The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

সাংবাদিকক পুনৰ মুখ বন্ধ কৰাৰ চেষ্টা প্ৰশাসনৰ! প্ৰতিবাদত নামিল সাংবাদিক

ক’ৰোনাই চলোৱা ত্ৰাসৰ মাজতো চৰকাৰী পক্ষই দৃষ্টিনিবদ্ধ ৰাখিছে সংবাদমাধ্যম আৰু সাংবাদিকৰ ওপৰত। চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধাচৰণ কৰি প্ৰকাশ কৰা সংবাদসমূহ বাৰে বাৰে চৰকাৰৰ মূৰৰ কামোৰণি হৈ পৰিছে। বিগত কালছোৱাত কেইবাগৰাকী সাংবাদিকৰ কলমত বাধা আৰোপ কৰিবলৈ যত্ন কৰি আহিছে বুলি বিভিন্ন পক্ষই…

“মই মুছলমান লোকৰ এক্স-ৰে নকৰোঁ। এয়া মোৰ শপত।”- ক’লে এজন চিকিত্সকে…

উত্তৰ প্ৰদেশত চিকিত্সালয় মহাবিদ্যালয়ৰ অধীক্ষকৰ মুছলমান বিদ্বেষী তথা ধৰ্মীয় ঘৃণাভাৱ বিয়পোৱা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত পুনৰ আন এক ঘটনা এতিয়া পোহৰলৈ আহিছে। ৰাজস্থানত এইবাৰ ভাইৰেল হৈছে ধৰ্মবিদ্বেষী কথা লিখা থকা এটা হোৱাটছএপ গ্ৰুপৰ স্ক্ৰীণশ্বট। স্ক্ৰীণশ্বটটোত মুছলমান ৰোগীক চিকিত্সা সেৱা প্ৰদানক…

বিশেষভাৱে সক্ষম হৈয়ো আব্দুলে মেট্ৰিক পৰীক্ষাত লাভ কৰিলে ৫টা বিষয়ত লেটাৰসহ ৮৬শতাংশ

মেট্ৰিকৰ ফলাফল নহয়, এগৰাকী দিন হাজিৰা কৰা দেউতাক তথা এগৰাকী মাতৃৰ কষ্টৰ ফলাফল এয়া। পৰিয়ালৰ সৈতে ভাড়াঘৰত থকা মধাৱী শিক্ষাৰ্থীগৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰ উত্তীৰ্ণ হৈছে ছাত্ৰজন। নাম-আব্দুল মজিদ। ছাত্ৰজনে প্ৰমাণ কৰি পুনৰ দেখুৱালে যে শাৰীৰিক বাধাগ্ৰস্ততাই শিক্ষাৰ হেঙাৰ হ’ব…

একেলগে ২৫খন বিদ্যালয়ত চাকৰি কৰা উত্তৰপ্ৰদেশৰ এগৰাকী চৰকাৰী শিক্ষয়িত্ৰী!

সপোন নহয়, এক আচৰিত অথচ বাস্তৱ ঘটনা। এইখন দেশতেই ঘটিছে এক আচৰিত ঘটনা। অভিযোগ অনুসৰি, এগৰাকী শিক্ষয়িত্ৰী- কিন্তু তেঁও শিক্ষকতা কৰে ২৫খন বিদ্যালয়ত। ১৩ মাহ শিক্ষকতা কৰি ১ কোটি টকাৰ বেতন লাভ কৰিছে তেওঁ। এই ঘটনা উত্তৰপ্ৰদেশৰ। উত্তৰপ্ৰদেশৰ কস্তুৰবা গান্ধী…

হঠাতে সুৰ সলালে বিশ্ব স্বাস্থ্য সংস্থাই

সমগ্ৰ বিশ্বতে ক’ৰোনাৰ ত্ৰাসৰ সময়ত হাইড্ৰ’ক্সিক্ল’ৰ’কুইনে সৃষ্টি কৰিছে বহু বিতৰ্কৰ। ড’নাল্ড ট্ৰাম্পেও দিছিল কেতবোৰ মন্তব্য। আনকি তেওঁ নিজে হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ ব্যৱহাৰ কৰিছিল বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছিল। বিশ্ব স্বাস্থ্য সংস্থাই অৱশ্যে তেতিয়া এই ঔষধ অতি মাৰাত্মক বুলি আখ্যা দিছিল আৰু কৈছিল…

নতুন তথা বিত্তীয় বাজেটত ঘোষণা কৰা প্ৰকল্পৰ ক্ষেত্ৰত এবছৰলৈ কেন্দ্ৰই আবণ্টন নকৰে ধন!

আগন্তুক এক বছৰত দেশত কোনো প্ৰকল্পৰ বাবে ধন খৰচ কৰা নহ’ব- এইদৰেই স্পষ্টকৈ জনাইছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। শুক্ৰবাৰে বিত্তমন্ত্ৰীগৰাকীয়ে জনায় যে ক’ৰোনাৰ সাম্প্ৰতিক সময়ত দেশত নিম্নগামী হোৱা অৰ্থব্যৱস্থাক পুনৰুজ্জীৱিত কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। আৰু এই সময়ত সকলো…

পৰিৱেশ দিৱসৰ দিনা কেন্দ্ৰৰ নতুন কাৰ্যক্ৰমঃ ‘হ্ৰাস কৰিব লাগে প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ’

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি ২০০টাকৈ কৰ্প’ৰেশ্যন আৰু নগৰত ‘নগৰ ভান’ বা ‘নগৰ অৰণ্য’ উন্মোচন কাৰ্যসূচী গ্ৰহণ কৰে। নগৰ সমূহত বৰ্তমানে যথেষ্ট পৰিমাণে পৰিৱেশ বিনষ্ট হৈ আহিছে। তাৰেই পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে নগৰাঞ্চলত পৰিৱেশ সুৰক্ষা দিবৰ…

ৰাজ্যসভা নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে গুজৰাটত কংগ্ৰেছৰ খহনীয়া

গুজৰাটৰ ৰাজ্যসভা নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বেই ইজনৰ পিছত সিজন কংগ্ৰেছী বিধায়কে পদত্যাগ কৰাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা। পদত্যাগ কৰিলে গুজৰাটৰ কংগ্ৰেছ বিধায়ক ব্ৰিজেশ মেৰজাই। ১৯ মে’ত ভোটগণনা হ’ব গুজৰাটৰ ৰাজ্যসভা নিৰ্বাচনৰ। বিধানসভাৰ সচিবালয়ে নিশ্চিত কৰে যে বিধানসভাৰ অধ্যক্ষ ৰাজেন্দ্ৰ ত্ৰিবেদীয়ে পদত্যাগ…

কেৰেলাৰ হাতীৰ মৰ্মান্তিক মৃত্যুৰ ঘটনাৰ সৈতে জৰিত এজনক গ্ৰেপ্তাৰ

কেৰেলাত সংঘটিত হোৱা হাতীৰ মৰ্মান্তিক মৃত্যুৰ ঘটনাৰ বাবে এজন জগৰীয়াক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে, অনাৰসত ভৰাই থোৱা বিস্ফোৰক পদাৰ্থসমূহ ধৃত লোকজনে যোগান ধৰিছিল। অৱশ্যে ঘটনাৰ সৈতে আন কেইবাজনো জৰিতৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। ৰাজ্যখনৰ বন্যপ্ৰাণী সংৰক্ষণ বিভাগৰ প্ৰধান…

ভাৰতক লৈ ট্ৰাম্পে জনোৱা আন্তঃৰাষ্ট্ৰীয় আহ্বানে সৃষ্টি কৰিছে চীনৰ মূৰৰ কামোৰণি

জি-৭ গোষ্ঠীত ভাৰতৰ নাম অন্তৰ্ভুক্তি সন্দৰ্ভত এইবাৰ প্ৰশ্ন উত্থাপন কৰিছে আমেৰিকাই। আমেৰিকাৰ ৰাষ্ট্ৰপ্ৰধান ট্ৰাম্পে ভাৰতসহ দক্ষিণ কোৰিয়া, অষ্ট্ৰলিয়া আৰু ৰাছিয়াক জি-৭ত অন্তৰ্ভুক্ত কৰিবলৈ দাবী উত্থাপন কৰিছে। যদিহে দেশসমূহ অন্তৰ্ভুক্ত হয়, তেন্তে জি-৭ৰ পৰা জি-১১ হোৱাৰ সম্ভাৱনা আছে। আমেৰিকা, কানাডা, ব্ৰিটেইন,…