সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ৰাছিয়াই প্ৰস্তুত কৰি উলিয়ালে কৰোনা ভাইৰাছৰ প্ৰথমটো প্ৰতিষেধক, ৰাষ্ট্ৰপতি পুটিনৰ দুই জীয়ৰীয়েও গ্ৰহণ…

ৰাছিয়াই প্ৰস্তুত কৰি উলিয়ালে কৰোনা ভাইৰাছৰ প্ৰথমটো প্ৰতিষেধক। এই খবৰ জনাইছে বিশ্বৰ অন্যতম সংবাদ প্ৰতিষ্ঠান Reuters য়ে। জানিব পৰা মতে আজি ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে আজি বিশ্বৰ প্ৰথমটো কৰোনা ভাইৰাছ ভেকচিনক সন্মতি প্ৰদান কৰিছে। ৰাছিয়াৰ…

নগা চুক্তি: দিল্লীত আজিৰে পৰা পুনৰ আৰম্ভ গৃহ মন্ত্ৰালয় আৰু NSCN-IM ৰ আলোচনা

যোৱা প্ৰায় ৮ মাহ ধৰি স্থৱিৰ হৈ থকা NSCN-IM আৰু গৃহ মন্ত্ৰালয়ৰ মাজত নগা চুক্তি সম্পৰ্কে আলোচনা আজিৰ পৰা পুনৰ নতুন দিল্লীত আৰম্ভ হৈছে।আজি আৰম্ভ হোৱা বৈঠকখন দৈনিক হিচাপত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনাৰ ভিত্তিত এই তৎপৰতা…

আই পি এলক ‘আত্মনিৰ্ভৰ’ কৰাৰ দায়িত্ব এইবাৰ পতঞ্জলিৰ

বিতৰ্কিত ঔষধ নিৰ্মাণ কোম্পানী পতঞ্জলিয়ে এইবাৰ স্পনছ'ৰ কৰিব আই পি এল। ইকনমিক টাইম নামৰ এখনত প্ৰকাশ পোৱা বাতৰি অনুসৰি আই পি এলৰ এইবাৰ টাইটল স্পনছ'ৰ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে পতঞ্জলিয়ে। উল্লেখযোগ্য যে আই পি এলে চীনা কোম্পানী ভিভ'ৰ পৰা টাইটল…

অযোধ্যাৰ পিছত এইবাৰ বুদ্ধক লৈ টনা-আজুৰা ভাৰত নেপালৰ

বিতৰ্কয়ে লগ নেৰা হৈছে ভাৰত-নেপালৰ সম্পৰ্ক। মানচিত্ৰ আৰু অযোধ্যা বিতৰ্কৰ অৱসান নহওঁতে পুনৰ বুদ্ধক লৈ টনা-আজুৰা চলিছে দেশ দুখনৰ মাজত। জানিব পৰা মতে এই বিতৰ্কৰ সূত্ৰপাত হয় ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শঙ্কৰৰ এক মন্তব্যক কেন্দ্ৰ কৰি।…

ৰাজস্থান সংকটৰ অন্ত: শচীন পাইলটৰ ঘৰ বাপচী

যোৱা প্ৰায় কিছুদিন ধৰি চলি থকা ৰাজস্থানৰ ৰাজনৈতিক সংকট অন্ত হোৱাৰ দিশে আগবাঢ়িছে। কিছু সময় পূৰ্বে শচীন পাইলটে লগ ধৰে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাক। গান্ধী পৰিয়ালৰ লগত হোৱা এই মিটিংৰ পাছতে পাইলট কেম্পৰ বিধায়ক সকলে ৰাজস্থানৰ…

এবছৰ ধৰি হাইকামাণ্ড বিহীন কংগ্ৰেছ, গান্ধী পৰিয়ালৰ হাতৰ পৰা যাব নেকি কংগ্ৰেছৰ বাঘজৰী?

২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পৰাজয়ৰ হেঙঅ'ভাৰৰ পৰা যেন এতিয়াও উঠিবই পৰা নাই কংগ্ৰেছ দল। লোকসভা নিৰ্বাচনৰ পিছতে পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি ৰাহুল গান্ধীয়ে পদত্যাগ কৰা পিছতো যোৱা ১ বছৰ দিন ধৰি দলটোৱে নিৰ্বাচন কৰিব পৰা নাই পৰৱৰ্তী কংগ্ৰেছ অধ্যক্ষ।…

অসম পুলিচৰ ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ কৰোনা পজিটিভ

আজি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ দেহত ধৰা পৰিছে কৰোনা। বৰ্তমান হ'ম আইছলেছনত আছে ভাস্কৰ জ্যোতি মহন্ত। উল্লেখযোগ্য যে এই পৰ্যন্ত অসম আৰক্ষীৰ প্ৰায় ২২৫৯ জন লোক কৰোনাত আক্ৰান্ত হৈছে।ইয়াৰে ১৭৩৪ জন ইতিমধ্যে…

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ কৰোনা পজিটিভ

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ আজি কৰোনা ভাইৰাছ পজিটিভ ধৰা পৰে। খবৰটো টুইটাৰ যুগে ৰাজহুৱা কৰি প্ৰাক্তন ৰাষ্ট্ৰপতি জনে যোৱা এক সপ্তাহত তেওঁৰ সংস্পৰ্ষলৈ অহা সকলোকে চেল্ফ আইচ'লেট কৰাৰ লগতে ক'ভিড-১৯ ৰ টেষ্ট কৰিবলৈ অনুৰোধ জনায়। উল্লেখযোগ্য…

বাঘজানবাসীৰ বাবে সামান্য সকাহ

সমগ্ৰ দেশবাসীৰ এতিয়া পৰিচিত নাম বাঘজান। যি বাঘজান প্ৰায় ৭৬ দিন ধৰি অগ্নিকুণ্ডত পৰিণত হৈ আছে। যাৰ ফলত নিঃশেষ হৈ গ'ল বাঘজানবাসীৰ সপোনৰ ঘৰখন। তেনে সময়তে বাঘজানবাসীৰ বাবে সামান্য সকাহ । প্ৰায় ডেৰমাহ ধৰি অগ্নিকুণ্ডত পৰিণত হৈ থকা বাঘজানত স্থাপন…

বাঘজানৰ ঘটনা এইবাৰ যোৰহাটত!

যোৰহাটত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। দেওবাৰে মাজনিশা সংঘটিত হয় এই অগ্নিকাণ্ডটো। সিংহী স্কুটাৰ্ছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত  দুজনকৈ লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছে বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ড…