নাগালেণ্ডৰ ঘটনা সন্দর্ভত লোকসভাত কি তথ্য ডাঙি ধৰিলে গৃহমন্ত্ৰীয়ে?

নাগালেণ্ডৰ ঘটনা সন্দর্ভত লোকসভাত বক্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ৷অমিত শ্বাহৰ ভাষ্য- “ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছে এচ আই টি৷৩০ দিনৰ ভিতৰত এচ আই টি দাখিল কৰিব প্ৰতিবেদন৷সন্ত্ৰাসবাদীৰ বিচৰণৰ খবৰ লাভ কৰাৰ পিছতেই সন্দেহজনক ঠাইখিনিত কৰা হৈছিল এম্বুশ৷ঘটনাস্থলীত এখন বাহন আছিল৷বাহনখন ৰখিবলৈ নিদের্শ দিয়া হৈছিল যদিও তেওলোকে পলাবলৈ চেষ্টা কৰিছিল৷বাহনখনে সন্ত্ৰাসবাদী কঢ়িয়াই অনাৰ সন্দেহত গুলীচালনা কৰা হৈছিল৷”

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296