Browsing Category
Breaking News
এইবাৰ তুলিৰাম ৰংহাঙৰ ভুৱা পি এইচ ডি!
২০০ কোটি টকীয়া ফাৰ্ম হাউচ নিৰ্মাণ কৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ তুলিৰাম ৰংহাঙৰ পি এইচ ডি ডিগ্ৰীক লৈ আৰম্ভ হৈছে এক নতুন বিতৰ্ক৷ তুলিৰাম ৰংহাঙে এক অস্তিত্বহীন বিশ্ববিদ্যালয়ৰ পৰা ভুৱা পি এইচ ডি ডিগ্ৰী…
মানৱ অধিকাৰ আয়োগত জবাবদিহি হ’ব লাগিব অসম আৰক্ষী
‘দ্য ক্ৰছকাৰেণ্ট’ৰ চীফ ৰিপ’ৰ্টাৰ দিলোৱাৰ হুছেইন মজুমদাৰক যড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰি মানৱ অধিকাৰৰ উলংঘন কৰিছে অসম আৰক্ষীয়ে। এই অভিযোগত অসম আৰক্ষী আৰু অসম চৰকাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ৰুজু কৰিছে নিজাববীয়া গোচৰ।
টোলকৰৰ জৰিয়তে অসমবাসীক টেঁটু চেপা দিছে বিজেপিয়ে
টোলকৰৰ নামত ৫ বছৰত অসমত সংগ্ৰহ ১৪৫৮ কোটি টকা। কেৱল মদনপুৰ টোলগেটৰ পৰাই সংগ্ৰহ ৩৭৭.১৫ কোটি টকা।
মুখ্যমন্ত্ৰীৰ প্ৰচাৰ বিলাসিতাত ১০০ কোটি, ‘কীকী’ ৰ হাতলৈ ৩৬ কোটি
মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভা মানেই জেপ গৰম 'কীকী' ৰ। ডেৰ বছৰত অস্থায়ী মঞ্চ -পেণ্ডেলত উৰুৱালে ১০০ কোটিৰো অধিক টকা। ঋণত পোত গৈছে চৰকাৰ, জেপ গধুৰ হৈছে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ‘কীকী’ৰ। ডেৰ বছৰত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ বিলাসিতাত ১০০ কোটি, 'কীকী' ৰ হাতলৈ…
মেগা বিহুৰ নামত ‘কী কী’ বাহিনীৰ জেপলৈ ১২.৬৮ কোটি
বিহুৰ গীনিজ ৰেকৰ্ডত ঠিকাৰ ছিণ্ডিকেটঃ ঠিকনা হাউচ নং ১১৯। ১৭ লাখ টকা ভাড়াৰ চোফাত বহিল ভি ভি আই পি। একক নিবিদাকাৰী ভূপিন্দৰ- কমলজিৎ-গুৰজাছ সিঙ বাহিনী।
কি শপত পাহৰিলে জি এম চি এইচৰ জ্যেষ্ঠ চিকিৎসকে?
হিপ্প’ক্ৰেটিক অথ্ (Hippocratic Oath)-চিকিৎসকৰ নৈতিকতাৰ পাঠ হিচাপে বিশ্বজুৰি স্বীকৃত আৰু গৃহীত৷ যেতিয়া এজন চিকিৎসকে পেছাগত জীৱন আৰম্ভ কৰে, তেতিয়াই গ্ৰহণ কৰে হিপ’ক্ৰেটিক অথ্৷ হিপ্প’ক্ৰেটিক অথ্ পোনতে লিখা হৈছিল গ্ৰীক ভাষাত৷ যাক সমগ্ৰ বিশ্বই…
খিলঞ্জীয়াৰ ভাগ্য নিয়ন্তাৰ ৰূপত শ্বাহী এণ্ড কোম্পানী
প্ৰধানমন্ত্ৰী আদি আদৰ্শ গ্ৰাম যোজনাৰ ২৪২.৩৭ কোটিৰ ঠিকাৰ ২২০.৭৯ কোটিয়েই ৪ বিতৰ্কিত ঠিকাদাৰৰ কব্জাত
আদানীৰ পৰা উৎকোচ লোৱাৰ তালিকাত কোন কোন মুখ্যমন্ত্ৰী?
গৌতম আদানীৰ সৈতে নাম সাঙোৰ খাই পৰা ভাৰতৰ আন এগৰাকী চৰ্চিত ব্যক্তি জগন মোহন ৰেড্ডী। অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৱাই এছ আৰ কংগ্ৰেছৰ নেতা। আদানীয়ে উত্কোচৰ সাম্ৰাজ্যখন যেনেকৈ বহিঃৰাষ্ট্ৰত মেলি দিছিল, সেইদৰে দেশৰ ভিতৰতো নেমেলাকৈ থকা…
লোহা চোৰ দিলীপ গোৱেংকাৰে কি সম্পৰ্ক মুখ্যমন্ত্ৰীৰ?
ফুটপাথৰ লোহা চোৰ কৰি দিলীপ গোৱেংকাৰ কোটি টকাৰ বেহা। লোহা চোৰ দিলীপ গোৱেংকাই কেনেকৈ পালে জাগীৰোডৰ যন্ত্ৰাংশ? লোহা চোৰ দিলীপ গোৱেংকাক কোনে দিলে পুৰণি গাড়ী স্ক্ৰেপ কৰাৰ ঠিকা? লোহা চোৰ দিলীপ গোৱেংকাক গ্ৰেপ্তাৰৰ সাহস হ’বনে অসম আৰক্ষীৰ?
বিশ্বত ভাৰতক লাজত পেলোৱাৰ ঠিকা দিয়া আছে নেকি গৌতম আদানীক?
বিশ্বৰ প্ৰেক্ষাপটত পুনৰ ঋণাত্মক বাতৰিৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বন্ধু গৌতম আদানী। এইবাৰ প্ৰায় ২২০০ কোটি টকা বা ২৬৫ মিলিয়ন us dollar উৎকোচ দিযাৰ অভিযোগ গৌতম আদানীৰ বিৰুদ্ধে। গৌতম আদানীসহ ৮ জনৰ বিৰুদ্ধে…