্ৰশাসন ভাৰতৰ ভূমিত প্ৰৱেশ কৰাই নহয় , ১০০ টা ঘৰো নিৰ্মান কৰিছে ৷ আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে ৷ ইয়াৰ…