The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

প্ৰতিদিনে ৩০০ ‘শ্ৰমিক স্পেচিয়েল’ ৰেল চলাবলৈ সাজু – কেন্দ্ৰ

ৰেলমন্ত্ৰী পীযুষ গোৱেলে দেওবাৰে সকলো ৰাজ্যকে প্ৰবাসী শ্ৰমিকক লৈ অহা ৰেল নিজ নিজ ৰাজ্যত প্ৰৱেশত অনুমতি দিবলৈ আহ্বান জনাইছে,যাতে অহা ৩-৪ দিনত শ্ৰমিকসকল নিজ নিজ ঘৰত উপস্থিত হয়৷ টুইট কৰি পীযুষ গোৱেলে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নির্দেশক্ৰমে,ভাৰতীয় ৰেলে যোৱা…

ক’ৰোনাত আক্ৰান্ত চীনৰ গুৱাংঝৌলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমানচালক

এয়াৰ ইণ্ডিয়াৰ ৫জন বিমানচালক আৰু ২ জন টেকনিচিয়ানসহ মুঠ ৭জনৰ শৰীৰত ধৰা পৰিছে কোভিড-১৯ পজিটিভ। বিমান উৰণৰ ৭২ ঘণ্টাৰ পূৰ্বে কৰা পৰীক্ষণত ধৰা পৰিছে এই কথা। ইয়াৰ পিছতেই তেঁওলোকক কোৱাৰেণ্টাইনত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰকাশিত খবৰ অনুসৰি আটাইকেইজন মুম্বাইৰ বাসিন্দা।…

‘দোকানত কোনো মুছলমান কৰ্মী নাই’ বিজ্ঞাপন দি গ্ৰেপ্তাৰ বেকাৰিৰ মালিক

‘জৈন বেকাৰছ্ এণ্ড কনফেকছনাৰিজ’৷ চেন্নাইৰ টি নগৰৰ এখন বেকাৰি। বেকাৰিৰ স্বত্ত্বাধিকাৰীয়ে দোকানৰ সন্মুখত আঁৰি দিয়ে এক বিজ্ঞাপনৰ হ’ৰ্ডিং। বিজ্ঞাপনটোত কোৱা হয় -‘জৈন কৰ্মীয়ে খাদ্য প্ৰস্তুত কৰে। দোকানত কোনো মুছলমান কৰ্মী নাই’। কিন্তু কিয় বেকাৰীৰ মালিকে দিলে এই বিজ্ঞাপন? ঘটনাৰ আৰম্ভ…

১৭ মে’ৰ পাছত আৰু কিমান দিন লকডাউন?

লক্ ডাউন পুনৰ বৃদ্ধি হ’ব নেকি? নে অহা দেওবাৰেই শেষ হ’ব দেশজোৰা লক্ডাউন? ৰেড,অ’ৰেঞ্জ আৰু গ্ৰীণ জ’নৰ পৰিৱৰ্তে অন্য পদ্ধতিৰে কোভিড-১৯ ৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰা হ’ব নেকি? এনে বহু প্ৰশ্নৰ মাজতেই কাইলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…

মাতৃ দিৱসত শচীন টেণ্ডুলকাৰে “আই”ক দিলে নতুন মর্যাদা

মাতৃ দিৱস উপলক্ষে ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰে নিজ মাতৃক লৈ এটা বিশেষ টুইট কৰিছে। টুইটত টেণ্ডুলকাৰে লিখিছে-“আপুনি মোৰ বাবে আই কাৰণ,মোৰ সকলোবোৰৰ আঁৰত থকা আপুনি আশ্চৰ্যজনক আৰু অপূৰণীয়। মোৰ বাবে কৰা সকলোখিনি কষ্টৰ বাবে ধন্যবাদ।” এইদৰেই লিখি মাতৃৰ সৈতে পূজা…

ছিক্কিমৰ ভাৰত-চীন সীমান্তত উত্তেজনা

ছিক্কিমৰ ভাৰত-চীন সীমান্তত উত্তেজনা। প্ৰকাশিত খবৰ অনুসৰি উত্তৰ ছিক্কিমৰ নাকুলাত দুই দেশৰ জোৱান সংঘৰ্ষত লিপ্ত হয়। সংঘৰ্ষত দুয়োপক্ষৰ কেইবাগৰাকী জোৱান আহত হয়। অৱশ্যে সংঘৰ্ষ‌ই তীব্ৰ ৰূপ ধাৰণ কৰাৰ পূৰ্বে স্থানীয় পৰ্যায়ত সংঘৰ্ষৰ শাম কাটে। নাম প্ৰকাশত অনিচ্ছুক সেনা বাহিনীৰ বিষয়াই…

ভাৰতৰ পৰা ঔষধ আমদানিকলৈ উত্তাল পাকিস্তানৰ ৰাজনীতি

পাকিস্তানৰ ইমৰান খান চৰকাৰে ভাৰতৰ পৰা ঔষধ আমদানি কৰাৰ সিদ্ধান্তক লৈ উত্তপ্ত হৈ পৰিছে পাকিস্তানৰ ৰাজনীতি,বিৰোধী দলসমূহে ঔষধ আমদানিৰ ঘটনাত দুৰ্নীতি সংঘটিত হোৱা বুলি তদন্তৰ দাবী কৰিছে। পাকিস্তানে ভাৰতৰ পৰা জৰুৰী ঔষধ (লাইফ ছেভিং ড্ৰাগচ) আমদানি কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু…

যোৰহাটত হাজিৰ সৰ্বনাশী ক’ৰোনা

ৰাজ্যত আৰু তিনিজন কৰোনাত আক্ৰান্ত। মুম্বাইৰ পৰা এম্বুলেন্সত অহা দুজন ৰোগীৰ covid 19 পজিটিভ।দুয়োজন ব্যক্তিৰ ঘৰ যোৰহাটত। ব্যক্তি দুগৰাকীক লৈ অহা এম্বুলেন্সৰ চালকৰো covid 19 পজিটিভ।চালকজনক উভটাই পঠিওৱা হৈছে মুম্বাইলৈ। ৰাজ্যত এতিয়ালৈকে সৰ্বমুঠ কৰোনা আক্ৰান্তৰ সংখ্যা 62 জন।টুইটাৰ যোগে এই…

মোৰ কোনো বেমাৰ হোৱা নাই- অমিত শ্বাহ

আজি এক টুইট কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জনায় যে তেখেত সম্পূৰ্ণৰূপে সুস্থ আৰু তেখেত কোনো ৰোগত আক্ৰান্ত নহয়। কিন্তু কিয় অমিত শ্বাহে এই টুইট কৰিবলগীয়া হ’ল? বিগত দুদিনমান ধৰি অমিত শ্বাহৰ টুইটৰ এক স্ক্ৰীণশ্বট হোৱাটছ‌এপত ভাইৰেল হৈছে। সেই স্ক্ৰীণশ্বট…

ঘৃণাৰ ছুনামি বন্ধ কৰকঃ আন্ত’নিও গুতেৰেছ

পৃথিৱীজুৰি চলিছে ক’ভিড ১৯ মহামাৰীৰ বিৰুদ্ধে প্ৰাণপণ যুজ ৷ আক্ৰান্ত প্ৰতিখন দেশেই মৰণপণ প্ৰতিৰোধ জাৰী ৰাখিছে ক’ভিড ১৯ৰ বিৰুদ্ধে ৷কিন্ত এই মহামাৰীৰ সুযোগ লৈয়েই বিশ্বজুৰি ঘৃণাৰ ছুনামি আৰম্ভ হৈছে বুলি মন্তব্য কৰি সাৱধানবাণী শুনালে ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানে ৷ ক’ৰোণাক লৈ সৃষ্ট…