Investigative reporting with dedication.
ৰামদেৱক ন্যায়ালয়ৰ ১০ লাখ টকাৰ জৰিমনা। কিন্তু কিয়?

কৰোনাৰ নামৰ ব্যৱসায় কৰাৰ অভিযোগ উঠিছে যোগগুৰু ৰামদেৱৰ প্ৰতিষ্ঠান পতঞ্জলিৰ বিৰুদ্ধে। মাদ্ৰাছ উচ্চ ন্যায়ালয়ে ১০ লাখ টকাৰ জৰিমনা বিহিলে ৰামদেৱৰ প্ৰতিষ্ঠান পতঞ্জলিক। ক’ৰোনিল নামৰ ঔষধৰ জৰিয়তে কোৰোণা প্ৰতিৰোধ কৰিব পাৰে বুলি প্ৰচাৰ কৰিছিল পতঞ্জলিয়ে। কিন্তু এতিয়াৰ পৰা ঔষধত কোৰোনিল নামটো…










