Browsing Category
শীৰ্ষ সংবাদ
Big Expose: গুৱাহাটীৰ এখন ফ্লাই অ’ভাৰ, এখন নিবিদা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…
এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠান সম্পন্ন হৈ যায়, তাৰ ৫ মাহ পাছত সেই অনুষ্ঠানৰ এখন নিবিদা ওলায়৷কেনেকৈ সেয়া হ’বলৈ পালে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ লগত কেনেকৈ সাঙোৰ খাই পৰিছে সেই সমগ্ৰ কাহিনী?
অসমৰ চৰকাৰী ভূমি আবণ্টন আৰু বেদখলৰ আন এটা বিস্ফোৰক খবৰ
পুঁজিপতিৰ দখলত দুখীয়াৰ মাটিৰ আন এক ক'লা অধ্যায় আপোনালোকক আমি এই প্ৰতিবেদনত দিবলৈ চেষ্টা কৰিম। যিসময়ত এফালে চৰকাৰী মাটিত উচ্ছেদ অভিযান চলিছে অসমত, আনফালে আকৌ ৰয়েল গ্ল’বেলৰ দখলত ভূদান বোৰ্ডৰ ভূমিকা লৈ নিৰ্বিকাৰ চৰকাৰ-প্ৰশাসন। কিন্তু অশোক…
‘Illegal’ businessmen get permission for legal mining
Here is a report why BJP has soft corner towards the controversial coal businessman Nabin Singhal. The most controversial coal businessman Nabin Singhal has won the tender of the largest coal field of North East region. Mahalaxmi and Satyam…
বিজেপিক এবছৰত ২২ বাৰ ছান্দা দিয়া ব্যৱসায়ীলৈ বৃহৎ কয়লা ভাণ্ডাৰ
দুৰ্নীতি বিৰোধী প্ৰশাসন আৰু স্বচ্ছতাৰ কাহিনী শুনোৱা বিজেপি চৰকাৰৰ এক অস্বচ্ছ কাহিনীৰে এই প্ৰতিবেদন ৷ কয়লাৰ এক ক’লা কাহিনীৰে এই প্ৰতিবেদন ৷ কিদৰে চি বি আয়ে অভিযুক্ত কৰা বহু বিতৰ্কিত কয়লা ব্যৱসায়ীক উত্তৰ পূৱৰ সৰ্ববৃহৎ কয়লা ক্ষেত্ৰ গতাই দিয়া…
কবিয়ে এৰি থৈ যোৱা বন্ধ খামত কি আছে?
'নৃত্যৰতা পৃথিৱী' এৰি গ'লগৈ জ্ঞানপীঠ বিজয়ী কবি নীলমণি ফুকন। বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত দিনৰ ১১-৫৫ বজাত চিৰদিনলৈ চকু মুদিলে 'গোলাপী জামুৰ লগ্ন'ৰ কবিয়ে। শব্দৰ যাদুকৰী খেলা,প্ৰতীক,চিত্ৰকল্পৰ অনন্য সমাহাৰেৰে কবিতাক…
৫ হাজাৰ টকাত দেউতাকে বিক্ৰী কৰে নিজৰ কন্যা সন্তানক!
‘'দেউতাই মোক ৫ হাজাৰ টকাত অৰুণাচলৰ মানুহ এঘৰত বিক্ৰী কৰি থৈ আহিছিল৷তাতে মই ঘৰুৱা কাম কৰিছিলো৷ কাপোৰ কানি ধুইছিলো,ৰন্ধা বঢ়া কৰিছিলো৷ৰাতি ৰাতি মোক মদ কিনিবলৈ পঠিয়াইছিল৷কোনোদিনেই ভালকৈ মোক শুবলৈ দিয়া হোৱা নাছিল৷ তেঁওলোকে মোক সদায় মাৰিছিল৷ ঘৰৰ…
দাসত্ব: টকাৰ বাবে দালালৰ হাতত কন্যা সন্তানক তুলি দিছে পিতৃ-মাতৃয়ে
'আমাৰ লগৰ এজনে তাইৰ লগত কথা পাতিছিল৷ তাই তাইক অৰুণাচলৰ পৰা লৈ আনিবলৈ কৈছিল৷ কিন্তু তাইক ঘূৰাই অনাটো দূৰৰ কথা, আমাৰ ঠিকাদাৰে তাইৰ কাষ চাপিবলৈও মানা কৰিছিল আমাক৷ কৈছিল,তাইক বচোৱাৰ চেষ্টা কৰিলে আমি নিজেই বিপদত পৰিম৷’
মাত্ৰ দুহাজাৰ টকাৰ…
মই এনডি টিভিৰ পৰা পদত্যাগ কৰিলোঁ..
মই এনডি টিভিৰ পৰা পদত্যাগ কৰিছোঁ। ‘নমস্কাৰ মই ৰবীশ কুমাৰ’ এই কথাষাৰ সেই চেনেলটোত আৰু আপোনালোকে শুনিবলৈ নাপাব।
৩০ গৰাকী বিধায়ক বাংলাদেশলৈ
৩০ গৰাকী বিধায়ক যাব বাংলাদেশলৈ৷ বাংলাদেশলৈ যাব অসম বিধানসভাৰ প্ৰতিনিধি দল৷ ১৫ নৱেম্বৰত ৰাওনা হ'ব শাসক-বিৰোধী বিধায়কৰ দলটো৷ বিধায়কৰ দলটোৰ নেতৃত্ব দিব বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে৷ বিধায়কৰ দলটোৱে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ…
Exclusive: Railway for sale by BJP led NDA Govt
The present BJP led NDA govt had experienced a path breaking victory in the last parliamentary election in 2019 .Most of people believe that the cause of this victory is due to the charismatic personality of PM Narendra Modi .Though the BJP…