The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

কেনে চলিছে অযোধ্যাত ৰাম মন্দিৰৰ ভূমিপূজনৰ প্ৰস্তুতি?

অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমিপূজন অনুষ্ঠানলৈ মাজত মাথো এটা দিন।অযোধ্যাত বৰ্তমান তীব্ৰগতিত চলিছে প্ৰস্তুতি। জানিব পৰা মতে,নিমন্ত্ৰনী পত্ৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী সহিত আৰু আৰু তিনিজনৰ নাম আছে। অতি কম সংখ্যক লোকক আমন্ত্ৰণ জনোৱা হোৱা বহু।ভূমিপূজন অনুষ্ঠানৰ প্ৰতিখন নিমন্ত্ৰণী পত্ৰত আছে…

দিল্লীলৈ উৰা মৰাৰ পুনৰ পৰিকল্পনা কৰিছে নেকি হিমন্ত বিশ্ব শৰ্মাই?

মোদী চৰকাৰৰ মন্ত্ৰীসভাৰ সালসলনিৰ গুণাগঁথা চলি থকা সময়তে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত পুনৰ চর্চা চলিছে অসমৰ ৰাজনীতিক হিমন্ত বিশ্ব শৰ্মাকলৈ। The Wire নামৰ পৰ্টেলত প্ৰকাশ পোৱা এক বাতৰি অনুসৰি মন্ত্ৰী সভাত স্থান পাব কেইবাখনো নতুন মুখে। ইয়াৰ ভিতৰত কংগ্ৰেছ ত্যাগ কৰি…

আনুষ্ঠানিকতা বাকী : বিজেপিৰ সংগ এৰিবলৈ সাজু হাগ্ৰামা

এতিয়া কেৱল আনুষ্ঠানিকতাহে বাকী ৷ বিজেপিৰ সংগ এৰিবলৈ সাজু হৈছে মিত্ৰদল বি পিএফ ৷ দলটোৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে মুকলিকৈ এই মন্তব্য কৰিছে ৷ আজি অসমীয়া দৈনিক কাকত “নিয়মীয়া বাৰ্তা”ত প্ৰকাশিত এক বাতৰিত মহিলাৰীয়ে মন্তব্য কৰিছে যে আজিৰ তাৰিখত ওপৰে ওপৰেহে…

নিৰ্বাচন ২০২১ : প্ৰফুল্ল মহন্তক বঢ়মপুৰতে ঘেৰিছে বিজেপিয়ে

অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা অসমৰ দুটাকৈ কাৰ্যকালৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে এইবাৰ ৰণচালি সাজিছে মিত্ৰদল বিজেপিয়ে ৷ ৰাজ্যত এতিয়া অগপ আৰু বিজেপি মিত্ৰজোটৰ চৰকাৰ চলি থাকিলেও প্ৰফুল্ল কুমাৰ মহন্ত নিজ দলতে একাষৰীয়া হৈ পৰিছে ৷ সততে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ৰাজ্য…

আই পি এল এ গ্ৰহণ কৰিব চাইনীজ কোম্পানীৰ স্পনশৰ্শ্বিপ, ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব খেল

১৯ ছেপ্টেম্বৰ ৰ পৰা আৰম্ভ হ’ব লগা আই পি এলে গ্ৰহণ কৰিব চাইনীজ কোম্পানীৰ স্পনশৰ্শ্বিপ। আই পি এল কৰ্তৃপক্ষৰ এই সিদ্ধান্ত অৱশ্যে এতিয়াও ভাৰত চৰকাৰৰ অনুমতি লাভ কৰা নাই। আই পি এলৰ চাইনীজ স্পনশ্বৰ সমূহৰ ভিতৰত আছে মোবাইল কোম্পানী Vivo,…

‘কা’ ৰ নিয়মাৱলী প্ৰস্তুত কৰাত ব্যৰ্থ কেন্দ্ৰীয় চৰকাৰ, অধিক সময় বিচাৰি গৃহ মন্ত্ৰালয়ৰ আবেদন

ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন আৰু প্ৰতিবাদৰ জোৱাৰ অব্যাহত থকাৰ সময়তে দিল্লীৰ পৰা আহিছে এক গুৰুত্বপূৰ্ণ খবৰ। ‘কা’ বলবৎ কৰিবলৈ প্ৰয়োজনীয় আইন খনৰ নিয়মাৱলী প্ৰস্তুত কৰাত বিফল হৈছে কেন্দ্ৰীয় চৰকাৰ। যাৰ ফলত নিয়মাৱলী প্ৰস্তুত কৰাৰ সময় বৃদ্ধিৰ আবেদন জনাইছে…

কৰোনা আপডেট: অসমত মুঠ আক্ৰান্তৰ সংখ্যা ৪২ হাজাৰৰ ঘৰত, সমগ্ৰ দেশত আক্ৰান্ত হৈছে ১৭ লাখতকৈও অধিক

বিভিন্ন বাধা নিষেধ সহিত কেন্দ্ৰীয় চৰকাৰে unlock 3.0 ৰ নীতি নিয়ম ঘোষণা কৰাৰ মাজতো ৰাজ্যত অব্যাহত আছে কৰোনাৰ ভয়াবহ সংক্ৰমণ। এইপৰ্যন্ত অসমত মুঠ কৰোনা আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৪২৯০৪ গৰাকী। একে সময়তে আৰোগ্য হোৱা মুঠ লোকৰ সংখ্যা ৩২৩৮৪ গৰাকী আৰু ১০৪১২…

ব্ৰিটেইনৰ মুদ্ৰাত সংলগ্ন হ’ব মহাত্মা গান্ধীৰ ফটো

ভাৰতৰ বাবে গৌৰৱৰ বিষয় যে জাতিৰ পিতা মহাত্মা গান্ধীৰ ফটো এতিয়াৰ পৰা সংলগ্ন হ’ব ব্ৰিটেইনৰ মুদ্ৰাটো। এই কথা আজি জানিবলৈ দিছে ব্ৰিটেইনৰ কোষাগাৰে। ইতিমধ্যে ব্ৰিটেইনৰ বিত্তমন্ত্ৰী ঋষি সুনাকে এই বিষয়টো ৰয়েল মিণ্ট এডভাইজৰী কমিটীৰ সন্মতিৰ বাবে প্ৰেৰণ কৰিছে । ব্ৰিটেইন…

নিৰ্বাচন ২০২১ : নাহৰকটীয়াত লুৰিণ – হিমন্তৰ ছায়াযুদ্ধ

ক’ৰোনাৰ সংক্ৰমণৰ সমান্তৰালভাৱে ৰাজ্যত এতিয়া পূৰ্ণগতিত আৰম্ভ হৈছে ৰাজনীতিৰ চৰ্চা ৷ ২০২১ চনত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসক বিৰোধী উভয় দলেই ককালত টঙালি বান্ধি সাজু হৈছে ৷ তাৰ মাজতে আকৌ উচ্চাৰিত হৈছে তৃতীয় বিকল্পৰ প্ৰসংগও ৷…

কি আছে unlock 3.0 নতুন গাইডলাইনত?

কেন্দ্ৰীয় চৰকাৰে unlock 3.0 ঘোষণা কৰাৰ পাছতে অসমতো আৰম্ভ হৈছে unlock প্ৰক্ৰিয়া। কিন্তু কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা সকলো শিথিলতা প্ৰযোজ্য নহ’ব অসমত। আজি সন্ধিয়া ৭ বজাৰ পৰা ১৪ আগষ্টৰ সন্ধিয়া ৭ বজালৈ প্ৰযোজ্য হ’বলগীয়া এই নতুন গাইডলাইনত কি কি আছে…