সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

এক্সক্লুছিভ

জাতৰ বেলি মাৰ গ’ল নেকি ?

যোগী আদিত্যনাথ আকৌ এবাৰ মুখ্যমন্ত্ৰী হ’ল , অখিলেশ যাদৱ আকৌ এবাৰ পৰাজিত হ’ল ৷ পৰাজিত হ’ল আৰু এজন নেতা ৷ তেওৰ নাম জয়ন্ত চৌধুৰী৷ ৰাষ্ট্ৰীয় লোক দলৰ নেতা ৷ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী , জাতসকলৰ অবিসম্বাদী নেতা চৌধুৰী চৰণ সিঙৰ নাতি ৷ জন্ম ১৯৭৮…

আৰু বহু আদিত্যনাথ আহি আছে

২০১৭ চন ৷উত্তৰ প্ৰদেশত অভাৱনীয় সফলতা লাভ কৰাৰ পাছত প্ৰধানমন্ত্ৰীৰ হাতত তুলি দিয়া হ’ল মুখ্যমন্ত্ৰী নিৰ্বাচনৰ দায়িত্ব ৷ নৰেন্দ্ৰ মোদীৰ শেষ বিচাৰত উঠিল যোগী আদিত্যনাথৰ নাম ৷ চৰ্চা চলিল প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ উত্তৰাধিকাৰী নিৰ্বাচন কৰিছে নেকি…

সমাজবাদৰ ৰাজনীতিৰ দিন উকলিল নেকি ?

টিপু চুলতান বন গয়া ৷ টিপু যেতিয়া প্ৰথম স্কুললৈ যায় , তেতিয়া তাৰ কোনো আনুষ্ঠানিক নাম নাছিল ৷ পৰিয়ালৰ হিচাপ কিতাপ ৰাখোতা তিৱাৰীৰ হাতত ধৰি খোজ দিছিল ওচৰৰে এখন নাৰ্ছাৰী স্কুলত ৷ কিন্তু টিপু নামেৰে নামভৰ্তি কৰাত অসুবিধা হ’ল ৷ স্কুলৰ পৰা…

ফাদিলঃ সোণোৱালৰ ঘনিষ্ঠ, আমোলা, সাহিত্যিকক লৈ ভুবন গামৰ ব্যৱসায়িক জাল

অসমৰ এগৰাকী শীর্ষতম ৰাজনৈতিক নেতা, এগৰাকী সাহিত্য একাডেমী বঁটা বিজয়ী সাহিত্যিক, দুগৰাকী আইএএছ বিষয়া,ৰাজ্যিক বিজেপিৰ এগৰাকী উপসভাপতি, এগৰাকী এচিএছ বিষয়া আৰু মাজুলী বিধানসভা সমষ্টিৰ উপনির্বাচনৰ বিজেপি প্ৰার্থী ভুৱন গামৰ লগত উদ্বোধনৰ এবছৰৰ…

BIG HOUSING SCAM দুখীয়াৰ ফ্লেটত ধনীৰ বেদখল কিয় ?

অসমৰ ইতিহাসৰ এটা বৃহৎ হাউছিঙ স্কেমৰ তথ্য ৷ শেহতীয়াকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নামত থকা এটা হাউছিঙৰ ফ্লেটক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ ৷ যোৱা ১৯ ফেব্ৰুৱাৰীত নিয়মীয়া বাৰ্তাত প্ৰকাশিত বাতৰি অনুসৰি ২০০৬ চনতে ভূপেন বৰাৰ পত্নী…

শীৰ্ষস্থানত নে সপ্তম স্থানত আছে ড: হিমন্ত বিশ্ব শৰ্মা ?

অসম ৰাজ্যিক বিজেপিয়ে সামাজিক মাধ্যমত প্ৰচাৰ চলোৱা অনুসৰি বিজেপি শাসিত ১৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষস্থানত আছে অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ৷ এই দাবীৰ সত্যাসত্য নিৰূপণৰ বাবে আমি মেলি চালো ইণ্ডিয়া টুডে আলোচনীখন ৷ ইণ্ডিয়া…

কাজিৰঙাত কিয় চৰকাৰী মাটি লৈছিল ৰিণিকি ভূঞা শৰ্মাই ?

মুখ্যমন্ত্ৰীৰ পৰিয়ালে চৰকাৰী মাটি হস্তগত কৰাৰ এইটোৱে প্ৰথম ঘটনা নহয় ৷ ইয়াৰ পূৰ্বেও চৰকাৰী মাটিৰ আৱন্টন নিজৰ নামত লৈ ঘূৰাই দিবলগীয়া হৈছিল মুখ্যমন্ত্ৰীৰ পৰিয়ালে ৷

সংবাদমাধ্যমৰ ভূমিকাক লৈ মুখ্য ন্যায়াধীশৰ ইমান আক্ষেপ কিয় ?

অৰূপ কলিতা অপ্ৰত্যাশিতভাৱে মেডিয়াৰ কেনভাছৰ পৰা অনুসন্ধানমূলক সাংবাদিকতাৰ ধাৰণা অদৃশ্য হৈ পৰিছে ৷- এইদৰে আক্ষেপ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমানাই ৷ এখন গ্ৰন্থ উন্মোচনী সভাত ভাগ লৈ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ…

চৰকাৰী মাটি বিক্ৰীৰ অভিযোগত আৰক্ষীৰ গোচৰ ৰুজু:- RBS ৰ বিৰুদ্ধে কৰিবনে?

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত পোহৰলৈ আহিছিল আৰ বি এছ পেপাৰ্ছ ৷ আৰ বি এছ পেপাৰ্ছত ফাদিল হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ কোম্পানী আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ বৃহৎ ভূমি কেলেংকাৰি৷ উত্তৰ…