Investigative reporting with dedication.
বাঘজান কাণ্ডৰ বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদনক নস্যাৎ অইল ইণ্ডিয়াৰ

বিশেষজ্ঞ কমিটিয়ে প্ৰস্তুত কৰা বাঘজান কাণ্ডৰ প্ৰতিবেদনক নস্যাৎ কৰিছে অইল ইণ্ডিয়াই। কমিটিৰ প্ৰতিবেদনৰ তথ্য সমূহৰ বিজ্ঞান সন্মত ভিত্তি নাই বুলি দাবী কৰি অইল ইণ্ডিয়াই এনে তথ্যৰ আধাৰত কোনো সিদ্ধান্তত অহাটো সঠিক নহব বুলি নেচনেল গ্ৰীণ ট্ৰিবুনেলক জনায়। অইল ইণ্ডিয়াই বিশেষজ্ঞৰ কমিটিখনে…










