Category Blog

নূন্যতম ৯৯ টকাৰ ঠাইত নাজিৰাখাটত টোলকৰ নিৰ্ধাৰণ ১৪০ টকা

এখন কল্যাণকামী ৰাষ্ট্ৰৰ প্ৰধান আৰু মূল দায়িত্বই হ’ল নাগৰিকসকলক নূন্যতম প্ৰয়োজনীয় সুবিধাখিনি উপলব্ধ কৰোৱা৷ এই সুবিধাৰ ভিতৰত নিশ্চয় নিৰাপদে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ ভ্ৰমণ কৰাৰ সুবিধাও উপলব্ধ হ’ব লাগে৷ কিন্তু ভাৰতৰ শেহতীয়া যাতায়ত ব্যৱস্থা ইমানেই খৰচী হৈ পৰিছে…

গৰুয়ে নিশ্বাসত এৰে অক্সিজেন! ন্যায়াধীশে এয়া কি ৰায় দিলে?

ভাৰতৰ ন্যায়পালিকা কি স্তৰলৈ অৱনমিত হৈছে, সেয়া এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ ভাষণেই উদঙাই দিলে৷ দেওবাৰে বিশ্ব হিন্দু পৰিষদৰ এক শাখা সংগঠনৰ বৈঠকত ভাষণ দি ন্যায়াধীশ শ্বেখৰ যাদৱে কৈ দিলে যে ভাৰত দেশ ইয়াৰ সংখ্যাগুৰুৰ মতে পৰিচালিত হ’ব৷ এইগৰাকী ন্যায়াধীশে কেৱল…

মূল্যবৃদ্ধি চিন্তনীয় বিষয় নহয় মোদী চৰকাৰ

ব্যাপক মূল্যবৃদ্ধিৰ মাজত স্নায়ু যুদ্ধত লিপ্ত হৈছে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংক। মূল্যবৃদ্ধিৰ বাবে ইটোৱে সিটোলৈ ঠেলিছে দোষ। তাৰ মাজতে নৰেন্দ্ৰ মোদী চৰকাৰৰ মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ মন্তব্যই হতচকিত কৰিছে সকলোকে। নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিত নাজল-নাথল অৱস্থা জনতাৰ। অসমতো কালিৰ দিনটোত…

‘অব কী বাৰ চাৰশ পাৰ’ হিমন্ত বিশ্ব শৰ্মাৰ শ্ল’গান আছিল নেকি?

‘ক’ মানে কিতাপ অব কী বাৰ চাৰশ পাৰ -ব্যাপক প্ৰচাৰ আৰু সংবাদ মাধ্যমৰ জৰিয়তে বিজেপিয়ে এনে এটা পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল যে ২০২৪ নিৰ্বাচনত বিজেপিয়ে ৪০০ তকৈ অধিক আসন লাভ কৰিব৷ কিন্তু বিৰোধীয়ে এই নিৰ্বাচনী শ্ল’গানক সংবিধান সলনিৰ অভিপ্ৰায়ৰ…

চুতীয়া জনগোষ্ঠীঃ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰাম, জনজাতিকৰণৰ দাবী আৰু ইয়াৰ যুক্তিযুক্ততা

ৰাজনৈতিক বিভাজন,সাংস্কৃতিক, সামাজিক বৈষম্য, আভ্যন্তৰীণ বিভেদমুখী প্ৰৱণতা, স্ব-পৰিচয়ৰ ক্ষেত্ৰত হীনমন্যতা আদিৰ বাবেই একালৰ গৌৰৱশালী শাসক জনগোষ্ঠী চুতীয়াসকলে সকলো দিশতে পিছপৰি থাকিবলগীয়া হৈছিল। দীর্ঘদিন ধৰি অব্যাহত থকা চুতীয়াসকলৰ এই পশ্চাদমুখী অৱস্থাৰ পৰা উদ্ধাৰ কৰি জাতিটোক উত্তৰণৰ বাটলৈ লৈ যোৱাৰ বাবে তাহানিৰ…

ভূপেন বৰাই এৰিব লাগিব APCCৰ সভাপতি পদ!

প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব এৰিব লাগিব নেকি ভূপেন বৰাই? কংগ্ৰেছ ৱৰ্কিং কমিটিৰ এটা সিদ্ধান্তই এই প্ৰশ্ন ৰাজ্যৰ ৰাজনীতিলৈ ঠেলি দিছে। যদি ভূপেন বৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদ এৰিব লগা হয়, তেতিয়া কোন হ’ব পৰৱৰ্তী প্ৰদেশ কংগ্ৰেছৰ সভাপতি? শুকুৰবাৰে দিল্লীত কংগ্ৰেছ…

সময়ে সময়ে সলনি হয় মোদীৰ মুখৰ কথা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঠিকেই কৈছিল। গণতন্ত্ৰক যদি ৰক্ষা কৰিব লাগে, তেনেহ’লে EVM ৰ সলনি বেলট পেপাৰত ভোট দিয়াৰ ব্যৱস্থা কৰিব লাগে। আমাৰ দেশৰ জনসাধাৰণ শিক্ষা-দীক্ষাত বৰ বিশেষ আগবঢ়া নহয়। কিন্তু শিক্ষা-দীক্ষা প্ৰযুক্তিত আগবঢ়া দেশে EVM বাদ দি বেলট পেপাৰত ভোটগ্ৰহণ…

কংগ্ৰেছে বাস্তৱতাক বুজিব কেতিয়া?

কংগ্ৰেছ এতিয়াও আত্মবিশ্বাসী যে সমগ্ৰ দেশৰ জনতাই বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰি কংগ্ৰেছক ভোট দিবলৈ উদগ্ৰীৱ হৈ আছে৷ কিন্তু কংগ্ৰেছৰ এই ভাৱনাক এটাৰ পাছত আন এটা নিৰ্বাচনৰ ফলাফলে বাৰম্বাৰ ভুল প্ৰমানিত কৰিছে৷ এইটো অনস্বীকাৰ্য যে ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়া এতিয়া চূড়ান্ত অস্বচ্ছ,…

মোদীৰ অচ্ছে দিনত প্ৰতিদিনে দেউলীয়া হৈছে ১৭ টাকৈ কোম্পানী

দেশত বৃদ্ধি পাইছে অৰ্থনৈতিক অস্থিৰতা। দেউলীয়া কোম্পানীৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে। এই কোম্পানীবোৰে বিভিন্ন কাৰণত ব্যৱসায়ত টিকি থাকিব পৰা নাই। এটা দুটা নহয়, পৰিসংখ্যা দেখি আপুনিও আচৰিত হ’ব। দেশত বিগত ৬ বছৰত ৪০ হাজাৰৰো অধিক কোম্পানী দেউলীয়া হৈছে। অৰ্থাত্…

আমেৰিকাত বন্ধ হোৱা ই ভি এম ভাৰতত কিয়?

অৰূপ কলিতা, দ্য ক্ৰছকাৰেণ্টঃ মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনৰ পাছতেই আকৌ সন্দেহৰ আৱৰ্তত সোমাই পৰিছে ই ভি এম৷ বিৰোধী দলসমূহে ই ভি এমৰ জালিয়াতিৰ সম্ভাৱনাৰ বিষয়টোক অত্যন্ত গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে৷ কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে ভি এমৰ বিৰুদ্ধে দেশজুৰি অভিযান চলোৱাৰ কথা…