Browsing Category
শিক্ষা-প্ৰযুক্তি
নৱম-দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে বিশেষ ছয়মহীয়া পৰীক্ষা অনুষ্ঠিত কৰিব ছেবাই
অসম মাধ্যমিক শিক্ষা পৰিষদে অক্টোবৰ মাহত একেটা শ্ৰেণীত অৱতীৰ্ণ হ'ব নোৱাৰা নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে এক বিশেষ ছয়মহীয়া পৰীক্ষা অনুষ্ঠিত কৰিব। ছেবাই এক জাননী যোগে প্ৰকাশ কৰিছে যে বিদ্যালয়সমূহে অক্টোবৰত অনুষ্ঠিত কৰোৱা পৰীক্ষাত…
ছয়মাহিলী পৰীক্ষাত অৱতীৰ্ণ নোহোৱা শিক্ষাৰ্থীয়ে দিব নোৱাৰিব মেট্ৰিক/হাইমাদ্ৰাছা পৰীক্ষাঃ ছেবা
মুকলি কৰা হ'ল ছেবাৰ নতুন পৰ্টেল
সকলো বিদ্যালয়সমূহ লৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে
নিৰ্দেশনা অমান্য কৰা বিদ্যালয়ৰ বাতিল হ'ব স্বীকৃতি
দশম শ্ৰেণীৰ পৰীক্ষাৰ আভ্যন্তৰীণ মূল্যাংকনৰ বাবে ছেবাৰ নতুন পৰ্টেল মুকলি কৰা…
কাইলৈৰ পৰা খুলিব স্কুলঃ ২০ মাহৰ অন্তত স্কুললৈ যাব ছাত্ৰ-ছাত্ৰী
🔴 কাইলৈৰ পৰা খুলিব ৰাজ্যৰ স্কুলকে ধৰি আন শিক্ষানুষ্ঠান সমূহ
🔴 প্ৰায় ২০ মাহৰ পিছত বিদ্যালয়লৈ যাব ছাত্ৰ-ছাত্ৰী
🔴 কিন্তু এটা সময়ত এটা শ্ৰেণীকোঠাত ৩০ গৰাকী শিক্ষাৰ্থীহে উপস্থিত থাকিব পাৰিব
🔴 কাইলৈৰ পৰা প্ৰাথমিক-মাধ্যমিক কিম্বা…
UPSC পৰীক্ষাত একেলগে উত্তীৰ্ণ হোৱা দুই ভগ্নীয়ে কেনেদৰে প্ৰস্তুতি চলাইছিল?
কিছুদিন পূৰ্বে ঘোষণা কৰা হল ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ ফলাফল। দেশৰ সৰ্বোচ্চ মেধা সম্পন্ন পৰীক্ষাৰ্থীৰ মাজৰ পৰা চলিত বছৰৰ বাবে নিৰ্বাচন কৰি উলিওৱা হল ৭৭২ গৰাকীকৈ প্ৰশাসনিক সেৱাৰ বিষয়া। কিন্তু দেশৰ এই ৭৭২ গৰাকী সু-সন্তানৰ মাজত…
মহাকাশত দৃশ্যমান ঈশ্বৰৰ হাতঃ কি ক’লে নাছা(NASA)ই?
মহাকাশ সংস্থা নাছাই শেহতীয়াকৈ এখন ফটো শ্বেয়াৰ কৰিছে যিখন ফটোৱে এতিয়া আচৰিত কৰিছে সকলোকে। মানুহৰ বিশালকায় হাত এখনৰ দৰে এই ফটোখনে যথেষ্ট চৰ্চা লাভ কৰিছিল সামাজিক মাধ্যমত। বহুতে ইয়াক অলৌকিক শক্তি বুলিও অভিহিত কৰিছে। কিন্তু ফটোখনত দেখা যোৱা…
কম্পাৰ্টমেন্টেল পৰীক্ষা সন্দৰ্ভত কি বিশেষ নিৰ্দেশনা জাৰি কৰিছে ছেবাই?
⚫ কম্পাৰ্টমেন্টেল পৰীক্ষা সন্দৰ্ভত ছেবা কৰ্তৃপক্ষৰ নতুন
নিৰ্দেশনা -
⚫ যোগ্য প্ৰাৰ্থীৰহে আবেদন গ্ৰহণ কৰিবলৈ নিৰ্দেশ স্কুল পৰিদৰ্শকক।
⚫ ৩ টা বিষয়ৰ পৰীক্ষাত অবতীৰ্ণ হব পাৰিব প্ৰাৰ্থীসকল।
⚫ দুটাকৈ শাখাত বিভক্ত হব যোগ্য প্ৰাৰ্থী সকল।…
সুখবৰঃ শান্তি স্বৰূপ ভাটনাগৰ বঁটা-২০২১ লাভ কৰিছে অসম সন্তান ড° বিনয় কুমাৰ শইকীয়াই
আজি ঘোষণা কৰা হল শান্তি স্বৰূপ ভাটনাগৰ বঁটাৰ ২০২১ চনৰ বিজয়ীসকলৰ নাম। এইবাৰৰ বিজয়ীসকলৰ মাজত আছে অসম সন্তান ড৹ বিনয় কুমাৰ শইকীয়া। উল্লেখ্য যে শান্তি স্বৰূপ ভাটনাগৰ বঁটা হৈছে ভাৰতীয় বিজ্ঞান জগতৰ এটি সৰ্বোচ্চ সন্মান। সাহিত্য জগতৰ জ্ঞানপীঠ বঁটাৰ…
শিক্ষাৰ্থী সমাজৰ বাবে সুখবৰঃ আজিৰে পৰা আৰম্ভ হ’ল দশম শ্ৰেণীৰ পাঠদান
ৰাজ্যত আজিৰে পৰা আৰম্ভ হ’ল দশম শ্রেণীৰ পাঠদান৷ ক’ভিড প্রট’কলৰ মাজেৰে ৰাজ্যৰ চৰকাৰী-বেচৰকৰী হাইস্কুল, আৱাসিক বিদ্যালয় আৰু দিবা ব’র্ডিং শিক্ষানুষ্ঠানত আৰম্ভ হৈছে পাঠদান। ইতিমধ্যে দশম শ্রেণীৰ পাঠদান সন্দর্ভত ৰাজ্য চৰকাৰে SOP জাৰি কৰিছে। সেই…
সোমবাৰৰ পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান !
ৰাজ্যত সোমবাৰৰ পৰা আৰম্ভ হ'ব দশম শ্ৰেণীৰ পাঠদান। ছেবাৰ ৪০ শতাংশ পাঠ্যপুথি সংকুচিত কৰি আৰম্ভ কৰা হব পাঠদান। শিক্ষা বিভাগে জাৰি কৰা SOP অনুসৰি আৰম্ভ কৰা হব শ্ৰেণীসমূহ। কেবিনেট বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে।…
ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমৰ শিক্ষাৰ্থীক ৰামায়ণ আৰু মহাভাৰত শিকাবলৈ সাজু হৈছে বিজেপি
RSSৰ প্ৰতিষ্ঠাপক কে বি হেডগেৱাৰ আৰু জনসংঘৰ প্ৰতিষ্ঠাপক দীনদয়াল উপাধ্যায়ৰ জীৱন পাঠ MBBS পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ অভিসন্ধি উন্মোচন হোৱাৰ পিছত এইবাৰ মধ্য প্ৰদেশৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰে ৰামায়ণ, মহাভাৰত আৰু লগতে ৰামে লংকাত উপস্থিত হ'বলৈ…