Browsing Category
Blog
যুক্তৰাষ্ট্ৰীয়তাবাদ আৰু অসমীয়াৰ সোণালী সুযোগ
ভাৰতৰ ইতিহাসত বৰ্তমানলৈ হোৱা নিৰ্বাচনৰ ভিতৰত কিজানি এইটোৱেই এটা আটাইতকৈ টেঙা নিৰ্বাচন। এই কথা সকলোৱে এইকাৰণেই সাধাৰণভাৱে বুজি পাইছে যে নিৰ্বাচনৰ পৰিৱেশ বুলিবলৈ বেছিভাগ ঠাইতে একো নাই। কিলোমিটাৰ-কিলোমিটাৰৰ ব্যৱধানত কেৱল এখন দুখনমান দলীয়…
সমাজবাদৰ ৰাজনীতিৰ দিন উকলিল নেকি ?
টিপু চুলতান বন গয়া ৷
টিপু যেতিয়া প্ৰথম স্কুললৈ যায় , তেতিয়া তাৰ কোনো আনুষ্ঠানিক নাম নাছিল ৷ পৰিয়ালৰ হিচাপ কিতাপ ৰাখোতা তিৱাৰীৰ হাতত ধৰি খোজ দিছিল ওচৰৰে এখন নাৰ্ছাৰী স্কুলত ৷ কিন্তু টিপু নামেৰে নামভৰ্তি কৰাত অসুবিধা হ’ল ৷ স্কুলৰ পৰা…
পৰেশ মহন্তৰ আত্মসমৰ্পণ…
যুদ্ধ চলিছে ৷ অবিৰাম যুদ্ধ চলিছে ৷ ভাৰতৰ সৈতে চীনৰ ৷ চীনৰ সৈতে আমেৰিকাৰ ৷ জীৱিকাৰ সৈতে জীৱনৰ ৷ ভাতৰ সৈতে ভোকৰ ৷ যুদ্ধ এক ভীষণ ভাল লগা বিষয় ৷ উৎকন্ঠা আছে , উন্মাদনা আছে ৷ যুদ্ধজয়ে কঢ়িয়াই আনে সীমাহীন মানসিক তৃপ্তি ৷ কিন্তু পৰাজয়ে ? অৱসাদ আৰু…
মুখ্যমন্ত্ৰীৰ সৈতে বহুত কথা আছে …
সেই খেতিয়কজন ,বানে ধুই নিছে যাৰ কেবাবিঘা মাটিৰ খেতি৷ নতুনকৈ খেতিত নামিবৰ বাবে নাই কঠীয়া ৷ কৃষিমন্ত্ৰীয়ে কৈছে বিনামূলীয়াকৈ শালি ধানৰ কঠীয়া দিব বুলি ৷ বিনামূলীয়া নালাগে, লাগিলে উচিত দাম দিয়ে কিনিব ৷ কিন্তু কঠীয়াৰ ব্যৱস্থা কৰি দিয়ক ৷ পানী লাহে…
মকছুদুল হকৰ সতে অতীতৰ সোঁৱৰণী আৰু পুৰণি বন্ধুত্বৰ নতুন গাঁঠি: বনজিৎ হুছেইন
গুৱাহাটীৰ শিল্পগ্ৰামত শতাধিক দৰ্শকৰ সন্মুখত এজন বাংলাদেশী ৰকষ্টাৰে নিভাঁজ অসমীয়াত ক’লে, “মই ষোল্ল বছৰৰ পাছত ঘৰলৈ আহিছো।” তেওঁৰ ব্লকবাষ্টাৰ হিট গানেৰে দৰ্শকসকলক মুগ্ধ কৰি শেষত তেওঁ এজন দাৰ্শনিকৰ দৰে ক’লে, “চৈতন্য দেৱ আৰু লালন ফকিৰৰ দেশৰ পৰা…
বিপ্লৱী বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰাজনৈতিক জীৱন আৰু মতাদৰ্শ : বিৰাজ জ্যোতি কলিতা
বিষ্ণুপ্ৰসাদ ৰাভা আছিল সাম্ৰাজ্যবাদ আৰু পুঁজিবাদৰ দুৰ্ঘোৰ বিৰোধী। নি:সন্দেহে তেওঁ এগৰাকী প্ৰকৃত মানৱতাবাদী আছিল । সচাঁ অৰ্থত,বিষ্ণুপ্ৰসাদ ৰাভাই নিষ্পেষিত জনতাৰৰ শোষণকাৰী আৰু দমনকাৰীৰ বিৰুদ্ধে থিয় দি এক শ্ৰেণীহীন সমাজ গঢ়িব বাবে আপ্ৰাণ…
An Incomplete Biography of a Rainforest : Dehing-Patkai Across the Centuries
“A broad belt of country along the foot of the hills is clothed in dense evergreen forest. Creepers spread in every direction over the larger trees, knitting them into one great mass of foliages, and drop down here and there in graceful…
ছপা মাধ্যমৰ সংকট
"সৌৰভ কুমাৰ চলিহাক এবাৰ সোধোতে কৈছিল, তেওঁ হেনো লিখে ছপা আখৰত নিজৰ নামটো দেখিবলৈ। এতিয়া হয়তো ছপাবলৈ বুলিয়েই লিখা-মেলা কৰা মানুহৰ সংখ্যা নোহোৱা হ’ব। এফালৰ পৰা এগাল মানুহৰ চাকৰি নোহোৱা হ’ব। আন ফালে নতুন নতুন চাকৰি ওলাব। এফালে মাৰে, এফালে…
প্ৰব্ৰজন আৰু অসম
"এবাৰ কথা প্ৰসংগত এগৰাকী মুছলিম বন্ধুৱে কৈ উঠিছিল-অসমত মুছলিম হৈ জন্ম হোৱাতকৈ পাপ নাই। বুকুখন মোচৰ খাই উঠিছিল।" অসমৰ প্ৰব্ৰজনৰ সমস্যাৰ ওপৰত এই বিশেষ লেখা শাশ্বতী সভাপণ্ডিতৰ
প্ৰকৃততে কেইটামান পৃষ্ঠাৰ আৱেষ্টনিত প্ৰব্ৰজনৰ দৰে নিৰবচ্ছিন্ন…
‘গাহৰি’ বিতৰ্কৰ অন্য এক ৰিয়েলিটী
"আহি থকা যাত্ৰীবাহী ৰেল, কমি যোৱা সংস্থাপন, বাঢ়ি অহা অনিশ্চয়তা, পুষ্টিহীনতাত ভূগিবলৈ গৈ থকা শিশুবোৰ, একেটা শৌচালয়কে সমজুৱাকৈ ব্যৱহাৰ কৰা বস্তিবোৰ, তেৰ বছৰীয়া হৃদৰোগত আক্ৰান্ত শিশু COVOID positive হিচাপে ঘোষিত হোৱাৰ পিছত মাতৃৰ বাঢ়ি অহা…