The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

কোৰোণাত আক্ৰান্ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

কোৰোণাত আক্ৰান্ত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কোৰোণাৰ কিছু আগতীয়া লক্ষণে দেখা দিয়াৰ ফলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৰোৱাইছিল স্বাস্থ্য পৰীক্ষা। দেওবাৰে ৰিপৰ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ দেহত কোৰোণাৰ সংক্ৰমণ ধৰা পৰে। যদিয়ো তেওঁৰ স্বাস্থ্যৰ কোনো অৱনতি হোৱা নাই ৷ আজি অমিত শ্বাহে নিজে…

ৰাছিয়াই প্ৰস্তুত কৰি উলিয়ালে নেকি ক’ভিড-১৯ ৰ ভেকচিন? কোন ভাৰতীয় পুঁজিপতিয়ে ভেকচিন প্ৰস্তুত কৰিবলৈ বিনিয়োগ কৰিছে কোটি কোটি টকা?

ৰাছিয়াত ইতিমধ্যে সম্পূৰ্ণ হৈছে কৰোনা ভাইৰাছৰ ভেকচিনৰ ক্লিনিকেল ট্ৰায়েল- এই দাবী ৰাছিয়ান মিডিয়াৰ। ৰাছিয়াৰ সংবাদমাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি মস্ক’ৰ Gamaleya ইনষ্টিটিউটে কৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে উলিওৱা ভেকচিনৰ সকলো পৰীক্ষা নিৰীক্ষা সম্পূৰ্ণ হৈছে আৰু অতি কম সময়ৰ ভিতৰত চৰকাৰৰ ওচৰত…

বিদ্যালয়ত দিব পুৱাৰ আহাৰ :নতুন শিক্ষা নীতিত পৰামৰ্শ

চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলে মধ্যাহ্ন ভোজনৰ লগতে বিদ্যালয়ত পুৱাৰ আহাৰো লাভ কৰিব ৷ শেহতীয়াকৈ কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱা নতুন শিক্ষা নীতিত ছাত্ৰ- ছাত্ৰীসকলক বিদ্যালয়তে ব্ৰেকফাষ্ট দিয়াৰ পোষকতা কৰা হৈছে ৷ নতুন শিক্ষা নীতিত কোৱা হৈছে যে অপুষ্টিত ভোগা বা সুস্বাস্থ্যবান…

অৱশেষত ৰাম মন্দিৰৰ শিলান্যাসলৈ নিমন্ত্ৰণ জনোৱা হ’ল আদৱনী আৰু যোশীক

৯০ দশকৰ বিজেপিৰ ‘ৰাম জন্মভূমি’ আন্দোলনক সমুখৰ পৰা নেতৃত্ব দিয়া বিজেপিৰ দুই জ্যেষ্ঠ নেতা লাল কৃষ্ণ আদৱনী আৰু মুৰলী মনোহৰ যোশীক ৰাম জন্মভূমিৰ শিলান্যাসলৈ নিমন্ত্ৰণ নকৰা ঘটনাই যথেষ্ট চৰ্চা লাভ কৰাৰ সময়তে শনিবাৰে দুয়োজন জ্যোষ্ঠ নেতাক টেলিফোন যুগে নিমন্ত্ৰণ কৰে…

যোৱা ১০ মাহে নিজৰ প্ৰাপ্য ধনৰ পৰা বঞ্চিত ভাৰতীয় ক্ৰিকেটৰ ষ্টাৰ খেলুৱৈ সকল

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ সংস্থাৰ (BCCI) শেহতীয়া কৰ্মকান্দই ক্ৰিকেট অনুগামী সকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিশ্বৰ সবাটোতকৈ ধনী ক্ৰিকেট বৰ্ড হোৱাৰ পিছতো, সংস্থাটোৱে যোৱা ১০ মাহ ধৰি খেলুৱৈ সকলক তেওঁলোকৰ প্ৰাপ্য ধনৰ পৰা বঞ্চিত কৰিছে। Indian Express নামৰ দেশৰ আগশাৰীৰ…

লাডাখ সীমান্তত আজি ভাৰত-চীনৰ কমাণ্ডাৰ পৰ্যায়ৰ আলোচনা

আজি লাডাখ সীমান্তৰ মলদ’ নামৰ স্থানত ভাৰত-চীনৰ মাজত কমাণ্ডাৰ পৰ্যায়ৰ আলোচনা আৰম্ভ হৈছে। পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা এই আলোচনাত দুয়োখন দেশে সীমান্তৰ উত্তেজনা শান্ত কৰা আৰু সীমান্তৰ পৰা সৈন্য বাহিনী আঁতৰোৱাৰ সন্দৰ্ভত আলোচনা কৰিব। জানিব পৰা মতে আজিৰ…

ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা ৪১ হাজাৰ অতিক্ৰম, মৃতকৰ সংখ্যাই চুলে ১০০ৰ ঘৰ

শেহতীয়াকৈ ৰাজ্যত ক’ভিড আক্ৰান্তৰ হাৰ তুলনামূলক ভাবে কিছু হ্ৰাস পাইছে যদিও শনিবাৰে মৃতকৰ সংখ্যাই শতকৰ ঘৰ অতিক্ৰম কৰিলে। এই পৰ্যন্ত ৰাজ্যত মুঠ কৰোনাত আক্ৰান্তৰ সংখ্যা ৪১৭২৬। ইয়াৰে ৩১৪৪২ জন লোক আৰোগ্য হোৱাৰ বিপৰীতে ১০১৮০ জন লোক এতিয়াও চিকিৎসাধীন হৈ আছে।…

শিক্ষানুষ্ঠান সমূহ কেতিয়া খুলিব?

যি সময়ত কৰোনা মহামাৰীৰ বিভীষিকাৰ ফলত আজি প্ৰায় ৪ মাহ দিন ধৰি বন্ধ হৈ থকা শিক্ষানুষ্ঠান সমূহত পুনৰ পাঠদান কেতিয়া আৰম্ভ হ’ব, সেই প্ৰশ্নই শিক্ষাৰ্থী আৰু অভিভাৱক সকলক উদ্ধিগ্ন কৰি ৰাখিছে, শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদ মেলত এই বিষয়ত…

অসমত নতুন শিক্ষা নীতি বলবৎ কৰিবলৈ গঠন হ’ব ৪০ জনীয়া সমিতি

দেশৰ নতুন শিক্ষা নীতি অসমত বলবৎ কৰা সন্দৰ্ভত ৰাজ্য চৰকাৰে গঠন কৰিব এখন ৪০ জনীয়া সমিতি ৷ শিক্ষা বিভাগৰ প্ৰধান সচিবৰ নেতৃত্বত গঠন হ’বলগীয়া সমিতিখনে অহা ৩১ ডিচেম্বৰৰ ভিতৰত নিজৰ প্ৰতিবেদন দাখিল কৰিব ৷ এই প্ৰতিবেদনত নতুন শিক্ষা নীতি অসমত…

সংবাদ মেলত শিক্ষা বিভাগত কি কি ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই

সংবাদ মেলত শিক্ষা বিভাগত কি কি ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই- ১)শীঘ্ৰে ৰাজ্যৰ বিভিন্ন মহাবিদ্যায়ত খালী হৈ থকা শিক্ষকৰ লগতে অন্যান্য পূৰণ কৰা হ’ব। ২)বিভিন্ন মহাবিদ্যালয়ত নিযুক্তি দিয়া হ’ব ২৪০ গৰাকী অধ্যাপকক। আনহাতে ৮০ জন তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী…