Browsing Category
শীৰ্ষ সংবাদ
চৰাইদেউত চৰকাৰে কাটিলে ২ শতাধিক গছ : কিয় নীৰৱ প্ৰকৃতিপ্ৰেমী সংগঠন ?
উন্নয়ন সকলোকে লাগে।উন্নয়ন সকলোৱে বিচাৰে ৷ কিন্তু উন্নয়নৰ নামত যদি ধ্বংস কাৰ্য চলে তাক নিশ্চয় সমৰ্থন কৰিব নোৱাৰি।উন্নয়নৰ নামত এফালৰ পৰা গছ কাটি তহিলং কৰা হৈছে চৰাইদেউ জিলাত।
কি ঘটিছে চৰাইদেউত ?
চৰাইদেউ জিলাৰ সোণাৰীৰ সাপেখাতিত আছিল এখন…
বিৰোধীক কিদৰে প্ৰত্যুত্তৰ দিলে কেন্দ্ৰৰ ৮ মন্ত্ৰীয়ে ?
বিৰোধীৰ প্ৰতিবাদৰ বাবে আগতীয়াকৈ স্থগিত ৰখা হ’ল সংসদৰ বৰ্ষাকালীন অধিৱেশন ৷ সংসদৰ অন্তিম দিনটোত অৰ্থাৎ বুধবাৰে ৰাজ্যসভাত সংঘটিত ঘটনাৱলীক লৈ আজি ৰাজপথত প্ৰতিবাদত নামিল ১৫ বিৰোধী দলৰ নেতা ৷ বিৰোধীৰ অভিযোগ হ’ল - অন্তিম দিনা ৰাজ্যসভাত মাৰ্শ্বালে…
ক’ৰোণাৰ তৃতীয় ঢৌ ! ৬ দিনত আক্ৰান্ত ৩০০ ৰো অধিক শিশু
ক’ৰোণাৰ তৃতীয় ঢৌৰ আশংকা প্ৰবল হৈ পৰিছে ৷ বিগত ৬ দিনত বাংগালুৰুত কোভিডত আক্ৰান্ত হৈছে ৩০০ ৰো অধিক শিশু ৷ আক্ৰান্তসকলৰ ১২৭ টি শিশুয়ে ৯ বছৰ বয়সৰ তলৰ ৷ ১০ ৰ পৰা ১৯ বছৰ বয়সৰ ১৭৪ টি শিশু – কিশোৰো কোভিডত আক্ৰান্ত হৈছে ৷ কৰ্ণাটকত একেলগে ইমানসংখ্যক…
জনতাক মাধমাৰ : পেট্ৰ’ল-ডিজেলৰ পৰা কিমান কৰ সংগ্ৰহ কৰিলে মোদী চৰকাৰে ?
পেট্ৰ’ল – ডিজেলৰ অভাবনীয় মূল্যবৃদ্ধিয়ে দেশবাসীক জুৰুলা কৰিছে ৷ কিন্তু তাৰ পাছতো জনসাধাৰণক সকাহ দিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কেন্দ্ৰীয় চৰকাৰে ৷ বৰং জনতাৰ মূৰত মাধমাৰ সোধাই পেট্ৰ’ল – ডিজেলৰ পৰা অধিক কৰ সংগ্ৰহ কৰাতহে ব্যস্ত হৈ পৰিছে মোদী…
মোদীৰ আমোলত কিমান ধাৰত পোত গ’ল ভাৰত ?
দুই কৌটি কৰ্মসংস্থাপন , কৃষকৰ আয় দুগুণ কৰা , ক’লা ধন ঘূৰাই অনা আদি বিবিধ প্ৰতিশ্ৰুতিৰে শাসনলৈ আহিছিল নৰেন্দ্ৰ মোদীৰ চৰকাৰ ৷ কোনো এটা প্ৰতিশ্ৰুতিয়েই আজিলৈ পূৰণ নহ’ল ৷ কিন্তু আন এটা দিশত মোদীৰ শাসনকালত ভাৰতে আকাশ চুবলৈ সক্ষম হৈছে ৷ সেয়া হ’ল…
দিল্লীৰ ৰাজপথত কিয় নামিল বিৰোধী ?
পেগাছাছ ছফটৱেৰৰ অপপ্ৰয়োগ আৰু ক’লা কৃষি আইনৰ বিৰুদ্ধে বিৰোধীৰ ঐক্যবদ্ধ প্ৰতিবাদ অব্যাহত আছে ৷বৃহস্পতিবাৰে সংসদ ভবনৰ পৰা দিল্লীৰ বিজয় চ’ক পৰ্যন্ত প্ৰতিবাদী সমদল উলিয়ালে কংগ্ৰেছ , শিবসেনাসহ বিৰোধী দলৰ নেতাসকলে ৷তাৰ পূৰ্বে ১৫ টাকৈ বিৰোধী দলৰ…
লক্ষ্য ২০২৪ : দিল্লীত আৰম্ভ হৈছে নৈশভোজৰ ৰাজনীতি
বিৰোধীক ঐক্যবদ্ধ কৰাৰ বাবে এইবাৰ উদ্যোগ গ্ৰহণ কৰিছে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে ৷ এই প্ৰক্ৰিয়াৰ অংশ হিচাপে অহা ২০ আগষ্টত বিৰোধী নেতাসকলৰ সৈতে এখন ভাৰ্ছুৱেল বৈঠকত মিলিত হ’ব কংগ্ৰেছ সভানেত্ৰীগৰাকী ৷এই বৈঠকত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা…
সংসদত কোনে বেছি হাল্লা কৰে ? বিজেপিয়ে নে কংগ্ৰেছে ?
বিগত ১৯ জুলাইৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশন বিৰোধীৰ প্ৰতিবাদৰ বাবে স্থবিৰ হৈ পৰিছে ৷ পেগাছাছ ছফটৱেৰৰ জড়িয়তে চোৰাংছোৱাগিৰি আৰু কৃষক আন্দোলনক কেন্দ্ৰ কৰি প্ৰতিদিনেই প্ৰতিবাদমুখৰ হৈছে কংগ্ৰেছকে ধৰি আন আন বিৰোধী দলসমূহ ৷ এনে…
গোপন দাতাৰ পৰা কিমান টকাৰ চান্দা সংগ্ৰহ কৰিলে বিজেপিয়ে?
ৰাজনৈতিক দলবোৰে দল চলাবলৈ চান্দা সংগ্ৰহ কৰে৷সংগ্ৰহ কৰা চান্দাৰ সৱিশেষ দলসমূহে নির্বাচন আয়োগৰ ওচৰত দাখিল কৰিব লাগে৷নির্বাচন আয়োগেও সেই তথ্য জনসাধাৰণৰ জ্ঞাতার্থে ৰাজহুৱা কৰে৷কিন্তু ইলেক্টৰেল বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলসমূহে সংগ্ৰহ কৰা চান্দাৰ…
অলিম্পিকৰ পদক বিজয়ীক লৈ ফটো প্ৰদৰ্শনৰ প্ৰতিযোগিতা কিয় ?
কেন্দ্ৰৰ পৰা ৰাজ্যলৈ সকলোতে এতিয়া চলিছে ফটো প্ৰদৰ্শনৰ প্ৰতিযোগিতা ৷ লাভলীনা বৰগোঁহাইক শুভেচ্ছা জনাবলৈ অসমৰ বাটে ঘাটে আঁৰি দিয়া হৈছিল মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ ফটো সম্বলিত হোৰ্ডিঙ ৷ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী খেলুৱৈগৰাকীক শুভেচ্ছা…