সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

Blog

আৰক্ষী মানুহ হৈ আছেনে? কাঠগড়াত পুলিচ

কন্দুৱা গেছৰ নিৰ্বিচাৰ প্ৰয়োগে প্ৰাণ কাঢ়িলে এগৰাকী প্ৰতিবাদকাৰীৰ৷ কংগ্ৰেছ নেতা মৃদুল ইছলামৰ মৃত্যুৰ ঘটনাই আকৌ এবাৰ কাঠগড়াত তুলিছে অসম আৰক্ষীক৷ বাৰম্বাৰ বিতৰ্কৰ আৱৰ্তত থকা অসম আৰক্ষীৰ কাৰ্যকুশলতাক লৈ এইবাৰেই প্ৰথম প্ৰশ্ন উত্থাপণ হোৱা নাই৷…

ৰীলছৰ মায়াজালৰ পৰা নিজক কেনেকৈ মুক্ত কৰিব?

সুৰাৰ বটলত লিখা থাকে-সুৰাপান স্বাস্থ্যৰ পক্ষে হানিকৰ৷ তাৰপাছতো মানুহে সুৰাপান কৰে৷ চিগাৰেটৰ পেকেটত লিখা থাকে-ধুম্ৰপান কৰ্কটৰ কাৰণ৷ তাৰপাছতো মানুহে ধুম্ৰপান কৰে ৷ মোবাইলৰ স্ক্ৰীণত একো লিখা নাথাকে৷ তাৰপাছতো সময় অপচয় বুলি জানি-শুনিও মানুহে…

কিয় আকাশলংঘী হৈছে গুৱাহাটী অভিমুখী বিমানৰ টিকট?

উৰে দেশ কা আম নাগৰিক–মোদী চৰকাৰৰ উড়ান আঁচনিৰ এয়াই সম্পূৰ্ণ নাম৷ লক্ষ্য আছিল সাধাৰণ নাগৰিককো বিমান যাত্ৰাৰ সুবিধা প্ৰদান কৰা৷ আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সফলতাৰ খতিয়ান দি এইবুলি কৈছিল, ‘হাৱাই ছেণ্ডেল পিন্ধা সাধাৰণ নাগৰিকেও বিমানত…

নূন্যতম ৯৯ টকাৰ ঠাইত নাজিৰাখাটত টোলকৰ নিৰ্ধাৰণ ১৪০ টকা

এখন কল্যাণকামী ৰাষ্ট্ৰৰ প্ৰধান আৰু মূল দায়িত্বই হ’ল নাগৰিকসকলক নূন্যতম প্ৰয়োজনীয় সুবিধাখিনি উপলব্ধ কৰোৱা৷ এই সুবিধাৰ ভিতৰত নিশ্চয় নিৰাপদে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ ভ্ৰমণ কৰাৰ সুবিধাও উপলব্ধ হ’ব লাগে৷ কিন্তু ভাৰতৰ শেহতীয়া যাতায়ত ব্যৱস্থা…

গৰুয়ে নিশ্বাসত এৰে অক্সিজেন! ন্যায়াধীশে এয়া কি ৰায় দিলে?

ভাৰতৰ ন্যায়পালিকা কি স্তৰলৈ অৱনমিত হৈছে, সেয়া এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ ভাষণেই উদঙাই দিলে৷ দেওবাৰে বিশ্ব হিন্দু পৰিষদৰ এক শাখা সংগঠনৰ বৈঠকত ভাষণ দি ন্যায়াধীশ শ্বেখৰ যাদৱে কৈ দিলে যে ভাৰত দেশ ইয়াৰ সংখ্যাগুৰুৰ মতে পৰিচালিত হ’ব৷…

মূল্যবৃদ্ধি চিন্তনীয় বিষয় নহয় মোদী চৰকাৰ

ব্যাপক মূল্যবৃদ্ধিৰ মাজত স্নায়ু যুদ্ধত লিপ্ত হৈছে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংক। মূল্যবৃদ্ধিৰ বাবে ইটোৱে সিটোলৈ ঠেলিছে দোষ। তাৰ মাজতে নৰেন্দ্ৰ মোদী চৰকাৰৰ মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ মন্তব্যই হতচকিত কৰিছে সকলোকে। নিত্যব্যৱহাৰ্য…

‘অব কী বাৰ চাৰশ পাৰ’ হিমন্ত বিশ্ব শৰ্মাৰ শ্ল’গান আছিল নেকি?

'ক' মানে কিতাপ অব কী বাৰ চাৰশ পাৰ -ব্যাপক প্ৰচাৰ আৰু সংবাদ মাধ্যমৰ জৰিয়তে বিজেপিয়ে এনে এটা পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল যে ২০২৪ নিৰ্বাচনত বিজেপিয়ে ৪০০ তকৈ অধিক আসন লাভ কৰিব৷ কিন্তু বিৰোধীয়ে এই নিৰ্বাচনী শ্ল’গানক সংবিধান সলনিৰ অভিপ্ৰায়ৰ…

চুতীয়া জনগোষ্ঠীঃ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰাম, জনজাতিকৰণৰ দাবী আৰু ইয়াৰ যুক্তিযুক্ততা

ৰাজনৈতিক বিভাজন,সাংস্কৃতিক, সামাজিক বৈষম্য, আভ্যন্তৰীণ বিভেদমুখী প্ৰৱণতা, স্ব-পৰিচয়ৰ ক্ষেত্ৰত হীনমন্যতা আদিৰ বাবেই একালৰ গৌৰৱশালী শাসক জনগোষ্ঠী চুতীয়াসকলে সকলো দিশতে পিছপৰি থাকিবলগীয়া হৈছিল। দীর্ঘদিন ধৰি অব্যাহত থকা চুতীয়াসকলৰ এই পশ্চাদমুখী…

ভূপেন বৰাই এৰিব লাগিব APCCৰ সভাপতি পদ!

প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব এৰিব লাগিব নেকি ভূপেন বৰাই? কংগ্ৰেছ ৱৰ্কিং কমিটিৰ এটা সিদ্ধান্তই এই প্ৰশ্ন ৰাজ্যৰ ৰাজনীতিলৈ ঠেলি দিছে। যদি ভূপেন বৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদ এৰিব লগা হয়, তেতিয়া কোন হ’ব পৰৱৰ্তী প্ৰদেশ কংগ্ৰেছৰ সভাপতি?…

সময়ে সময়ে সলনি হয় মোদীৰ মুখৰ কথা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঠিকেই কৈছিল। গণতন্ত্ৰক যদি ৰক্ষা কৰিব লাগে, তেনেহ’লে EVM ৰ সলনি বেলট পেপাৰত ভোট দিয়াৰ ব্যৱস্থা কৰিব লাগে। আমাৰ দেশৰ জনসাধাৰণ শিক্ষা-দীক্ষাত বৰ বিশেষ আগবঢ়া নহয়। কিন্তু শিক্ষা-দীক্ষা প্ৰযুক্তিত আগবঢ়া দেশে EVM…