Browsing Category
শীৰ্ষ সংবাদ
মুখ্যমন্ত্ৰীক চৰিয়াম বুলি কৈ কোন কেন্দ্ৰীয় মন্ত্ৰী গ্ৰেপ্তাৰৰ পথত ?
মুখ্যমন্ত্ৰীক চৰিয়াম বুলি কৈ বিপদত পৰিছে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ৷ কেন্দ্ৰীয় চৰকাৰৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ মন্ত্ৰী নাৰায়ণ ৰানেক মহাৰাষ্ট্ৰ আৰক্ষীয়ে মঙলবাৰে আটক কৰিছে ৷ মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা প্ৰক্ৰিয়াও আৰম্ভ কৰিছে আৰক্ষীয়ে ৷নাৰায়ণ…
লক্ষ্য ৬ লাখ কৌটি : ক’ৰ পৰা কিমান উপাৰ্জন কৰিব মোদী চৰকাৰে ?
ক'ভিডক কেন্দ্ৰ কৰি বিগত দুটা বছৰ ধৰি দেশত দেখা দিছে অৰ্থনৈতিক মন্দাৱস্থাই। দীঘলীয়া তলাবন্ধই বিধ্বস্ত কৰিছে অৰ্থনৈতিক পৰিকাঠামো। আৰ্থিক অৱস্থাই জুৰুলা কৰিছে সাধাৰণ জনতাক। কিন্তু ইয়াৰ মাজতে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিছে যে…
তালিবানে পালন কৰা কি এই শ্বাৰিয়া আইন ?
আফগানিস্তানত তালিবান শাসনলৈ অহাৰ পাছতে আটাইতকৈ অসুৰক্ষিত হৈ পৰিছে মহিলাসকল ৷ তালিবানে মহিলাসকলৰ ক্ষেত্ৰত পূৰ্বৰ দৃষ্টিভংগী সলনি কৰিব বুলি ঘোষণা কৰিছে যদিও সকলো শ্বাৰিয়া আইন অনুসৰি পৰিচালিত হ’ব ৷ ইছলামৰ আটাইতকৈ কঠোৰ আইনখনেই হৈছে শ্বাৰিয়া…
শিৱসাগৰৰ হোটেলত নিশা কি কথা পাতিলে অখিল গগৈ আৰু ভূপেন বৰাই ?
উপ- নিৰ্বাচনৰ প্ৰাকক্ষণত শিৱসাগৰত এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৷সোমবাৰে নিশা শিৱসাগৰৰ এখন হোটেলত দুয়োটা দলৰ নেতা দুগৰাকীয়ে প্ৰায় দুঘন্টা সময় ধৰি আলোচনা কৰে ৷ এই আলোচনাত…
আসন্ন ক’ভিডৰ তৃতীয় ঢৌ : সংক্ৰমিত হ’ব পাৰে নেকি আপোনাৰ সন্তান ?
দেশত ক'ভিডৰ দ্বিতীয় ঢৌ এতিয়াও শেষ হোৱা নাই ৷ তাৰ মাজতে আসন্ন তৃতীয় ঢৌৰ আশংকাত এতিয়া শংকিত হৈ পৰিছে সাধাৰণ জনতা। কোভিডৰ তৃতীয় ঢৌয়ে শিশু সকলক সংক্ৰমিত কৰিব বুলি বিশেষজ্ঞ সকলে কৰা সাৱধানবাণী শুনি এতিয়া চিন্তিত হৈ পৰিছে পিতৃ-মাতৃ তথা…
যোৰহাটত বিজেপিৰ মঞ্চত কংগ্ৰেছী বিধায়ক
কেন্দ্ৰীয় কেবিনেটত স্থান লাভ কৰাৰ পাছত সৰ্বানন্দ সোণোৱালক আদৰিবলৈ বিজেপিয়ে তিনিদিনীয়াকৈ আশীৰ্বাদ যাত্ৰাৰ আয়োজন কৰিছে ৷ সোমবাৰে আশীৰ্বাদ যাত্ৰাৰ অন্তিম দিন ৷ অন্তিম দিনা যোৰহাট , মৰিয়ণি আদিত প্ৰাক্তণ মুখ্যমন্ত্ৰীগৰাকীক সম্বৰ্ধনা জনোৱা হয়…
অফগানিস্তানত কাৰ হাতত প্ৰাণ হেৰুৱালে ৩০০ তালিবানী সেনাই?
তালিবানে আফগানিস্তান দখল কৰিলে৷কিন্তু আফগানিস্তানত এনে এটা অঞ্চল আছে,যি অঞ্চল দখলৰ স্বপ্ন কোনোদিনেই পূৰ হোৱা নাই তালিবানৰ৷সেইয়া লাগিলে ২০ বছৰৰ পূর্বেই হওক অথবা বর্তমানেও হওক৷
কাবুল দখলৰ পিছতেই তালিবানী সেনা অগ্ৰসৰ হৈছিল পাঞ্জশিৰ উপত্যকা…
সোণোৱালৰ জন আশীর্বাদ যাত্ৰাৰ আজি অন্তিম দিন
সমালোচনা আৰু সম্বর্ধনাৰ মাজত আজি অন্ত পৰিব সৰ্বানন্দ সোণোৱালৰ জন আশীর্বাদ যাত্ৰা।কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত লোৱাৰ পাছত বিগত শনিবাৰে গুৱাহাটীত আহি উপস্থিত হৈছিল সর্বানন্দ সোণোৱাল।সেইদিনাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ…
কেনেকৈ এ আৰ ৰহমানৰ মিউজিক চুৰিত অভিযুক্ত হ’ল অসম চৰকাৰ ?
সংগীত জালিয়াতিৰ অভিযোগত অভিযুক্ত হৈছে অসম চৰকাৰ ৷ বিশ্ব বিশ্ৰুত সংগীতজ্ঞ এ আৰ ৰহমানৰ মিউজিক চুৰিৰ অভিযোগ উত্থাপণ হৈছে অসম চৰকাৰৰ বিৰুদ্ধে ৷
মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে সম্পূৰ্ণ কৰিলে ১০০ টা দিন ৷ ১০০ দিন…
বিৰোধী জোট : কংগ্ৰেছে নাপাব নেকি বিগব্ৰাডাৰৰ আসন ?
কংগ্ৰেছ দলৰ একক নেতৃত্ব আন বিৰোধী দলসমুহে মানি নলয় ৷ অন্যান্য দলসমূহৰ দৰেই কংগ্ৰেছেও বিৰোধী ঐক্যজোটত অংশ গ্ৰহণ কৰিব লাগিব ৷ শুকুৰবাৰে ছোনিয়া গান্ধীয়ে আহ্বান জনোৱা ১৯ বিৰোধী দলৰ বৈঠকৰ পাছত বহু নেতাৰ মুখত এনে সুৰেই শুনা গ’ল ৷ বৈঠকত অংশগ্ৰহণ…