Investigative reporting with dedication.
হিন্দুয়ে ধর্ষণ নকৰে!

অনুশোচনা নাই,ফটকাৰ দোকান দিছে ধৰ্ষণকাৰীয়ে ‘হিন্দুৱে ধৰ্ষণ নকৰে’-মন্তব্য ৰাধেশ্যামৰ তিলমানো অনুশোচনা নাই বিলকিছৰ ধৰ্ষণকাৰীৰ ভয়-ভাবুকিৰে ভীতিগ্ৰস্ত কৰিছে সাক্ষীক! বিলকিছ বানুৰ গাঁৱৰ ৰাস্তাটোৰ মূৰতে দেৱালীৰ বাবে এখন ফটকাৰ দোকান বহিছে৷ দোকানৰ মালিক ৰাধেশ্যাম শ্বাহ৷ এই ৰাধেশ্যাম আন কোনো নহয়,বিলকিছৰ ধৰ্ষণকাৰী৷…










