সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

অনুসন্ধান

পি পি ই কীটঃ ৰিণিকি ভূঞা শৰ্মাৰ ঠিকাক কিয় দান বুলি কৈছে মুখ্যমন্ত্ৰীয়ে ?

পি পি ই কীটক লৈ দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰে প্ৰকাশ কৰা বাতৰিয়ে ধুমুহাৰ সৃষ্টি কৰিছে অসমৰ ৰাজনীতিত ৷ সংবাদ সংস্থা দুটাই আৰ টি আই তথ্যৰ ভিত্তিত প্ৰকাশ কৰা বাতৰিত স্পষ্ট হৈ পৰিছে যে অসম চৰকাৰে জৰুৰীকালীন ক্ৰয়ৰ সিদ্ধান্ত লোৱাৰ পূৰ্বেই জৰুৰী…

EXCLUSIVE: ১৮ টকাৰ ছেনিটাইজাৰ ১০০ টকাত যোগান মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিজনেছ পাৰ্টনাৰ ধানুকাৰ

ফাদিল হৈছে মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু ধানুকা পৰিয়ালৰ ব্যৱসায়িক লেনদেনৰ আৰু এক গোপন অধ্যায় ৷ মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু ঘনশ্যাম ধানুকাৰ পৰিয়ালৰ মাজত কেৱল ঘনিষ্ঠ সম্পৰ্কই নাই , আছে ব্যৱসায়িক লেন-দেনো ৷

EXCLUSIVE: ৬৫ % অধিক দৰত পি পি ই কীটৰ ‘জৰুৰী’ ঠিকা হিমন্ত বিশ্ব শৰ্মাৰ পত্নীকঃ যোগানত…

সংগীতা বৰুৱা পিছাৰৌটি , অৰূপ কলিতা , গৌতম প্ৰতীম গগৈ (এই প্ৰতিবেদন দ্য ক্ৰছকাৰেণ্ট আৰু দ্য ৱায়াৰৰ যৌথ অনুসন্ধানৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে) কোভিড মহামাৰীয়ে যি সময়ত সমগ্ৰ বিশ্ব স্তব্ধ কৰি পেলাইছিল, জনসাধাৰণৰ জীৱন আৰু…

মন্ত্ৰী পীয়ূষ হাজৰিকালৈ এটা মাত্ৰ সহজ প্ৰশ্ন

প্ৰসংগঃ চীনৰ পৰা অনা ৫০ হাজাৰ পি পি ই কীট ৷ ‘দ্য ক্ৰছকাৰেন্ট’ৰ এখন আৰ টি আই আবেদনৰ উত্তৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে স্পষ্ট কৰি দিয়ে যে এন এইচ এমে চীনৰ পৰা কোনোধৰণৰ পি পি ই কীট ক্ৰয় কৰা নাই বা বিদেশৰ পৰা অহা পি পি ই কীট গ্ৰহণো কৰা নাই…

COVID FILES : চীনৰ ৫০ হাজাৰ পি পি ই কীট ক’লৈ গ’ল ? সৰৱ কংগ্ৰেছ- অজাপ – ৰাইজৰ দল

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানমূলক প্ৰতিবেদনে জোকাৰণিৰ সৃষ্টি কৰিছে ৰাজ্যৰ ৰাজনীতিত ৷ ২০২০ চনৰ ১৫ এপ্ৰিলত তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই মাজনিশা বিমান বন্দৰত উপস্থিত হৈ চীনৰ পৰা ৫০ হাজাৰ পি পি ই কীট অসমলৈ আহি…

ক’ত হেৰাল চীনৰ পৰা ক্ৰয় কৰা ৫০ হাজাৰ পিপিই কীট? NHM-য়ে ক’লে-”আমি নাজানো”

চীনৰ পৰা ৫০ হাজাৰ পিপিই কীট ক্ৰয়ৰ বাতৰিয়ে দখল কৰিছিল ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ শিৰোনাম। প্ৰশংসিত হৈছিল তদানীন্তন স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কিন্তু বিগত ১০ মাৰ্চত  দ্য ক্ৰছকাৰেন্টৰ আৰ টি আই আবেদনৰ উত্তৰত এন এইচ এমে চীনৰ পৰা পি পি ই…

দ্য ক্ৰছকাৰেণ্ট ৰিপ’ৰ্ট কাৰ্ডঃ ৩৯১টা প্ৰতিশ্ৰুতিৰ মাত্ৰ ৭টাতহে সফল হিমন্ত বিশ্ব

প্ৰত্যুষদ্বীপ কটকী  মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোটৰ চৰকাৰৰ প্ৰথমটো বছৰৰ বর্ষপূর্তিক লৈ সৃষ্টি হৈছে অভূতপূর্ব পৰিৱেশ। গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত বর্ষপূর্তি পালনৰ পৰা আৰম্ভ কৰি ৰাজ্যত সৃষ্টি কৰিব…

ফাদিলঃ সোণোৱালৰ ঘনিষ্ঠ, আমোলা, সাহিত্যিকক লৈ ভুবন গামৰ ব্যৱসায়িক জাল

অসমৰ এগৰাকী শীর্ষতম ৰাজনৈতিক নেতা, এগৰাকী সাহিত্য একাডেমী বঁটা বিজয়ী সাহিত্যিক, দুগৰাকী আইএএছ বিষয়া,ৰাজ্যিক বিজেপিৰ এগৰাকী উপসভাপতি, এগৰাকী এচিএছ বিষয়া আৰু মাজুলী বিধানসভা সমষ্টিৰ উপনির্বাচনৰ বিজেপি প্ৰার্থী ভুৱন গামৰ লগত উদ্বোধনৰ এবছৰৰ…

BIG HOUSING SCAM দুখীয়াৰ ফ্লেটত ধনীৰ বেদখল কিয় ?

অসমৰ ইতিহাসৰ এটা বৃহৎ হাউছিঙ স্কেমৰ তথ্য ৷ শেহতীয়াকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নামত থকা এটা হাউছিঙৰ ফ্লেটক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ ৷ যোৱা ১৯ ফেব্ৰুৱাৰীত নিয়মীয়া বাৰ্তাত প্ৰকাশিত বাতৰি অনুসৰি ২০০৬ চনতে ভূপেন বৰাৰ পত্নী…